• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি? জনালে প্ৰিয়ংকাই…

৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি? জনালে প্ৰিয়ংকাই…

4 years ago
Vaibhav Sooryavanshi: ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে গঢ়িলে বিশ্ব অভিলেখ, পৰিগণিত হৈছে কনিষ্ঠতম অধিনায়ক হিচাপে!

Vaibhav Sooryavanshi: ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে গঢ়িলে বিশ্ব অভিলেখ, পৰিগণিত হৈছে কনিষ্ঠতম অধিনায়ক হিচাপে!

36 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

পুনৰ ভয়ংকৰ দুৰ্ঘটনা, তীব্ৰবেগী ট্ৰাকৰ তলত সোমাল যুৱক

1 hour ago
১৬ নৱেম্বৰত সূৰ্যই সলনি কৰিব গতিবিধি, কাৰ কাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিব প্ৰভাৱ?

১৬ নৱেম্বৰত সূৰ্যই সলনি কৰিব গতিবিধি, কাৰ কাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিব প্ৰভাৱ?

2 hours ago
সংকটত নৱপ্ৰজন্ম! উদ্ধাৰ পথ কি? ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে দেখুৱালে পথ

সংকটত নৱপ্ৰজন্ম! উদ্ধাৰ পথ কি? ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণে দেখুৱালে পথ

2 hours ago
বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!

শনিৰ কোপদৃষ্টিত অশান্তি? শনিবাৰে পাঠ কৰক এই বিশেষ মন্ত্ৰ!

4 hours ago
Post Office নে Bank FD, সৰ্বাধিক সুত ক’ত পোৱা যায়?

Post Office নে Bank FD, সৰ্বাধিক সুত ক’ত পোৱা যায়?

4 hours ago
ৰখাই থোৱা বাহনত টকাৰ পাহাৰ!

ৰখাই থোৱা বাহনত টকাৰ পাহাৰ!

5 hours ago
কাজিৰঙাৰ দুৰ্ঘটনাই উদঙালে স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ!

কাজিৰঙাৰ দুৰ্ঘটনাই উদঙালে স্বাস্থ্যখণ্ডৰ ফোপোলা স্বৰূপ!

6 hours ago
মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন

মদ্যপানৰ ক্ষেত্ৰত দেশৰ শীৰ্ষ ৫খন ৰাজ্যকেইখন

6 hours ago
১৩ বছৰীয়া কিশোৰীৰে ৯ লম্পটৰ কু-কাণ্ড

১৩ বছৰীয়া কিশোৰীৰে ৯ লম্পটৰ কু-কাণ্ড

6 hours ago
কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

কাজিৰঙা দুৰ্ঘটনাঃ এতিয়াৰে পৰা কঠোৰ হ’ব নেকি যান-বাহন আৰক্ষী?

8 hours ago
এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

এই ৪ ৰাশিৰ আৰম্ভ হ’ব সাড়ে সাতী সময়

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, November 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি? জনালে প্ৰিয়ংকাই…

editor by editor
March 29, 2023
in জীৱনশৈলী, বিনোদন, বিশ্ব, ভাৰত, স্বাস্থ্য
0
৩০ বছৰৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰিছিল, নিকক বিয়া কৰাবলৈকো আছিল অনীহা, কাৰণ কি? জনালে প্ৰিয়ংকাই…
0
SHARES
52.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২২ বৰ্ষৰ জানুৱাৰী মাহত মাতৃ হৈছে অভিনেত্ৰী প্ৰিয়ংকা চোপ্ৰা। চেৰগেছিৰ মাধ্যমেৰে জন্ম হৈছে প্ৰিয়ংকা নিকৰ সন্তান মালতি মেৰি চোপ্ৰা জোনাছৰ। মালতিৰ জন্মৰ পাছতেই আৰম্ভ হৈছিল বিতৰ্কৰ। কিয় চেৰগেছিৰ মাধ্যমেৰে মাতৃ হ’ল প্ৰিয়ংকা? মালতিৰ জন্মৰ এবছৰ পাৰ হ’লেও এই বিষয়টোৰ চৰ্চা যেন কমা নাই। সন্তান জন্মৰ এই প্ৰক্ৰিয়া বহুদিন পূৰ্বেই আৰম্ভ কৰিছিল প্ৰিয়ংকাই। ৩০ বছৰ বয়সৰ পৰাই ডিম্বানুৰ সংৰক্ষণ কৰি গৈছিল প্ৰিয়ংকাই। ইফালে নিকৰ সৈতেই যে বিয়া হ’ব সেই কথা তেওঁ তেতিয়া কল্পনাই কৰা নাছিল।

এই সন্দৰ্ভত প্ৰিয়ংকাই কয়, ‘মই সন্তান ভালপাওঁ। মই সকলো সময়তে সন্তান এটাৰ পৰিকল্পনা কৰি আছিলো। সেয়ে ৩০ বছৰ বয়সৰ পৰাই মই ডিম্বানুৰ সংৰক্ষণ কৰি আছিলো।’ বহুতেই হয়তো জানে প্ৰিয়ংকাৰ মাক এগৰাকী স্ত্ৰী ৰোগ বিশেষজ্ঞা। মাতৃৰ পৰামৰ্শ মানিয়েই এই পদক্ষেপ লৈছিল প্ৰিয়ংকাই। প্ৰিয়ংকাই নিজেই এই কথা স্বীকাৰ কৰি কয়, ‘মই উচ্চাকাংক্ষী, কেৰিয়াৰত মই সফলতা বিচাৰিছিলো। কিন্তু সেই সময়ত মই মনৰ মানুহ কাকো পোৱা নাছিলো, যাৰ সৈতে মই সন্তানৰ পৰিকল্পনা কৰিম। সেয়ে মায়ে দিয়া পৰামৰ্শ মানিয়েই মই এই কাম কৰিছিলো।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Vaibhav Sooryavanshi: ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে গঢ়িলে বিশ্ব অভিলেখ, পৰিগণিত হৈছে কনিষ্ঠতম অধিনায়ক হিচাপে!
বিনোদন

Vaibhav Sooryavanshi: ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে গঢ়িলে বিশ্ব অভিলেখ, পৰিগণিত হৈছে কনিষ্ঠতম অধিনায়ক হিচাপে!

November 14, 2026
১৬ নৱেম্বৰত সূৰ্যই সলনি কৰিব গতিবিধি, কাৰ কাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিব প্ৰভাৱ?
জীৱনশৈলী

১৬ নৱেম্বৰত সূৰ্যই সলনি কৰিব গতিবিধি, কাৰ কাৰ কেৰিয়াৰ আৰু ব্যৱসায়ত পৰিব প্ৰভাৱ?

November 14, 2026
বৃহস্পতি-চন্দ্ৰৰ শক্তিশালী ৰাজযোগ, মালামাল কৰিব ৩ ৰাশিক!
জীৱনশৈলী

শনিৰ কোপদৃষ্টিত অশান্তি? শনিবাৰে পাঠ কৰক এই বিশেষ মন্ত্ৰ!

November 14, 2026
ৰখাই থোৱা বাহনত টকাৰ পাহাৰ!
অপৰাধ

ৰখাই থোৱা বাহনত টকাৰ পাহাৰ!

November 14, 2026
Next Post
UPI ব্যৱহাৰকাৰীসকলৰ চিন্তাৰ কাৰণ নাই! কোটি কোটি লোকৰ দুচিন্তাৰ সমাধান দিলে NPCIয়ে

UPI ব্যৱহাৰকাৰীসকলৰ চিন্তাৰ কাৰণ নাই! কোটি কোটি লোকৰ দুচিন্তাৰ সমাধান দিলে NPCIয়ে

যৌনতাক লৈয়েই মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন…

যৌনতাক লৈয়েই মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.