• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেনেকৈ নিৰ্বাচিত হয় দেশৰ ৰাষ্ট্ৰপতি?

কেনেকৈ নিৰ্বাচিত হয় দেশৰ ৰাষ্ট্ৰপতি?

4 years ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

43 minutes ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

1 hour ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

2 hours ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

3 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

3 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

3 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

4 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

5 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

6 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

7 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কেনেকৈ নিৰ্বাচিত হয় দেশৰ ৰাষ্ট্ৰপতি?

কেনেকৈ নিৰ্বাচিত হয় দেশৰ ৰাষ্ট্ৰপতি?

editor by editor
June 25, 2022
in অসম, ভাৰত, ৰাজনীতি
0
কেনেকৈ নিৰ্বাচিত হয় দেশৰ ৰাষ্ট্ৰপতি?
0
SHARES
878
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন৷ এই নিৰ্বাচনত ভাগ ল’ব দেশৰ সাংসদ আৰু বিধায়কসকলে। ভাগ ল’ব ৰাজ্যসভাৰ সাংসদে, লোকসভা আৰু প্ৰতিখন ৰাজ্যৰ বিধায়কে।

পৰোক্ষভাৱে নিৰ্বাচিত হোৱা ৰাষ্ট্ৰপতিৰ এই নিৰ্বাচনত বিধায়কসকলৰ ভোটৰ মূল্য নিৰূপিত হ’ব ৰাজ্যখনৰ জনসংখ্যাৰ ওপৰত৷ ১৯৭১ৰ লোকপিয়ল মতে নিৰ্ণয় হ’ব বিধায়কৰ ভোটৰ মূল্য। এই সূত্ৰৰ আধাৰত উত্তৰ প্ৰদেশৰ বিধায়কৰ ভোটৰ মূল্য হ’ল সৰ্বাধিক।

৪০৩ জন বিধায়ক থকা উত্তৰ প্ৰদেশৰ এজন বিধায়কৰ ভোটৰ মূল্য ২০৮। সেই হিচাপত উত্তৰ প্ৰদেশত ৪০৩ক ২০৮ৰে পূৰণ কৰিলে হ’ব ৮৩,৮২৪।

এই বৃহৎ অংকৰ ভোটৰ মূল্য আছে উত্তৰ প্ৰদেশত৷ একেদৰে ’৭১ৰ লোকপিয়ল অনুসৰে জনসংখ্যা কম থকা হেতুকে চিকিমৰ এজন বিধায়কৰ ভোটৰ মূল্য ৭।

ৰাজ্যখনত আছে ৩২ জন বিধায়ক৷ চিকিমৰ গোটেইকেইজন বিধায়কৰ ভোটৰ মূল্য হ’ল ২০৪। ভাৰতৰ বিভিন্ন ৰাজ্যৰ সৰ্বমুঠ বিধায়কৰ সংখ্যা হ’ল ৪,০৩৩ জন।

ভোটৰ মূল্য ৫,৪৩,২৩১ একেদৰে ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাজ্যসভা আৰু লোকসভাৰ সাংসদসকলে৷

উভয় সদনৰ সাংসদৰ সংখ্যা ৭৭৬। এজন সাংসদৰ ভোটৰ মূল্য ৭০৮। সাংসদসকলৰ সৰ্বমুঠ ভোটৰ মূল্য ৫,৪৩,২০০।

উল্লেখ্য যে দেশৰ বিধায়ক আৰু সাংসদসকলৰ ভোটৰ মূল্য হ’ল ১০,৮৪,০০০৷ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ নিয়ম অনুসাৰে প্ৰাৰ্থী জয়ী হ’বলৈ লাগিব ৫০ শতাংশ ভোটৰ বেছি এই হিচাপত দেখা যায়,

বৰ্তমান ndaৰ পক্ষত আছে ৪৮ শতাংশ ভোট, upaৰ ২৪ শতাংশ, tmcৰ ৫.৪ শতাংশ, ysrৰ ৪ শতাংশ, bjdৰ ২.৮৫ শতাংশ, lfৰ ২.৫০ শতাংশ। এই পৰিসংখ্যাই দেখুৱাইছে দ্ৰৌপদী মূৰ্মুৰ বাবে এতিয়াও প্ৰয়োজন আছে ২ শতাংশৰ অধিক ভোট।

কিন্তু মায়াৱতীৰ বহুজন সমাজবাদী পাৰ্টী, ysrৰ জগমোহন ৰেড্ডী, bjdৰ নবীন পাটনায়ক, বিহাৰৰ জিতৰাম মাঝিৰ লগতে ঝাৰখণ্ড মুক্তি মৰ্চাই দ্ৰৌপদী মূৰ্মুক ভোট প্ৰদান যে কৰিব তাৰ ইংগিত ইতিমধ্যে পোৱা গৈছে৷

এনে প্ৰেক্ষাপটত বিৰোধী প্ৰাৰ্থী যশোৱন্ত সিনহাৰ পৰাজয় একপ্ৰকাৰ নিশ্চিত হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assamassam congressassam ka newsassam ka tazza khabarastrologyAtul Boraaxom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assambjpcovid vaccineDAILY ASTROLOGYdaily horoscope for today in assamesehoroscope for todayhoroscope in assameseindiaRATNA KUBER HOROSCOPE ADVICERussia Ukraine invasionsarbananda sonowal
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?
অসম

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

October 6, 2026
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক
অসম

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

October 6, 2026
Next Post
দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল

দ্ৰৌপদী মূৰ্মুক লৈ বিজেপিৰ চমৎকাৰী খেল

বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। শিৱসেনাত বিসম্বাদৰ কাৰণ কি?

বিসম্বাদত কম্পমান মহাৰাষ্ট্ৰ চৰকাৰ। শিৱসেনাত বিসম্বাদৰ কাৰণ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.