• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ কৃপাত আগন্তুক ৮৪ দিনত সকলো বাধা আঁতৰি হাঁহি উজলিব ৩ৰাশিৰ ওঁঠত, বাঢ়িব বেংক বেলেন্স

শনিৰ কৃপাত আগন্তুক ৮৪ দিনত সকলো বাধা আঁতৰি হাঁহি উজলিব ৩ৰাশিৰ ওঁঠত, বাঢ়িব বেংক বেলেন্স

2 years ago
সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

5 minutes ago
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

1 hour ago
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

2 hours ago
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

2 hours ago
দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

দিল্লীৰ প্ৰতিবাদত নেহা বৰাই পিন্ধা টি-ছাৰ্টক লৈ চৰ্চা

3 hours ago
Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

Pension Rules: নাপাব পেঞ্চন, যদি ৩০ নৱেম্বৰৰ ভিতৰত নকৰে এই কাম!

5 hours ago
Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

Salman Khan: হোটেলৰ কোঠাত নায়িকাক স্পৰ্শ চলমানৰ, তাৰ পিছত…

5 hours ago
SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

SBI Schemes: কষ্টোপাৰ্জিত ধনৰ ওপৰত কৰ ৰেহাইৰ লগতে শক্তিশালী সুতৰ হাৰ বিচাৰিছে নেকি? জানক বিনিয়োগৰ সৰ্বোত্তম বিকল্প

6 hours ago
আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

আৰ্থিক উন্নতিৰ পৰা কেৰিয়াৰলৈ… কাইলৈ কোন ৰাশিৰ কেনে যাব দিনটো?

6 hours ago
মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

মাজ আকাশত বিমান হাইজেক! ২৫০ গৰাকী ভাৰতীয় যাত্ৰী থকা এয়াৰ ইণ্ডিয়া বিমানত হাহাকাৰ

7 hours ago
Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

Diwali 2026: ৮ নৱেম্বৰ নে ৯ নৱেম্বৰ? অসমত কেতিয়া কৰিব দীপাৱলী উদযাপন জানক

7 hours ago
হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

হেৰুৱাব পিতৃ হোৱাৰ স্বপ্ন, যদি পেন্টৰ জেপত ৰাখে মোবাইল ফোন!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ কৃপাত আগন্তুক ৮৪ দিনত সকলো বাধা আঁতৰি হাঁহি উজলিব ৩ৰাশিৰ ওঁঠত, বাঢ়িব বেংক বেলেন্স

শনিৰ কৃপাত আগন্তুক ৮৪ দিনত সকলো বাধা আঁতৰি হাঁহি উজলিব ৩ৰাশিৰ ওঁঠত, বাঢ়িব বেংক বেলেন্স

editor by editor
May 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
শনিৰ কৃপাত আগন্তুক ৮৪ দিনত সকলো বাধা আঁতৰি হাঁহি উজলিব ৩ৰাশিৰ ওঁঠত, বাঢ়িব বেংক বেলেন্স
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এই বছৰ শনিয়ে নিজৰ মূল ত্ৰিকোণ ৰাশি কুম্ভত ভ্ৰমণ কৰিছে। এই ৰাশিৰ ওপৰিও পূৰ্বাভাদ্ৰাপদ নক্ষত্ৰ অৱস্থান কৰিছে এই গ্ৰহই। আগন্তুক ৩ অক্টোবৰ পৰ্যন্ত এই নক্ষত্ৰত কৰ্মফলদাতা শনিৰ গোচৰ হব। কিন্তু ৩ অক্টোবৰ পৰ্যন্ত পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ বিভিন্ন পৰ্যায়ত শনিয়ে বিচৰণ কৰিব। এই সময়ত এই নক্ষত্ৰৰ দ্বিতীয় পৰ্যায়ত শনিয়ে অৱস্থান কৰিছে। আগন্তুক ১৮ আগষ্ট পৰ্যন্ত দ্বিতীয় পৰ্যায়ত শনিয়ে ভ্ৰমণ কৰি তিনি ৰাশিৰ জাতকে সাফল্যৰ চূড়াত অৱস্থান কৰিব। কোন কোন ৰাশিৰ জাতক এই সময়ত লাভৱান হব জানি থওক সবিশেষ।

মেষ ৰাশি

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় পদত শনিৰ প্ৰৱেশ লাভজনক প্ৰমাণিত হব। অৰ্থাভাৱৰ পৰা মুক্তি পাব। পৈতৃক সম্পত্তি লাভৰ সম্ভাৱনা আছে। আয়ৰ নতুন উৎস মুকলি হব। সমাজত মান সন্মান বৃদ্ধি পাব। দীৰ্ঘদিন ধৰি ৰৈ থকা ধন উভতাই পাব। চাকৰিয়াল জাতকো লাভাম্বিত হব। ধন বাঢ়িব। বাহন, সম্পত্তি ক্ৰয় কৰাৰ পৰিকল্পনা থাকিলে সফল হব। দাম্পত্য জীৱনলৈ আনন্দৰ আগমন হব। সন্তানৰ তৰফৰ পৰা সু সংবাদ লাভ কৰিব।

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকৰ বাবে এই সময় অনুকূল। দীৰ্ঘদিন ধৰি পাবলগীয়া কোনো ধন লাভ কৰিব। আইনী গোচৰত সমাধান পাব। ইয়াৰোপৰি পুৰণি কোনো বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ লাভ কৰিব।

কুম্ভ ৰাশি

পূৰ্বাভাদ্ৰপদ নক্ষত্ৰৰ দ্বিতীয় পৰ্যায়ত শনিৰ বিচৰণ কুম্ভৰ জাতকৰ বাবে লাভজনক প্ৰমাণিত হব। আয় বৃদ্ধি পাব কুম্ভ ৰাশিৰ জাতকৰ। দীৰ্ঘদিন ধৰি ৰৈ থকা কাম সম্পন্ন হব। শাৰীৰিক আৰু মানসিক সমস্যাৰ পৰা মুক্তি পাব। কৰ্মক্ষেত্ৰত সকলোৰে প্ৰশংসা পাব। সহকৰ্মীসকলৰ কোনো কথা আপুনি সহ্য কৰিব নোৱাৰিব পাৰে। সতৰ্ক থাকক। সহজেই সকলো চেলেঞ্জৰ মোকাবিলা কৰিব পাৰে। পৰিয়ালৰ সৈতে ভাল সময় কটাব। কোনো ব্যৱসায়ত পৰিশ্ৰম কৰিলে লাভ পাব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ
নিয়োগ

সুখবৰ! দুৰ্গা পূজাৰ পূৰ্বে এইসকল কৰ্মচাৰীয়ে পাব মোটা অংকৰ বোনাছ

October 14, 2026
হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা
অসম

হৃদয়বিদাৰক! ৰাজ্যত কেতিয়াও নঘটা ঘটনা

October 14, 2026
চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ
অপৰাধ

চৰম শাস্তিৰ ৰায়ৰ পিছতে আদালতত কাতৰ আহ্বান মুস্কানৰ

October 14, 2026
‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য
ভাৰত

‘আমেৰিকাৰ পৰা ধন লাভ কৰে CJP-এ’ মাৰ্কিন কণ্ঠশিল্পীৰ বিস্ফোৰক মন্তব্য

October 14, 2026
Next Post
হাৰ্দিকৰ সৈতে সম্পৰ্কত থাকোতেই প্ৰাক্তন প্ৰেমিকৰ কাষলৈ যায় নাতাশা? বিচ্ছেদ সঁচা নেকি হাৰ্দিক-নাতাশাৰ?

হাৰ্দিকৰ সৈতে সম্পৰ্কত থাকোতেই প্ৰাক্তন প্ৰেমিকৰ কাষলৈ যায় নাতাশা? বিচ্ছেদ সঁচা নেকি হাৰ্দিক-নাতাশাৰ?

হিটষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

হিটষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.