• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ আন এক অগ্নিকাণ্ডৰ শিহৰণকাৰী ঘটনা, হাস্পতালত হোৱা ঘটনাত ৭ নৱজাত শিশুৱে হেৰুৱালে প্ৰাণ

পুনৰ আন এক অগ্নিকাণ্ডৰ শিহৰণকাৰী ঘটনা, হাস্পতালত হোৱা ঘটনাত ৭ নৱজাত শিশুৱে হেৰুৱালে প্ৰাণ

2 years ago
বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

বিতৰ্কৰ আৱৰ্তত শ্বাহৰুখ খানৰ ‘KING’

40 minutes ago
আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

আৰক্ষীৰ ভুলৰ বাবেই ঘাতক হ’ল নেকি ঘনকান্ত?

1 hour ago
স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

স্বৰ্ণ পদক বিজয়ী জেভলিন থ্ৰোৱাৰ নীৰজ যাদৱ আৰু নাই

2 hours ago
এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

এতিয়া কি হ’ব ঘাতক ঘনকান্তৰ পত্নীৰ?

3 hours ago
চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

3 hours ago
ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ভয়ংকৰ দুৰ্ঘটনাত পতিত দুখনকৈ ৰে’ল, ৩৯জনৰ মৃত্যু, মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

4 hours ago
চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

চৰম মিছলীয়া ঘাতক ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

4 hours ago
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

8 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

ঘাতক ঘনকান্তৰ গাৰ নোম এডালো লৰাব নোৱাৰিব অসম আৰক্ষীয়ে! দিব লাগিব সুৰক্ষা, কিয়?

10 hours ago
নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

নিথৰুৱা হ’ল দেৱৰ্ষি-ৰিণিকাৰ দুই কণমানি! নিমিষতে থানবান এটা সুখী পৰিয়াল

11 hours ago
হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

হোটেল বিলাস ইনৰ ঘটনাই নিমিষতে তচনচ কৰিলে এটা পৰিয়াল, কোনে কাক দিলে মুখাগ্নি?

11 hours ago
ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

ভাগ্যৱান ৩ ৰাশিৰ জাতক-জাতিকা, সুবিধা পাব ৰাজভোগৰ!

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

পুনৰ আন এক অগ্নিকাণ্ডৰ শিহৰণকাৰী ঘটনা, হাস্পতালত হোৱা ঘটনাত ৭ নৱজাত শিশুৱে হেৰুৱালে প্ৰাণ

editor by editor
May 26, 2024
in ভাৰত
0
পুনৰ আন এক অগ্নিকাণ্ডৰ শিহৰণকাৰী ঘটনা, হাস্পতালত হোৱা ঘটনাত ৭ নৱজাত শিশুৱে হেৰুৱালে প্ৰাণ
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ আন এক অগ্নিকাণ্ডৰ শিহৰণকাৰী ঘটনা, হাস্পতালত হোৱা ঘটনাত ৭ নৱজাত শিশুৱে হেৰুৱালে প্ৰাণ

গুজৰাটৰ গেমিং জ’নৰ ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনাৰ পাছত আহিছে আন এক শোকৱাহ অগ্নিকাণ্ডৰ ঘটনা। এখন হাস্পতালত সংঘটিত হোৱা অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে ৭ টি কৈ নৱজাত শিশুৱে।

ৰাজধানী দিল্লীৰ এখন হাস্পতালত সংঘটিত হৈছে এই ঘটনা। নৱজাত শিশু ৰখা কেয়াৰ চেণ্টাৰতে সংঘটিত হয় এই অগ্নিকাণ্ড। যাৰ ফলতে প্ৰাণ হেৰুৱাই ৭
টিকৈ শিশুৱে। মুঠ ১২ টা শিশু আছিল বেবী কেয়াৰ হল টোত। অন্য ৫ টি শিশুৱো আহত হয় এই অগ্নিকাণ্ডৰ ফলত।

দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ এটা বেবী কেয়াৰ চেণ্টাৰত শনিবাৰে গভীৰ নিশা সংঘটিত হয় এক অগ্নিকাণ্ড। বৰ্তমানে ৫টা শিশু চিকিৎসালয়ত ভৰ্তি হৈ আছে।

অগ্নিনিৰ্বাপক বাহিনীয়ে জনোৱা মতে, নিশা প্ৰায় ১১.৩২ মান বজাত ফোন আহে এই অগ্নিকাণ্ডটোৰ বাবে । খবৰ লাভৰ লগে লগে ৯ খন অগ্নিনিৰ্বাপক বাহিনীৰ নিবিদা সেই স্থানলৈ প্ৰেৰণ কৰে। বিষয়াসকলে জনোৱা মতে, হাস্পতালখনৰ পৰা ১২টা নৱজাতক উদ্ধাৰ কৰা হৈছিল। কিন্তু পাছলৈ ৭ টিৰ মৃত্যু হয়।

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: babybaby care hospital firebaby case centerdelhidelhi hospitalMassive fire
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া
ভাৰত

চৰকাৰৰ বৃহৎ সিদ্ধান্ত, বৃদ্ধি হ’ল অ’টোৰ ভাড়া

October 28, 2026
‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী
ভাৰত

‘অৰ্ণৱ’ৰ তাণ্ডৱ আৰম্ভ! কেইবাটাও প্ৰান্তত প্ৰবল বৃষ্টিপাত, প্ৰশাসনৰ সতৰ্কবাণী

October 28, 2026
ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী
ভাৰত

ভয়ংকৰ ৰূপত আহিছে ‘অৰ্ণৱ’, কেইবাখনো ৰাজ্যলৈ সতৰ্কবাণী

October 27, 2026
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?
ৰাজনীতি

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

October 27, 2026
Next Post
ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

ধ্বংসলীলা চলাবলৈ আহি আছে ঘূৰ্ণীবতাহ ৰেমাল, উত্তৰ-পূৱৰ কেইবাখনো ৰাজ্যলৈ ৰেড এলাৰ্ট, বহু হাজাৰ লোকক স্থানান্তৰিত

হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম

হাৰ্দিক-নতাশা ডিভোৰ্ছ, ফুটা কড়িয়ো নাপায় নতাশাই, হাৰ্দিকে কৰি থৈছে অতিকে বুদ্ধিৰ কাম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.