• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বুঢ়া মঙলবাৰে হ’বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত

বুঢ়া মঙলবাৰে হ’বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত

2 years ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

14 minutes ago
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

1 hour ago
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

3 hours ago
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

4 hours ago
প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

প্ৰবীণ অভিনেতা নানা পাটেকাৰৰ দেহাৱসান, শোকস্তব্ধ বলীউড

4 hours ago
ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

ভাগ্যৰ দেখিব যাদু! কোন কোন ৰাশিয়ে পাব সুখবৰ জানক

4 hours ago
শৰীৰৰ এই অংশত তিল থকা মানেই কোটিপতি হোৱাৰ লক্ষণ!

সৌভাগ্যৱান লোকৰ থাকে শৰীৰৰ এই অংশত তিল, জানক

12 hours ago
‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

‘মই ভাল ছোৱালী!’ যোৰহাটৰ ঘটনাক কেন্দ্ৰ কৰি প্ৰথমবাৰলৈ মৰমীৰ বিস্ফোৰণ

13 hours ago
‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

‘দয়া নাই, ক্ষমা নাই!’, কাৰ্বি ভূমিত আকৌ চলিব প্ৰশাসনৰ বুলড’জাৰ

13 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

কাইলৈ ৫ ৰাশিৰ ভাগ্যই দেখুৱাব যাদু! মাত্ৰ নকৰিব কোনো ভুল

13 hours ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

কাইলৈ মেষৰ পৰা মীনলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

14 hours ago
জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

জনপ্ৰিয় অভিনেতাৰ দেহাৱসান, সাংস্কৃতিক জগতত শোকৰ ছাঁ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বুঢ়া মঙলবাৰে হ’বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত

editor by editor
May 26, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত
0
বুঢ়া মঙলবাৰে হ’বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত
0
SHARES
5.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুঢ়া মঙলবাৰে হ’বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত

সনাতন ধৰ্মত বুঢ়া মঙলবাৰৰ বিশেষ মহত্ব আছে। জেঠ মাহত হোৱা মঙলবাৰক বুঢ়া মঙল অথবা ডাঙৰ মঙল বুলি কোৱা হয়। সেই হিচাপে প্ৰতি বছৰে ৪ বা ৫ টা মঙলবাৰে বুঢ়া মঙল পৰে। চলিত বৰ্ষতো বুঢ়া মঙলবাৰ পৰিছে।

এই বুঢ়া মঙলবাৰৰ দিনটো ৰাম ভক্ত ভগৱানক উপাসনা কৰা হয়। কোৱা হয় যে, বুঢ়া মঙলবাৰৰ দিনা হমুমানক পূজা কৰিলে জীৱনৰ পৰা সকলো দুখ কষ্ট আঁতৰ হয়।

এইবাৰৰ বুঢ়া মঙলবাৰ অতিকে শুভ বুলি ধৰা হৈছে। কিয়নো এই দিনতে একেলগে ব্ৰহ্ম যোগো পৰিছে। যাৰ ফলত কেইটামান ৰাশিৰ লোকৰ ওপৰত ইয়াৰ শুভ প্ৰভাৱ পৰিব। লাভ হব সেই বিশেষ ৰাশিৰ লোকৰ।

মেষ ৰাশি- এই ৰাশিৰ লোকৰ অতিকে শুভ হব বুলি ধৰা হৈছে। হনুমানৰ কৃপাত মেষ ৰাশিৰ লোকৰ ধনে-ধানে লাভ হব। সকলো কামতে সফলতা লাভ কৰিব। ভাগ্যই লগ দিব মেষ ৰাশিৰ লোকৰ। কোনো নতুন ব্যৱসায়ো আৰম্ভ কৰিব পাৰে। সফলতা পাব। কৰবাত বিনিয়োগো কৰিব পাৰে। কেৰিয়াৰত বহু উন্নতি হব পাৰে।

বৃশ্চিক ৰাশি- বুঢ়া মঙলৰ ফলত বৃশ্চিক ৰাশিৰ লোকৰ জীৱনলৈ সুখৰ সঞ্চাৰ ঘটিব। খৰচ কিছু বৃদ্ধি পাব, যদিও আয় বৃদ্ধি পাব। চাকৰিয়াল লোকৰ পদোন্নতি হোৱাৰ যোগ, যাৰ ফলত দৰমহা আদি বৃদ্ধি পাব।

কুম্ভ ৰাশি- কুম্ভ ৰাশিৰ লোকৰ বাবেও এই বুঢ়া মঙলে সুখৰ আকৰ কঢ়িয়াই আনিছে। বহু ক্ষেত্ৰতে লাভ হোৱা দেখা যায়। সম্পত্তি বৃদ্ধি পাব। উপাৰ্যনৰ নতুন শ্ৰোত খোল খাব। দাম্পত্য জীৱনতো সুখ আহিব। ভাবি থোৱা কামে পূৰ্ণতা লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Hanuman PujaJeth MahinaJeth MonthMngalbarTuesday
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

হাৰ্ট এটেক হোৱাৰ পূৰ্বে শৰীৰে পায় এইকেইটা সংকেত, হওক সাৱধান!

October 8, 2026
৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?
বিনোদন

৫ কোটি টকাৰ সৈতে প্ৰেমানন্দ মহাৰাজ আৰু বিৰাট কোহলীৰ কি সম্পৰ্ক?

October 8, 2026
‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ
বিনোদন

‘মই নিজেই এখন নাটক হৈ পৰিছো!’, আদালতত আৱেগিক ৰাজপাল যাদৱ

October 8, 2026
‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে
বিনোদন

‘মই এনেকৈয়ে থাকিম..’ কেবিনেট মন্ত্ৰীৰ মৰ্যাদা পালে মিথুন চক্ৰৱৰ্তীয়ে

October 8, 2026
Next Post
হঠাতে ২৫০০০ ফুট উচ্চতাত ২০০ যাত্ৰী থকা বিমানৰ ভিতৰত হাহাকাৰ, কোনোমতে বিমান ধ্বংস হোৱাৰ পৰা ৰক্ষা

হঠাতে ২৫০০০ ফুট উচ্চতাত ২০০ যাত্ৰী থকা বিমানৰ ভিতৰত হাহাকাৰ, কোনোমতে বিমান ধ্বংস হোৱাৰ পৰা ৰক্ষা

পুৱা খালী পেটত গাখীৰৰ লগত কিচমিচ খোৱাটো অমৃতসম এই বিশেষ লোকৰ বাবে

পুৱা খালী পেটত গাখীৰৰ লগত কিচমিচ খোৱাটো অমৃতসম এই বিশেষ লোকৰ বাবে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.