• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুৱা খালী পেটত গাখীৰৰ লগত কিচমিচ খোৱাটো অমৃতসম এই বিশেষ লোকৰ বাবে

পুৱা খালী পেটত গাখীৰৰ লগত কিচমিচ খোৱাটো অমৃতসম এই বিশেষ লোকৰ বাবে

2 years ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

8 minutes ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

49 minutes ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

1 hour ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

2 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

4 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

4 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

5 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

5 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

6 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

6 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

7 hours ago
অমৃতপ্ৰভা মুক্ত! মুকলি আকাশৰ তলত জুবিন গাৰ্গৰ ঘটনাৰে জড়িত প্ৰথমগৰাকী অভিযুক্ত

‘Don’t Do this, আঁতৰি দিয়ক!’, অমৃতপ্ৰভাৰ অধিবক্তাই কাক ক’লে এইদৰে?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

পুৱা খালী পেটত গাখীৰৰ লগত কিচমিচ খোৱাটো অমৃতসম এই বিশেষ লোকৰ বাবে

editor by editor
May 26, 2024
in জীৱনশৈলী, বিনোদন, বিবিধ, স্বাস্থ্য
0
পুৱা খালী পেটত গাখীৰৰ লগত কিচমিচ খোৱাটো অমৃতসম এই বিশেষ লোকৰ বাবে
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুৱা খালী পেটত গাখীৰৰ লগত কিচমিচ খোৱাটো অমৃতসম এই বিশেষ লোকৰ বাবে

গাখীৰ আৰু কিচমিচৰ মিশ্ৰণ এটা পুষ্টিকৰ আৰু স্বাস্থ্যকৰ পানীয়, যিয়ে বহু উপকাৰ প্ৰদান কৰে। কিচমিচৰ নিজস্ব আচৰিত উপকাৰিতা আৰু পুষ্টিকৰ উপাদান আছে। আনহাতে গাখীৰৰ বহুতো উপকাৰো আছে বুলি জনা যায় আৰু ই বহুতো খনিজ পদাৰ্থ আৰু পুষ্টিকৰ উপাদানৰ উৎস।

গাখীৰত কিচমিচ তিয়াই খোৱাৰ পৰম্পৰা বহু পুৰণি। বিশ্বাস কৰা হয় যে কিচমিচ যদি ৰাতিটো গাখীৰত তিয়াই ৰাতিপুৱা খালী পেটত খোৱা হয় ই স্বাস্থ্যৰ বাবে আচৰিত কাম কৰিব পাৰে। গাখীৰ আৰু কিচমিচ দুয়োবিধতে অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে আৰু নিয়মিতভাৱে সেৱন কৰিলে স্বাস্থ্যজনিত বহুতো সমস্যাৰ পৰা হাত সাৰিব পাৰি।

কাৰ কাৰ বাবে গাখীৰ কিচমিচ একেলগে খোৱাটো বহু উপকাৰী-

১/ শিশুৰ বাবে-
হাড়ৰ শক্তি- গাখীৰত প্ৰচুৰ পৰিমাণে কেলচিয়াম থাকে, যিয়ে শিশুৰ হাড় মজবুত কৰাত সহায় কৰে। কিচমিচত কেলচিয়ামো থাকে, যাৰ বাবে এই সংমিশ্ৰণ শিশুৰ হাড়ৰ বিকাশৰ বাবে ভাল।
শক্তিৰ উৎস- শিশু সদায় সক্ৰিয় হৈ থাকে আৰু শক্তিৰ প্ৰয়োজন হয়। গাখীৰ আৰু কিচমিচ একেলগে ইহঁতক প্ৰয়োজনীয় শক্তি প্ৰদান কৰে, যিয়ে ইহঁতৰ শাৰীৰিক আৰু মানসিক বিকাশত সহায় কৰে।

২) গৰ্ভৱতী মহিলাৰ বাবে
পুষ্টিকৰ যোগান- গৰ্ভৱতী মহিলাক পুষ্টিকৰ উপাদানৰ প্ৰয়োজন। গাখীৰ আৰু কিচমিচৰ মিশ্ৰণত আইৰণ, কেলচিয়াম, ভিটামিন বি আৰু অন্যান্য প্ৰয়োজনীয় পুষ্টিকৰ উপাদান পোৱা যায়, যিবোৰ গৰ্ভাৱস্থাত অতি প্ৰয়োজনীয়।
হজম শক্তি উন্নত কৰে- বহু মহিলাই গৰ্ভাৱস্থাত কোষ্ঠকাঠিন্যত ভোগে। কিচমিচত অধিক পৰিমাণৰ আঁহ থাকে, যিয়ে পাচনতন্ত্ৰ উন্নত কৰাত সহায় কৰে।

৩/ বয়সস্থ লোকৰ বাবে-
হাড় আৰু দাঁতৰ শক্তি- হাড় আৰু দাঁতৰ দুৰ্বলতা বৃদ্ধ বয়সত এক সাধাৰণ সমস্যা। এই সমস্যা কমোৱাত গাখীৰ আৰু কিচমিচ সেৱনে সহায় কৰে।
ৰোগ প্ৰতিৰোধ ক্ষমতা- গাখীৰ আৰু কিচমিচত থকা পুষ্টিকৰ পদাৰ্থই বৃদ্ধ লোকৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, যাতে তেওঁলোকে বহু ৰোগৰ পৰা হাত সাৰিব পাৰে।

৪/ খেলুৱৈ আৰু বডি বিল্ডাৰৰ বাবে-
শক্তি আৰু প্ৰটিন- গাখীৰত প্ৰটিন থাকে আৰু কিচমিচত প্ৰাকৃতিক চেনি থাকে, যিয়ে খেলুৱৈ আৰু বডি বিল্ডাৰক প্ৰয়োজনীয় শক্তি আৰু পুষ্টিকৰ উপাদান প্ৰদান কৰে। এই সংমিশ্ৰণে পেশী মেৰামতি আৰু বৃদ্ধিত সহায় কৰে।
পানীৰ অভাৱ প্ৰতিৰোধ- কিচমিচত পটাছিয়াম থাকে, যিয়ে শৰীৰৰ পানীৰ অভাৱ দূৰ কৰাত সহায় কৰিব পাৰে।

৫/ দুৰ্বল ৰোগ প্ৰতিৰোধ ক্ষমতা থকা লোকৰ বাবে-
গাখীৰ আৰু কিচমিচৰ সংমিশ্ৰণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধিত সহায় কৰিব পাৰে। ইয়াত এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Dru FruithealthHealth benefitKismismilk
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা
ভাৰত

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

October 14, 2026
Next Post
শনিৰ কৃপাত আগন্তুক ৮৪ দিনত সকলো বাধা আঁতৰি হাঁহি উজলিব ৩ৰাশিৰ ওঁঠত, বাঢ়িব বেংক বেলেন্স

শনিৰ কৃপাত আগন্তুক ৮৪ দিনত সকলো বাধা আঁতৰি হাঁহি উজলিব ৩ৰাশিৰ ওঁঠত, বাঢ়িব বেংক বেলেন্স

হাৰ্দিকৰ সৈতে সম্পৰ্কত থাকোতেই প্ৰাক্তন প্ৰেমিকৰ কাষলৈ যায় নাতাশা? বিচ্ছেদ সঁচা নেকি হাৰ্দিক-নাতাশাৰ?

হাৰ্দিকৰ সৈতে সম্পৰ্কত থাকোতেই প্ৰাক্তন প্ৰেমিকৰ কাষলৈ যায় নাতাশা? বিচ্ছেদ সঁচা নেকি হাৰ্দিক-নাতাশাৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.