• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিটষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

হিটষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

2 years ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

8 minutes ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

48 minutes ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

2 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

2 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

3 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

3 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

4 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

5 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

5 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ বাবে ভাল খবৰ! প্ৰায় ১৮ লাখ টকা বকেয়া কৰিব লাভ

6 hours ago
শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

শৰীৰত ইউৰিক এচিড বাঢ়িলে কি কি লক্ষণে দেখা দিয়ে?

6 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, September 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হিটষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

হিটষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?

editor by editor
May 26, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
হিটষ্ট্ৰোকৰ লক্ষণ আৰু প্ৰতিৰোধৰ উপায় কি? কেনেকৈ ৰক্ষা পাব হিটষ্ট্ৰোকৰ পৰা?
0
SHARES
440
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশৰ বিভিন্ন কোণৰ পৰা আহিছে হিটষ্ট্ৰোকৰ খবৰ৷ হিটষ্ট্ৰোকত আক্ৰান্ত হৈ বহুজনে মৃত্যুকো সাবটি লৈছে৷ এই পৰিস্থিতিত জটিলতাৰ পৰা ৰক্ষা পাবলৈ এই ৰোগ সম্পৰ্কে পূৰ্বেই জানি লোৱাটো খুবেই জৰুৰী৷

হিট ষ্ট্ৰোক কি?

বহু সময়ত প্ৰচণ্ড গৰমত আমাৰ শৰীৰে নিজৰ স্বাভাৱিক তাপমাত্ৰা ধৰি ৰাখিব নোৱাৰে৷ ফলত দেহত তাপমাত্ৰাই  ১০৪ ডিগ্ৰী ফাৰেনহাইটৰ গণ্ডি পাৰ হৈ যায়৷ এই সমস্যাই হৈছে হিট ষ্ট্ৰোক৷ মনত ৰাখিব হিট ষ্ট্ৰোক এক জটিল অসুখ৷ ঠিক সময়ত ব্যৱস্থা নল’লে ব্ৰেইন, হাৰ্ট, কিডনী আৰু পেশীৰ ভয়াৱহ ক্ষতি হ’ব পাৰে৷ এই ৰোগক লৈ প্ৰথমৰ পৰাই সাৱধান হওক৷

কিয় হয় হিটষ্ট্ৰোক?

সাধাৰণতে দীৰ্ঘসময় ধৰি ৰ’দত থাকিলে এই সমস্যাই দেখা দিয়াৰ আশংকা থাকে৷ ৰ’দ নথকাকৈ কোনো বন্ধ ঘৰত আৱদ্ধ হৈ থাকিলে, অত্যধিক তাপমাত্ৰাত কোনো কাৰখানাত কাম কৰিলে, গৰমত অত্যধিক এক্সাৰছাইজ বা শাৰীৰিক পৰিশ্ৰম কৰিলে এই ৰোগত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে৷ হিট ষ্ট্ৰোক যিকোনো মানুহৰেই হ’ব পাৰে৷ সাধাৰণতে মধ্যবয়সীয়া ব্যক্তি আৰু ষাঠিৰ উৰ্ধৰ লোক হিটষ্ট্ৰোকত আক্ৰান্ত হয়৷

এইকেইটা লক্ষণ দেখিলেই সাৱধান হওক

চিকিৎসকে জনোৱা অনুসৰি দেহত এইসমূহ লক্ষণ ফুটি উঠিলে,

  1. শৰীৰ খুব গৰম হৈ পৰে
  2. অত্যধিক ঘাম ওলাই
  3. মূৰ ঘূৰাই
  4. চকুৰে ক’লা ক’লা দেখা
  5. হাৰ্ট ৰেট বাঢ়ি যোৱা
  6. শ্বাস-প্ৰশ্বাসৰ স্পিড বাঢ়ি যোৱা

শৰীৰত এইকেইটা লক্ষণে দেখা দিয়ে কোনো ঠাণ্ডা এলেকাত বহি দিয়ক৷ প্ৰচুৰ পৰিমাণে পানী আৰু ৱাৰেছ খাওক৷ শৰীৰ তেতিয়াও ভাল নালাগিলে চিকিৎসকৰ পৰামৰ্শ ততাতৈয়াকৈ লওক৷ হিটষ্ট্ৰোকত আক্ৰান্ত ৰোগীৰ বহুতেই হঠাৎ অজ্ঞান হৈ পৰে৷ এই পৰিস্থিতিত তেওঁক ঘৰত নাৰাখি দ্ৰুততৰভাৱে হাস্পতাললৈ লৈ যাওক৷ এই কাম কৰিলেই ৰোগীও সোনকালে সুস্থ হৈ উঠিব৷

ৰোগ প্ৰতিৰোধৰ উপায়

হিটষ্ট্ৰোকৰ পৰা ৰক্ষা পাবলৈ এইকেইটা নিয়ম মানি চলিব পাৰে

  1. কাঢ়া ৰ’দত বাহিৰলৈ নোলাব
  2. বাহিৰলৈ উলাই আহিলে হাতত ছাতি নতুবা মূৰত এটা টুপি পিন্ধিব
  3. টান কাপোৰ নিপিন্ধিব, পাতল কঁপাহী কাপোৰ পিন্ধিব
  4. পৰ্যাপ্ত পৰিমাণে পানী খাওক
  5. ডাবৰ পানী ৱাৰেছ আদিও খাব পাৰে
  6. মদ, বিয়েৰ আদি এই সময়ত নাখাব

(Disclaimer: প্রতিবেদনটো সচেতনতার উদ্দেশ্যেহে লিখা হৈছে। কোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ লওক)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল
অপৰাধ

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

September 22, 2026
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী
বিনোদন

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

September 22, 2026
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন
অপৰাধ

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

September 22, 2026
Next Post
আয় কমিলেও সুখৰ জীৱন কটাব,মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

আয় কমিলেও সুখৰ জীৱন কটাব,মানি চলক এইকেইটা নিয়ম, হোৰাহোৰে বাঢ়িব আপোনাৰ বেংক বেলেন্স

মহাদেৱৰ ত্ৰিশূলৰ ওপৰতেই বেনাৰছ অৱস্থিত! জানক বাব বিশ্বনাথৰ অপাৰ ৰহস্যৰ কথা

মহাদেৱৰ ত্ৰিশূলৰ ওপৰতেই বেনাৰছ অৱস্থিত! জানক বাব বিশ্বনাথৰ অপাৰ ৰহস্যৰ কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.