• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UPI ব্যৱহাৰকাৰীসকলৰ চিন্তাৰ কাৰণ নাই! কোটি কোটি লোকৰ দুচিন্তাৰ সমাধান দিলে NPCIয়ে

UPI ব্যৱহাৰকাৰীসকলৰ চিন্তাৰ কাৰণ নাই! কোটি কোটি লোকৰ দুচিন্তাৰ সমাধান দিলে NPCIয়ে

3 years ago
কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

কেনে যাব আপোনাৰ আগন্তুক ২৪ ঘণ্টা?

32 minutes ago
ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

ঐশ্বৰ্য ৰায় নে মাধুৰী? ‘দেৱদাস’ত কোনে লাভ কৰিছিল বেছি পাৰিশ্ৰমিক?

12 hours ago
আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

আগন্তুক এসপ্তাহ এই ৫ ৰাশিৰ বাঢ়িব পাৰে সমস্যা

13 hours ago
‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

‘মই অষ্টম শ্ৰেণীতে নিৰ্যাতনৰ বলি হৈছিলো’

13 hours ago
পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

পিত-মাতৃ নহয়, বন্ধুৰ নামত লিখিলে ২৮ কোটি টকাৰ সম্পত্তি

14 hours ago
সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

সুখবৰ! এতিয়াৰে পৰা মহিলাসকলে প্ৰতিমাহে পাব ২৫০০টকা

15 hours ago
এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

এইসকল লোকে বতৰৰ ফল আম খোৱাৰ আগতে সাৱধান হওক

16 hours ago
১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

১৪ জুলাই মঙলবাৰে এই ৫ বিধ বস্তু দান কৰক

17 hours ago
গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

গাৰ্ডনাৰ-ৱ’লৰ অবৈধ সম্পৰ্ক!

17 hours ago
১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

১৮টা ক*বৰত উদ্ধাৰ সোণৰ জিভা, জানক ক’ত এই বিস্ময়কৰ ঘটনা

18 hours ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

19 hours ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, July 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

UPI ব্যৱহাৰকাৰীসকলৰ চিন্তাৰ কাৰণ নাই! কোটি কোটি লোকৰ দুচিন্তাৰ সমাধান দিলে NPCIয়ে

editor by editor
March 29, 2023
in বাণিজ্য
0
UPI ব্যৱহাৰকাৰীসকলৰ চিন্তাৰ কাৰণ নাই! কোটি কোটি লোকৰ দুচিন্তাৰ সমাধান দিলে NPCIয়ে
0
SHARES
9.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ নেশ্ব্যনেল পেমেণ্ট কৰ্পৰেছন অৱ ইণ্ডিয়াই (NPCI) পেমেণ্ট সন্দৰ্ভত দিছে গুৰুত্বপূৰ্ণ তথ্য। UPI পেমেণ্ট কৰিবলৈ গ্ৰাহকে কোনোধৰণৰ মাচুল আদায় দিব নালাগে। NPCIয়ে জনোৱা অনুসৰি UPIযোগে পেমেণ্ট কৰাটো পূৰ্বৰ দৰেই সম্পূৰ্ণ ফ্ৰী হ’ব? UPIৰ জৰিয়তে প্ৰতি মাহত দেশৰ প্ৰায় ৪ বিলিয়নতকৈয়ো অধিক লোকে লেনদেন কৰে। প্ৰত্যেকটো UPI পেমেণ্টত মাছুল দিব লাগিব বুলি পুৱাৰে পৰাই সকলোৱে চৰ্চা চলাই থকাৰ সময়তে পূৰ্বৰ নিৰ্দেশনাক লৈ NPCI য়ে দিছে স্পষ্টীকৰণ।

পূৰ্বৰ দৰেই থাকিব লেনদেন!
চৰকাৰৰ তৰফৰ পৰা দিয়া স্পষ্টীকৰণত উল্লেখ থকা অনুযায়ী UPIৰ জৰিয়তে হোৱা লেনদেনত কোনোধৰণৰ মাছুল আদায় দিব নালাগে। ২০০০ টকালৈকে লেনদেনত বৰ্তমান কোনোধৰণৰ মাছুল আদায় দিব নালাগে। কোনো এটা বেংক একাউণ্টৰ পৰা অন্য কোনো বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰোতে মাছুল আদায় দিব নালাগে। শেহতীয়াকৈ দিয়া বিজ্ঞাপ্তিত উল্লেখ থকামতে প্ৰি পেড ৱালেটৰ জৰিয়তে লেনদেন কৰিলেহে UPI পেমেণ্টত মাছুল আদায় দিব লাগিব। এই সালসলনিত সাধাৰণ লোকৰ কোনো অসুবিধা নহয়।

উল্লেখ্য যে, বুধবাৰে পুৱাৰে পৰাই এই বিষয়টোক লৈ অব্যাহত আছে চৰ্চা। Google Pay, Paytm, Phone Payৰ জৰিয়তে ২০০০ তকৈ অধিক পেমেণ্ট কৰিলে মাছুল কটা হ’ব। ইয়াৰোপৰি ১ এপ্ৰিলৰ পৰা প্ৰতিজন UPI ব্যৱহাৰকাৰী গ্ৰাহকৰ পৰা ১.১ শতাংশ মাছুল লোৱা হ’ব বুলিও চৰ্চা চলিছিল। কিন্তু এয়া ভুৱা প্ৰচাৰ বুলি প্ৰকাশ কৰিছে NPCIয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক
বাণিজ্য

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

July 13, 2026
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন
বাণিজ্য

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

July 13, 2026
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!
বাণিজ্য

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

July 13, 2026
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?
বাণিজ্য

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

July 13, 2026
Next Post
যৌনতাক লৈয়েই মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন…

যৌনতাক লৈয়েই মানুহৰ কৌতুহল বেছি! লজ্জাবোধৰ বাবেই গুগলক সোধে এই ১০ টা প্ৰশ্ন...

হঠাতেই নিজৰ সকলো গাড়ী বিক্ৰি কৰি দিলে বিৰাট কোহলিয়ে, আঁৰত অভাৱ নে আন কিবা?

হঠাতেই নিজৰ সকলো গাড়ী বিক্ৰি কৰি দিলে বিৰাট কোহলিয়ে, আঁৰত অভাৱ নে আন কিবা?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.