• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হঠাতেই নিজৰ সকলো গাড়ী বিক্ৰি কৰি দিলে বিৰাট কোহলিয়ে, আঁৰত অভাৱ নে আন কিবা?

হঠাতেই নিজৰ সকলো গাড়ী বিক্ৰি কৰি দিলে বিৰাট কোহলিয়ে, আঁৰত অভাৱ নে আন কিবা?

3 years ago
হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

হ্ৰাস পাব টকাৰ গুৰুত্ব! এলন মাস্কৰ ভৱিষ্যদ্বাণীৰ পিছতে চিন্তিত সকলো

26 minutes ago
কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

কোটিপতি হোৱাৰ সহজ উপায়, দৰমহা ৫০ হাজাৰ টকা হ’লেও SIPৰে হওক ধনী!

2 hours ago
চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

চৰকাৰী কৰ্মচাৰীৰ ভাগ্য উদয়! দুৰ্গা পূজাৰ পূৰ্বে পাব ২০% DA ৰ উপহাৰ

3 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

সোণ-ৰূপে দেখুৱাইছে যাদু! এইটোৱেই গহনা ক্ৰয়ৰ সঠিক সময় নেকি?

4 hours ago
গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

5 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

6 hours ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

15 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

15 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

16 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

16 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

17 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

হঠাতেই নিজৰ সকলো গাড়ী বিক্ৰি কৰি দিলে বিৰাট কোহলিয়ে, আঁৰত অভাৱ নে আন কিবা?

editor by editor
March 31, 2023
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
হঠাতেই নিজৰ সকলো গাড়ী বিক্ৰি কৰি দিলে বিৰাট কোহলিয়ে, আঁৰত অভাৱ নে আন কিবা?
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিৰাট কোহলীৰ গাড়ীৰ চখ কিমান সকলোৱে জানে। গেৰেজত বিভিন্ন দামী গাড়ীৰ কালেকছন আছে বিৰাটৰ। গাড়ীৰ সৈতে বিভিন্ন ফটো সামাজিক মাধ্যমত শ্বেয়াৰো কৰে বিৰাটে। শেহতীয়াকৈ বিৰাটে দিয়া এক পোষ্টত লিখিছে যে তেওঁৰ গাড়ীৰ সংখ্যা বহু কমিছে। গেৰেজতো গাড়ী নিচেই কম। প্ৰায় সকলোবোৰ গাড়ীয়েই বিক্ৰি কৰি দিয়া বুলি জনাইছে বিৰাটে। কিন্তু কোহলিয়ে কিয় বিক্ৰি কৰিছে গাড়ীসমূহ সেই লৈ বহুতৰে মনত কৌতুহলৰ সৃষ্টি হৈছে।

বিশেষ এটা ভিডিঅ’ত কোহলিয়ে কৈছে, ‘মই বেছিভাগ গাড়ীয়েই চখত কিনিছিলো। খুব কম গাড়ীহে মই চলাইছো। বেছিভাগ এনেই গেৰেজত পৰি থাকে। সেয়ে মনতে ভাৱিলো এনেকৈ গাড়ী গোটাই থৈ কি লাভ আছে? সেয়ে বেছিভাগ গাড়ীয়েই বিক্ৰি কৰি দিলো। এতিয়া কেৱল প্ৰয়োজনীয় গাড়ীকেইখনহে ৰাখিছো।’ইয়াৰ ওপৰিও কোহলিয়ে নিজৰ মানসিক পৰিবৰ্তনৰ কথাও প্ৰকাশ কৰিছে।

কোহলিয়ে নিজৰ ব্যক্তিত্বত অনা সালসলনি সম্পৰ্কেও কয় এনেদৰে, ‘বয়স বাঢ়িলে মানুহে চৌপাশৰ সকলো পাৰিপাৰ্শ্বিক পৰিপক্কতাৰে নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰে। মানুহে তেতিয়া শিশুকালৰ আচৰণবোৰ ত্যাগ কৰে। তেতিয়া প্ৰত্যেকটো সিদ্ধান্ততে পৰিপক্কতা আহে। সকলোতে পৰিপক্কতা আহিলেও ক্ৰিকেটৰ প্ৰতি মোৰ ভালপোৱা কিন্তু একেই আছে। নিজকে নতুন নতুন ধৰণে আৱিষ্কাৰ কৰি ভালপাওঁ। সেয়ে কেতিয়াবা মেছসমূহৰ পৰা বিৰতিও লওঁ। নিজকে বুজিবলৈ চেষ্টা কৰো। কেৱল পাৰফৰ্মেন্স দিয়েই মই মোক বিচাৰ কৰিব নোখোজো। মাজে মাজে লোৱা বিৰতিয়ে মোক চাপমুক্ত কৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল
জীৱনশৈলী

গুৰু পূৰ্ণিমাত ১৯৭০ বছৰ পিছত গঠন ডাঙৰ সংযোগ, জানক কিদৰে পাব শুভ ফল

July 29, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি গুৰু পূৰ্ণিমা, ৪ ৰাশিৰ জীৱনত আহিব ডাঙৰ পৰিৱৰ্তন!

July 29, 2026
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে
বিনোদন

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

July 28, 2026
Next Post
জানি থওক, Whatsappত কেনেকৈ নিজৰ ফোন নম্বৰ গোপনে ৰাখিব?

জানি থওক, Whatsappত কেনেকৈ নিজৰ ফোন নম্বৰ গোপনে ৰাখিব?

অংকত কেঁচা আছিল বিৰাট! ক্ৰিকেটৰ অংকত কৰি দিলে বাজিমাৎ…

অংকত কেঁচা আছিল বিৰাট! ক্ৰিকেটৰ অংকত কৰি দিলে বাজিমাৎ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.