• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
উত্তৰ পূৱৰ প্ৰথম ৰবট শিক্ষয়ত্ৰী, গুৱাহাটীৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৰবটে

উত্তৰ পূৱৰ প্ৰথম ৰবট শিক্ষয়ত্ৰী, গুৱাহাটীৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৰবটে

2 years ago
ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

ভূতৰ অস্তিত্ব সঁচাকৈয়ে আছে নেকি?

14 hours ago
পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

পঞ্চকৰ সময়ত ভুলতো নকৰিব এই ৫টা কাম!

14 hours ago
‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

‘ছালৱাৰ টনা, বুকুত বলপূৰ্বক স্পৰ্শ ধ*ৰ্ষণৰ চেষ্টা নহয়’

15 hours ago
অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

অবিশ্বাস্য, অকল্পনীয়! ইনষ্টাগ্ৰামৰ প্ৰেমৰ বাবেই ৩ সন্তানৰ প্ৰাণ কাঢ়িলে মাতৃয়ে

16 hours ago
এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

এলিয়েনৰ আগমন, তৃতীয় বিশ্বযুদ্ধ নে AIৰ ৰাজত্ব?

16 hours ago
শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

শীঘ্ৰেই ছ’চিয়েল মিডিয়া ব্যৱহাৰত নতুন নিয়ম

16 hours ago
ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

ডায়েবেটিছ নিয়ন্ত্ৰণ আৰু ওজন কমাবলৈ, নিয়মীয়াকৈ লৈ আছে নেকি এইবিধ ঔষধ?

17 hours ago
পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

পুনৰ বন বিভাগৰ বুলড’জাৰৰ গৰ্জন

19 hours ago
ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

ভগ্নীক হ*ত্যা কৰি নিজকো শেষ কৰিলে আৰক্ষী কনিষ্টবলে

19 hours ago
যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

যি iphoneৰ বাবে সমগ্ৰ বিশ্ব উন্মাদ…

20 hours ago
আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন ৰাশিয়ে হ’ব লাগিব সাৱধান?

20 hours ago
মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

মেঘালয়ত বিজেপিৰ শক্তিবৃদ্ধি! UDPৰ ৮ বিধায়কৰ বিজেপিত যোগ

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, September 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

উত্তৰ পূৱৰ প্ৰথম ৰবট শিক্ষয়ত্ৰী, গুৱাহাটীৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৰবটে

editor by editor
May 26, 2024
in Uncategorized
0
উত্তৰ পূৱৰ প্ৰথম ৰবট শিক্ষয়ত্ৰী, গুৱাহাটীৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৰবটে
0
SHARES
971
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ পূৱৰ প্ৰথম ৰবট শিক্ষয়ত্ৰী, গুৱাহাটীৰ এইখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰিলে ৰবটে

অসমৰ এখন বিদ্যালয়ত ৰবট শিক্ষয়ত্ৰী। ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় ৰবট শিক্ষত্ৰীৰ। ছাত্ৰই শোধা প্ৰশ্নৰ উত্তৰো দিছে বৰ সুন্দৰকৈ। উত্তৰ পূৱৰ ভিতৰতে এইয়ে প্ৰথম এনে ৰবট শিক্ষয়ত্ৰী। সুন্দৰকৈ মেখেলা চাদৰ পৰিহীতৈ ৰবট শিক্ষয়ত্ৰী এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু।

‘আইৰিছ’ নামৰ এই ৰবট শিক্ষয়ত্ৰী আছে গুৱাহাটীৰ আগশাৰীৰ শিক্ষনুষ্ঠান ৰয়েল গ্ল’ৱেলত আছে। শিক্ষনুষ্ঠানখনত উত্তৰ পূৱৰ প্ৰথম কৃত্ৰিম বুদ্ধিমত্তাসম্পন্ন শিক্ষয়িত্ৰী।

শ্ৰেণীকোঠাত সুন্দৰভাৱে ছাত্ৰ-ছাত্ৰীৰ সৈতে মত বিনিময় কৰে ৰবটগৰাকীয়ে। ছাত্ৰই হিম’গ্ল’বিন সম্পৰ্কে সোধাত সুন্দৰভাৱে তাৰ বৰ্ণনা কৰে। ৰবট তথা যন্ত্ৰমানৱীৰ সৈতে সহজভাৱে মিলি পৰিছে ছাত্ৰ-ছাত্ৰী সকল। বিভিন্ন বিষয়ে আলোচনা কৰে চাদৰ মেখেলা পিন্ধা ৰবট শিক্ষয়ত্ৰীৰ সৈতে।

প্ৰশ্ন সমূহ পাঠ্যক্ৰমৰ ভিতৰৰ হওক বা যিকোনো বিষয়ৰ ওপৰতে হওক, আইৰিচে তৎক্ষণাত উদাহৰণেৰে সৈতে উত্তৰ দিব পাৰে। ছাত্ৰ – ছাত্ৰীসকলে ৰবটৰ কৰমৰ্দনলৈকে কৰা কাৰ্যাৱলী ভালদৰে উপভোগ কৰিলে, যাৰ দ্বাৰা শিক্ষণ প্ৰক্ৰিয়া আনন্দময় আৰু ব্যস্ততাপূৰ্ণ হয়।

আইৰিচৰ কণ্ঠস্বৰ সংগত আৰু সংযতৰ ব্যৱস্থা আছে, যাৰ দ্বাৰা ছাত্ৰ – ছাত্ৰীৰ লগত ভাৱ বিনিময় কৰিবলৈ সুবিধা হৈছে। এই ৰবটটো ‘মেকাৰ লেবচ্ এডু টেক’ নামৰ সংস্থাটোৰ সহযোগত ‘অটল টিংকাৰিং লেব (ATL) প্ৰকল্পৰ অধীনত নীতি আয়োগে প্ৰস্তুত কৰি উলিয়াইছে।

আইৰিছৰ আগমনে এতিয়া শিক্ষাজগতত বিশেষ অৰিহনা যোগাব। গুৱাহাটী তথা অসমকে ধৰি উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষা ব্যৱস্থাৰ বহুল পৰিৱৰ্তনৰ লগতে ছাত্ৰ – ছাত্ৰীৰ বাবে শিক্ষা গ্ৰহণ অধিক আকৰ্ষণীয়, মনোগ্ৰাহী কৰি তুলিব এই মানৱীযন্ত্ৰ আইৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assamAssam SchoolguwahatiGuwahati SchoolRobot Teacher
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
বুঢ়া মঙলবাৰে হ’বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত

বুঢ়া মঙলবাৰে হ'বলৈ গৈ আছে বিশেষ শুভ যোগ, হনুমানে কৃপা কৰিব এই ৰাশিৰ লোকৰ ওপৰত

হঠাতে ২৫০০০ ফুট উচ্চতাত ২০০ যাত্ৰী থকা বিমানৰ ভিতৰত হাহাকাৰ, কোনোমতে বিমান ধ্বংস হোৱাৰ পৰা ৰক্ষা

হঠাতে ২৫০০০ ফুট উচ্চতাত ২০০ যাত্ৰী থকা বিমানৰ ভিতৰত হাহাকাৰ, কোনোমতে বিমান ধ্বংস হোৱাৰ পৰা ৰক্ষা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.