• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতে ২৫০০০ ফুট উচ্চতাত ২০০ যাত্ৰী থকা বিমানৰ ভিতৰত হাহাকাৰ, কোনোমতে বিমান ধ্বংস হোৱাৰ পৰা ৰক্ষা

হঠাতে ২৫০০০ ফুট উচ্চতাত ২০০ যাত্ৰী থকা বিমানৰ ভিতৰত হাহাকাৰ, কোনোমতে বিমান ধ্বংস হোৱাৰ পৰা ৰক্ষা

2 years ago
বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

9 minutes ago
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

2 hours ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

2 hours ago
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

3 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

ভাল নাৰীক চিনাক্ত কৰাত নকৰিব ভুল, আচাৰ্য চাণক্যই ক’লে এইদৰে…

3 hours ago
কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

কেনে যাব আপোনাৰ আগন্তুক সপ্তাহ?

6 hours ago
এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

এইবাৰ সাংবাদিক হ’ল অভিনেত্ৰী পৰিনীতি চোপ্ৰা

6 hours ago
পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

পুৰুষ অবিহনেই মহিলাই জন্ম দিব পাৰিব সন্তান?

7 hours ago
গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

গ্ৰেপ্তাৰ হ’ব নেকি বদৰুদ্দিন আজমল?

7 hours ago
এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

এছিয়ান গেমছত প্ৰতিপক্ষক কামুৰি বাহিৰ হ’ল চীনা খেলুৱৈ

8 hours ago
কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

কেপ্টেইন স্মিটক আক্ৰমণ কৰা ওমানী সহ-পাইলটৰ পৰিচয় প্ৰকাশ

9 hours ago
শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

শীতৰ আগমনৰ আগেয়ে ঘৰলৈ আনক এই ৬ বিধ Indoor Plants

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

হঠাতে ২৫০০০ ফুট উচ্চতাত ২০০ যাত্ৰী থকা বিমানৰ ভিতৰত হাহাকাৰ, কোনোমতে বিমান ধ্বংস হোৱাৰ পৰা ৰক্ষা

editor by editor
May 26, 2024
in বিবিধ, ভাৰত
0
হঠাতে ২৫০০০ ফুট উচ্চতাত ২০০ যাত্ৰী থকা বিমানৰ ভিতৰত হাহাকাৰ, কোনোমতে বিমান ধ্বংস হোৱাৰ পৰা ৰক্ষা
0
SHARES
256
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হঠাতে ২৫০০০ ফুট উচ্চতাত ২০০ যাত্ৰী থকা বিমানৰ ভিতৰত হাহাকাৰ, কোনোমতে বিমান ধ্বংস হোৱাৰ পৰা ৰক্ষা

২৫০০০ ফুট উচ্চতাত থকা এখন বিমান, বিমানৰ ভিতৰত যাত্ৰী ২০০ৰ ঘৰত। লগতে আছে পাইলট, ক্ৰু মেম্বাৰ আদি। পাছে হঠাতে বিমানৰ ভিতৰত লাগি যায় হাহাকাৰ। কোনোমতে বিমানখন ধ্বংস হোৱাৰ পৰা ৰক্ষা পৰে।

প্ৰায় ২৫ হাজাৰ ফুট উচ্চতাত থকা বিমানখন ইন্দোৰৰ পৰা হায়দৰাবাদলৈ গৈ থকা অৱস্থাত হঠাৎ এজন যাত্ৰীৰ কাণ্ডই সকলো যাত্ৰীৰে জীৱন বিপদত পেলাই দিয়ে। যি কাৰ্য দেখি যাত্ৰীসকলৰ মাজত আতংকৰ সৃষ্টি হয় আৰু ক্ৰু সদস্যসকলেও তত্ হেৰুৱাই পেলাই। কোনোমতে সেই যাত্ৰীগৰাকীক খৰধৰকৈ ধৰি চকী এখনত বহাই হাত-ভৰি বান্ধি থৈ দিয়ে। অৱতৰণ কৰাৰ লগে লগে লোকগৰাকীক আৰক্ষীৰ হাতত গতাই দিয়ে।

আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল যদিও চিকিৎসকৰ প্ৰতিবেদনত লোকগৰাকীৰ স্বাস্থ্যজনিত সমস্যাৰ কথা প্ৰকাশ পোৱাৰ বাবে জামিন দি দিয়ে। পাছে বিমানখন যদিহে দুৰ্ঘটনাত পতিত হ’ল হেঁতেন তেন্তে ইয়াৰ দোষৰ কাৰণ লোকগৰাকীয়েই হ’ল হেঁতেন।

যাত্ৰীগৰাকীয়ে ২৫০০০ ফুট উচ্চতাত থকা সমতে হঠাতে বিমানখনৰ দুৱাৰ খুলিবলৈ চেষ্টা কৰে। অন্য যাত্ৰী আৰু ক্ৰুৱে লোকগৰাকীক ৰখাবলৈ চেষ্টা কৰাত তেওঁ গেটখন খুলি জপিয়াই পৰাৰ ভাবুকি দিবলৈ আৰম্ভ কৰে।

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি, মধ্য প্ৰদেশৰ ইন্দোৰৰ পৰা ইণ্ডিগোৰ এখন বিমান হায়দৰাবাদ অভিমুখে উৰা মাৰিছিল। হায়দৰাবাদৰ গজুলাৰামৰামৰ চন্দ্ৰগিৰি নগৰৰ বাসিন্দা এজন ২৯ বছৰীয়া যাত্ৰীও বিমানখনত আছিল যদিও তদন্তত জানিব পৰা গৈছে যে তেওঁ বিমানবন্দৰত ভাং সেৱন কৰি উঠিছিল। যাত্ৰাৰ সময়তে তেওঁ নিচাত তেনে অদ্ভুত কাম কৰিবলৈ ধৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: FlightFlight AccidentIndian AirLineIndigo flightPlane Crash
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?
জীৱনশৈলী

বিবাহিত নহয়, কিন্তু হোটেলত নিশা একেলগে? আৰক্ষীয়ে আপোনাক আটক কৰিব পাৰেনে?

October 3, 2026
চৰকাৰী নে ব্যক্তিগত খণ্ডৰ বেংক? জ্যেষ্ঠ নাগৰিকে ক’ত FD খুলিলে সৰ্বাধিক সুত পাব?
বাণিজ্য

১০ বছৰত FDয়ে পূৰণ কৰিব সপোন, দুগুণ হ’ব আপোনাৰ ধন!

October 3, 2026
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক
বাণিজ্য

Gold Price: চলিত বৰ্ষত ২০% হ্ৰাস সোণৰ মূল্য, অনাগত দিনত আৰু অধিক হ্ৰাস পাব নেকি?

October 3, 2026
ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?
বিনোদন

ৰাজহাড় ভাঙিল নুছৰতৰ, কেনেকৈ সংঘটিত হ’ল ভয়ংকৰ দুৰ্ঘটনা?

October 3, 2026
Next Post
পুৱা খালী পেটত গাখীৰৰ লগত কিচমিচ খোৱাটো অমৃতসম এই বিশেষ লোকৰ বাবে

পুৱা খালী পেটত গাখীৰৰ লগত কিচমিচ খোৱাটো অমৃতসম এই বিশেষ লোকৰ বাবে

শনিৰ কৃপাত আগন্তুক ৮৪ দিনত সকলো বাধা আঁতৰি হাঁহি উজলিব ৩ৰাশিৰ ওঁঠত, বাঢ়িব বেংক বেলেন্স

শনিৰ কৃপাত আগন্তুক ৮৪ দিনত সকলো বাধা আঁতৰি হাঁহি উজলিব ৩ৰাশিৰ ওঁঠত, বাঢ়িব বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.