• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম

হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম

2 years ago
হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

6 minutes ago
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

26 minutes ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

1 hour ago
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

2 hours ago
মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

মহিলাসকলে মুখৰ নোম আঁতৰোৱাটো উচিতনে? সঠিক উত্তৰ জানি লওক

2 hours ago
বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

বিদেশত ভিক্ষা নে ৰাইজৰ বাবে চিন্তা! মেঘৰঞ্জনী সন্দৰ্ভত কি ক’লে সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীয়ে?

4 hours ago
Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

Easy Removal of Dark Circle: দীৰ্ঘদিন ধৰি চকুৰ তলত ক’লা দাগ? ঘৰুৱা পদ্ধতিৰে আজিয়েই কৰক সমাধান

5 hours ago
ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

ভুলতো এইবোৰ খাদ্যৰে আৰম্ভণি নকৰিব দিনটো, ৰোগত পৰিব আপুনি!

6 hours ago
আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

আজি কপাল ফুলিব ৩ ৰাশিৰ, কাৰ কাৰ জীৱনত আহিব বিপদ?

6 hours ago
Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

Paternity leave লোৱাৰ বাবে প্ৰতিষ্ঠানে কৰিছিল বৰ্খাস্ত, আদালতৰ দ্বাৰস্থ হৈ লাভ কৰিলে ১৮.৫ কোটি টকা

14 hours ago
অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

অ*শ্লীল দৃশ্য সম্প্ৰচাৰ কৰা ৫০টা OTT প্লেটফৰ্ম BAND

15 hours ago
মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

মৃ*ত্যুৰ পিছতো আছে নেকি জীৱন? মৃ*ত্যুৰ পিছৰ আত্মাৰ সত্যতা কিমান?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম

editor by editor
May 26, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম
0
SHARES
853
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম

ব্যক্তিগত জীৱনক লৈ চিন্তিত ভাৰতীয় ক্ৰিকেটাৰ হাৰ্দিক পাণ্ডিয়া। খবৰ অনুসৰি হাৰ্দিক আৰু তেওঁৰ পত্নী নাতাশা ষ্টেনকভিচৰ বিবাহ বিচ্ছেদ হ’বলৈ ওলাইছে। পাণ্ডিয়াৰ সম্পত্তিৰ ৭০ শতাংশ নাতাশাই পাব বুলিও খবৰ সকলোতে বিয়পি পৰিছে। কিন্তু ক্ষেত্ৰত আন এক তথ্যহে পোহৰলৈ আহিছে।

যদিহে এনে হয়, তেন্তে নতাশাই হাৰ্দিকৰ পৰা ফুটা কড়ি এটাও লাভ নকৰে। হাৰ্দিকৰ এটা পুৰণা সাক্ষাৎকাৰ বৰ্তমানে সামাজিক মাধ্যমত ভাইৰেল হৈ আছে। এটা সাক্ষাৎকাৰৰ সময়ত হাৰ্দিকে কৈছিল যে তেওঁৰ প্ৰায় সকলো সম্পত্তি ঘৰ-গাড়ী আদি মাকৰ নামত আছে। যদি এনেকুৱা হয় তেন্তে নাতাশাই একো নাপাব।

পাণ্ডিয়া আৰু নতাশাৰ ডিভোৰ্ছৰ খবৰ ওলোৱাৰ পাছতে সম্পত্তিক লৈ বহু প্ৰশ্ন উত্থাপন হৈছিল। বহু লোকেই কৈছিল এতিয়া নাতাশাই ডিভোৰ্চ ল’লে কোটিপতি হাৰ্দিকৰ পৰা ৭০ শতাংশ সম্পত্তি লৈ যাব। কিন্তু তাৰ বিপৰীতে এটা ভিডিঅ’ ভাইৰেল হৈ আছে।

ভাইৰেল হৈ থকা ভিডিঅ’টোত পাণ্ডিয়াই নিজৰ সম্পত্তিৰ কথা কোৱা দেখা গৈছে। ভিডিঅটোত হাৰ্ডিকে কৈছে, “মাৰ নামত দেউতাৰ একাউণ্টত আছে। দাদাৰো সম্পত্তি আছি মাৰ নামত। মোৰ গাড়ী, মোৰ ঘৰ সকলো মাৰ নামত আছে। মই মোৰ নামত একো নলওঁ। আগলৈ গৈ মই কাকো ৫০ শতাংশ সম্পত্তি কাকো দিব নিবিচাৰো। মোৰ কিবা হ’লে ৫০ শতাংশ সম্পত্তি নাযায়।’

যদি এনেকুৱা হয় তেন্তে নাটাছাই একো নাপাব। মাতৃৰ নামত সম্পত্তি থকাটো হাৰ্দিকৰ বাবে এতিয়া ট্ৰাম্প কাৰ্ড হিচাপে আহি পৰিছে।

উল্লেখ্য যে, পাণ্ডিয়া কোটি কোটি মূল্যৰ সম্পত্তিৰ মালিক, ভাৰতীয় ক্ৰিকেট দলৰ সদস্য হোৱাৰ উপৰিও আই পি এলত মুম্বাই ইণ্ডিয়ানছৰ হৈ খেলি আছে। মুম্বাইয়ে তেওঁক ১৫ কোটি টকা দৰমহা হিচাপে দিয়ে। বিজ্ঞাপনৰ জৰিয়তেও পাণ্ডিয়াই কোটি টকা উপাৰ্জন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: CricketerHardik PandyaIndian CricketerNatasa Stankovic
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৰমুজ জলদ্বীপ বন্ধ, তেন্তে ক’ৰ পৰা আহিছে LPG?
বাণিজ্য

LPG চিলিণ্ডাৰৰ ৰং কিয় ৰঙা? ৯৯% লোকে নাজানে এই কথা

August 6, 2026
সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক
জীৱনশৈলী

সপোনত পিতৃ-মাতৃৰ মৃত্যু? এয়া আপোনজনক হেৰুওৱাৰ সংকেত নেকি জানক

August 6, 2026
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন জানক

August 6, 2026
বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া
ভাৰত

বৃদ্ধাশ্ৰমত শেষ নিশ্বাস এৰিলে পিতৃয়ে, পিছে ভীষণ ব্যস্ত ৩ কন্যা! অনলাইনতে কৰিলে অন্ত্যেষ্টিক্ৰিয়া

August 6, 2026
Next Post
উত্তৰ পূৱৰ প্ৰথম ৰবট শিক্ষয়ত্ৰী, গুৱাহাটীৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৰবটে

উত্তৰ পূৱৰ প্ৰথম ৰবট শিক্ষয়ত্ৰী, গুৱাহাটীৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৰবটে

বুঢ়া মঙলবাৰে হ’বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত

বুঢ়া মঙলবাৰে হ'বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.