• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহাকুম্ভত মহিলাই স্নান কৰা ভিডিঅ’ বিক্ৰি হৈছে ২০০০-৩০০০ টকাত, কোনকেইটা চাইটত প্ৰকাশ পাইছে এই বেআইনী ভিডিঅ’?  এক্সন মুড অন UP আৰক্ষীৰ, কি হ’ব শাস্তি?

মহাকুম্ভত মহিলাই স্নান কৰা ভিডিঅ’ বিক্ৰি হৈছে ২০০০-৩০০০ টকাত, কোনকেইটা চাইটত প্ৰকাশ পাইছে এই বেআইনী ভিডিঅ’? এক্সন মুড অন UP আৰক্ষীৰ, কি হ’ব শাস্তি?

2 years ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

35 minutes ago
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

2 hours ago
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

15 hours ago
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

15 hours ago
Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

Neena Gupta: ‘হয়, মই গৰ্ভৱতী!’ নীনা গুপ্তাই এয়া কি দিলে?

16 hours ago
এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

এল পি জি সংযোগ কেনেকৈ স্থানান্তৰ কৰিব? ঘৰ সলনি কৰিলে নকৰিব ভুল!

16 hours ago
উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

উত্তৰ-পূব ভাৰতৰ প্ৰথম ৰাজ্য কোনখন? ৯৯% লোকে নাজানে সঠিক উত্তৰ

17 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

১৩ ছেপ্তেম্বৰত সলনি হ’ব বুধৰ গতি, ৩ ৰাশিত হ’ব ধনৰ বৰষুণ!

17 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ সাৱধান ৩ ৰাশি! আপোনাৰ বাবে কেনেকুৱা হ’ব দেওবাৰৰ দিনটো জানক

18 hours ago
১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

১৯ ছেপ্তেম্বৰ তাৰিখে গাড়ীৰ ভাড়া বিনামূলীয়া! কিয় এই সিদ্ধান্ত মণ্টু কলিতাৰ?

18 hours ago
ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

ৰুদ্ৰাক্ষই সলাব জীৱন! আপোনাক কেনেকৈ প্ৰভাৱিত কৰিব জানক

19 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

জ্বৰ নোহোৱাকৈও হ’ব পাৰে ডেংগু? চিকিৎসকৰ পৰা জানক লক্ষণসমূহ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহাকুম্ভত মহিলাই স্নান কৰা ভিডিঅ’ বিক্ৰি হৈছে ২০০০-৩০০০ টকাত, কোনকেইটা চাইটত প্ৰকাশ পাইছে এই বেআইনী ভিডিঅ’? এক্সন মুড অন UP আৰক্ষীৰ, কি হ’ব শাস্তি?

মহাকুম্ভত মহিলাই স্নান কৰা ভিডিঅ’ বিক্ৰি হৈছে ২০০০-৩০০০ টকাত, কোনকেইটা চাইটত প্ৰকাশ পাইছে এই বেআইনী ভিডিঅ’? এক্সন মুড অন UP আৰক্ষীৰ, কি হ’ব শাস্তি?

editor by editor
February 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মহাকুম্ভত মহিলাই স্নান কৰা ভিডিঅ’ বিক্ৰি হৈছে ২০০০-৩০০০ টকাত, কোনকেইটা চাইটত প্ৰকাশ পাইছে এই বেআইনী ভিডিঅ’?  এক্সন মুড অন UP আৰক্ষীৰ, কি হ’ব শাস্তি?
0
SHARES
2.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুণ্যস্নানত গৈয়ো ৰেহাই নাই৷ মহিলা পুণ্যাৰ্থীসকলৰ স্নানৰ ভিডিঅ’ নিৰ্মাণ কৰি সেয়া বিক্ৰি কৰাৰ ৰমৰমীয়া ব্যৱসায় চলাইছে একাংশ দুষ্কৃতীকাৰীয়ে৷ প্ৰয়াগৰাজৰ মহাকুম্ভত একাংশ অসাধু লোকে আৰম্ভ কৰিছে এই ব্যৱসায়৷ মহিলাসকলৰ গোপনীয়তা লংঘন কৰি গোপন ভিডিঅ’ কৰি সেয়া বিক্ৰি কৰিছে হাজাৰ হাজাৰ ধনৰ বিনিময়ত৷ এক তদন্তত পোহৰলৈ আহিছে কেনেকৈ ভিডিঅ’ কৰা হৈছে, আৰু ক’ত এই ভিডিঅ’ বিক্ৰি কৰা হৈছে এই সমূহৰ সমগ্ৰ তথ্য৷ তদন্তৰ অন্তত তদন্তকাৰী দলে প্ৰকাশ কৰা তথ্য অনুসৰি মহাকুম্ভৰ স্নানৰ পাছত কাপোৰ সলোৱাৰ দৃশ্য ৰেকৰ্ড কৰি অনলাইনত সেই ভিডিঅ’ বিক্ৰি কৰা হৈছে৷ বিভিন্ন ছচিয়েল মিডিয়া প্লেটফৰ্মত এই আপত্তিকৰ কনটেণ্টসমূহ অৰ্থৰ বিনিময়ত বিক্ৰি কৰা হৈছে৷

এই বিষয়ে মহাকুম্ভ মেলাৰ দায়িত্বত থকা ডিআইজি বৈভৱ কৃষ্ণই কৰা এক মন্তব্য প্ৰকাশ পাইছে ৰাষ্ট্ৰীয় সংবাদমাধ্যমত৷ তেওঁ জনাইছে যে যিসকলে এই ধৰণৰ অপৰাধ কৰিছে তেওঁলোকক চিনাক্ত কৰি কঠোৰ ব্যৱস্থা লোৱা হ’ব৷ ফেছবুক, ইউটিউব আৰু ইনষ্টাগ্ৰামৰ দৰে প্লেটফৰ্মত মহিলাই স্নান কৰা আৰু কাপোৰ সলোৱাৰ হাজাৰ হাজাৰ ভি়ডিঅ’ ইতিমধ্যেই ভাইৰেল হৈ আছে৷ কিছু টেলিগ্ৰাম গ্ৰুপৰ লিংকৰ মাধ্যমেৰে এই ভিডিঅ’সমূহ শ্বেয়া কৰা হৈছে৷ আৰক্ষীৰ অনুসন্ধানত ইতিমধ্যে দুটা টেলিগ্ৰাম চেনেলৰ সন্ধান পোৱা গৈছে৷ তাতেই স্নানৰত মহিলাৰ ভিডিঅ’ শ্বেয়াৰ হৈ আছে৷

এই গ্ৰুপসমূহৰ নাম ক্ৰমে “Ganga River Open Bathing Group”, “Hidden Bath Videos Group” আৰু “Open Bath Videos Group”। টেলিগ্ৰাম এনালাইটিক্স প্লেটফৰ্ম টেলিমেট্ৰিয়ৰ তথ্য অনুসৰি ১২ ফেব্ৰুৱাৰীৰ পৰা ১৮ ফেব্ৰুৱাৰীৰ মাজত “open bathing” চাৰ্ছ টাৰ্মৰ ব্যৱহাৰ উল্লেখযোগ্যভাৱে বাঢ়িছে৷ এই ভিডিঅ’ আৰু ছবিত মহিলাসকলৰ স্নান বা গামোছাৰে নিজক ঢকা আদি ধৰণৰ ভিডিঅ’ দেখা গৈছে৷ এই গ্ৰুপসমূহত এণ্ট্ৰী ল’বৰ বাবে ১,৯৯৯ টকাৰ পৰা ৩,০০০ টকা পৰ্যন্ত ফিও লোৱা হৈছে৷ উল্লেখযোগ্য যে এই গ্ৰুপত থকা বহু ভিডিঅ’ পুৰণি৷ প্ৰয়াগৰাজৰ মহাকুম্ভৰেই নহয়, এইসমূহো মহাকুম্ভ ২০২৫ৰ সৈতে যুক্ত কৰি প্ৰচাৰ কৰা হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল  নতুন ঘৰৰ মালিকনী!
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া হ’ল নতুন ঘৰৰ মালিকনী!

September 13, 2026
কম বয়সত হাৰ্ট এটেক, এই ৫ টা অভ্যাসে বিপদ মাতিব আপোনাৰ!
জীৱনশৈলী

গৰমত বৃদ্ধি পায় নেকি হাৰ্ট এটেকৰ সমস্যা, অৱহেলা নকৰিব এইবোৰ লক্ষণ!

September 13, 2026
Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ
জীৱনশৈলী

Foul Breath: দাঁত ব্ৰাছ কৰাৰ পিছতো মুখৰ দুৰ্গন্ধ? আঁৰত আছে ডাঙৰ কাৰণ

September 12, 2026
১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ
জীৱনশৈলী

১৩ ছেপ্তেম্বৰ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! লাভৰ লগতে পাব সুখবৰ

September 12, 2026 - Updated on September 13, 2026
Next Post
দেশৰ বাবে আত্মবিসৰ্জন দিয়া অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী পঢ়িব লাগিব স্কুলীয়া ছাত্ৰই!NCERT-ক আবেদন জনালে কেন্দ্ৰই

দেশৰ বাবে আত্মবিসৰ্জন দিয়া অমিত শ্বাহৰ ৰাজনৈতিক উত্থানৰ কাহিনী পঢ়িব লাগিব স্কুলীয়া ছাত্ৰই!NCERT-ক আবেদন জনালে কেন্দ্ৰই

নিজৰ বীৰ্যতেই এলাৰ্জি! কিমান ভয়ানক এই ৰোগ? ২২ বছৰীয়া যুৱক আক্ৰান্ত হোৱা এই সংগম এলাৰ্জি কি?

নিজৰ বীৰ্যতেই এলাৰ্জি! কিমান ভয়ানক এই ৰোগ? ২২ বছৰীয়া যুৱক আক্ৰান্ত হোৱা এই সংগম এলাৰ্জি কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.