• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অংকত কেঁচা আছিল বিৰাট! ক্ৰিকেটৰ অংকত কৰি দিলে বাজিমাৎ…

অংকত কেঁচা আছিল বিৰাট! ক্ৰিকেটৰ অংকত কৰি দিলে বাজিমাৎ…

3 years ago
নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

নিবনুৱা হ’লেই হ’ল, অষ্টম উত্তীৰ্ণ হ’লেও লাভ কৰিব ১০লাখৰ ঋণ! জানি থওক চৰকাৰী আঁচনিৰ সবিশেষ

14 minutes ago
দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

36 minutes ago
প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

প্ৰেমিকা বা পত্নীক কেনে মেছেজ কৰিলে ভালপোৱা গাঢ় হ’ব? সীমা আনন্দৰ কেইটামান টিপছ

52 minutes ago
মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

মে মাহত ধনৰ বৃষ্টি হ’ব ৪ৰাশিত, গজলক্ষ্মী ৰাজযোগত ভাগ্য চমকিব কাৰ কাৰ?

1 hour ago
চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

চাকৰিৰ পৰা ব্যৱসায়লৈ… মংগলে ভাগ্য উদয় কৰিব ৪ ৰাশিৰ!

2 hours ago
ভুলতো ভৰি নলগাব এইবোৰ বস্তুত, বিপদ অনিবাৰ্য!

শীঘ্ৰে পাব সফলতা, মাত্ৰ পালন কৰক চাণক্যৰ শক্তিশালী মন্ত্ৰ!

2 hours ago
সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

সহজে পাব ২০ লাখ টকা পৰ্যন্ত ঋণ, মাথোঁ জমা কৰক এই নথি-পত্ৰ!

3 hours ago
৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

৮ বছৰৰ অন্তত অভি-নীল কাণ্ডৰ চূড়ান্ত ৰায়, কিন্তু সুখী নহয় কিয় পৰিয়ালবৰ্গ?

3 hours ago
মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

মাজ নিশা ভোক অনুভৱ, আওকাণ নকৰিব এই লক্ষণ!

4 hours ago
সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

সঘনাই যকৃতৰ সংক্ৰমণ, এয়া দুৰাৰোগ্য ৰোগৰ লক্ষণ নেকি?

5 hours ago
ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

ঘৰত শংখ ৰাখিলে নকৰিব ভুল, নিয়ম নাজানিলে বিপদ অনিবাৰ্য!

6 hours ago
ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

ভাল সময়ৰ আগমণ, তাৰ পূৰ্বে পাব এই ১০ টা সংকেত!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অংকত কেঁচা আছিল বিৰাট! ক্ৰিকেটৰ অংকত কৰি দিলে বাজিমাৎ…

editor by editor
March 31, 2023
in ক্ৰীড়া, ভাৰত
0
অংকত কেঁচা আছিল বিৰাট! ক্ৰিকেটৰ অংকত কৰি দিলে বাজিমাৎ…
0
SHARES
120
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এজন ব্যক্তিয়ে সকলোতেই যে পাৰদৰ্শিতা দেখুৱাব তেনে কোনো কথা নাথাকে৷ আইপিএল ২০২৩ আৰম্ভৰ প্ৰাকমুহূৰ্তত ভাইৰেল হৈ পৰিছে বিৰাট কোহলিৰ দশম শ্ৰেণীৰ মাৰ্কশ্বীট৷ স্কুলীয়া জীৱনত পঢ়া-শুনাত কেমে আছিল বিৰাট সেই কথা জানিবলৈ বহুতৰেই কৌতুহল থাকে৷ খেলুৱৈ হিচাপে বিৰাটে বিশ্বৰ কোটি কোটি জনতাৰ মন মুহিলেও স্কুলীয়া জীৱনত সাধাৰণ গণিত বিষয়ত বিৰাটে পোৱা নম্বৰক লৈ চলিছে চৰ্চা৷

২০০৪ চনত দশম শ্ৰেণীৰ পৰীক্ষা দিছিল বিৰাটে৷ পঢ়াৰ কথাক লৈ বিৰাটে বহুসময়ত কৈছে,‘স্কুলত পাছ কৰা নম্বৰ পাবলৈ মই যিমান কষ্ট কৰিছিল ক্ৰিকেটাৰ হিচাপে প্ৰতিষ্ঠিত হ’বলৈ মই সিমান কষ্ট কেতিয়াও কৰা নাই।’ বিশেষকৈ গণিতত পাছ মাৰ্ক লাভ কৰিবলৈ বিৰাটে বহুত কছৰৎ কৰিবৱলগীয়া হৈছিল সেই কথা কোহলিয়ে নিজেই প্ৰকাশো কৰিছিল৷

উল্লেখ্য দশম শ্ৰেণীত কোহলীয়ে গণিতত মুঠ ৫১ নম্বৰ লাভ কৰিছিল। সমাজ বিজ্ঞানত পাইছিল ৮১ নম্বৰ। ইংৰাজী আৰু হিন্দীত তেওঁৰ নম্বৰ ক্ৰমে ৮৩ আৰু ৭৫। বিজ্ঞান কোহলীয়ে লাভ কৰিছিল ৫৫ নম্বৰ৷ কোহলীৰ মাৰ্কশ্বীটত এঠাইত ৰঙা আখৰেৰে ক্ৰীড়া দেখুওৱা হৈছে, হয়তো সেয়া কোহলিয়ে নিজেই সম্পাদনা কৰিছিল। তেওঁৰ বাবে স্কুলৰ বিষয়সমূহতকৈ গুৰুত্বপূৰ্ণ আছিল খেলা-ধূলা। বিৰাটে ইংগিতসূচক ভাষাত ছবিখনৰ কেপচনো দিছে। তেওঁ এই সন্দৰ্ভত লিখিছে, ‘মজাৰ কথাটো হ’ল যে মাৰ্কশ্বীটত যিবোৰ কথা গুৰুত্বপূৰ্ণ নহয়, সেইবোৰ কথা প্ৰায়ে চৰিত্ৰ গঠনত গুৰুত্বপূৰ্ণ হৈ পৰে।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24Best Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?
জীৱনশৈলী

দ্বিতীয়বাৰৰ বাবে মাতৃ হ’বলৈ ওলাইছে দীপিকা পাডুকণ! ৪০ বছৰৰ পাছত মাতৃ হৈছে কোন কোন বলীউড তাৰকা?

April 20, 2026
এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন
ভাৰত

এইবাৰ TMC ক উৎখাত কৰিব ৰাইজে… পশ্চিমবংগত প্ৰধানমন্ত্ৰী মোদীৰ গৰ্জন

April 19, 2026
‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ
ভাৰত

‘মহিলাই কেতিয়াও অপমান নাপাহৰে’, মহিলা সংৰক্ষণ বিধেয়কক লৈ কংগ্ৰেছক কটাক্ষ প্ৰধানমন্ত্ৰী মোদীৰ

April 18, 2026
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

April 18, 2026
Next Post
নাতি ল’ৰা IAS, পুত্ৰৰ আছে ৩০ কোটি টকাৰ সম্পত্তি৷ কিন্তু  পিতৃ-মাতৃৰ খাবলৈ নাই ৰুটী ৷ একেলগে ল’লে চৰম সিদ্ধান্ত

নাতি ল’ৰা IAS, পুত্ৰৰ আছে ৩০ কোটি টকাৰ সম্পত্তি৷ কিন্তু পিতৃ-মাতৃৰ খাবলৈ নাই ৰুটী ৷ একেলগে ল’লে চৰম সিদ্ধান্ত

টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা

টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.