• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা

টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা

3 years ago
বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

বেছিকৈ কল খোৱাৰ পৰা থাকক বিৰত, শৰীৰৰ কৰিব অনিষ্ট!

5 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

সন্তান সুখৰ পৰা বঞ্চিত? এইদৰে কৰক মাত্ৰ শিৱক আৰাধনা!

5 hours ago
বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

বেংক ধৰ্মঘটৰ পূৰ্বে ভাল খবৰ! ২৮ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈ গ্ৰাহকে ATM ত পাব এই সুবিধা

5 hours ago
DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

6 hours ago
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

6 hours ago
ভাগ্য সলনি হোৱাৰ ইংগিত, এই ৫টা ৰাশি সদায় বিশেষ

২৭ ছেপ্তেম্বৰত ৩ ৰাশিৰ সলনি হ’ব ভাগ্য, লাভৰ লগতে আহিব নতুন সুযোগ!

7 hours ago
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

8 hours ago
Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

Homestay খুলিবলৈ মন? আৰম্ভ কৰাৰ পূৰ্বে পঞ্জীয়নৰ পৰা অনুমতিলৈ জানক সকলো নিয়ম

9 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

কাইলৈ ভাগ্যৰ চকা ঘূৰিব, ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ!

10 hours ago
পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

পুৰুষৰ বাবে আহিছে নতুন গৰ্ভনিৰোধক প্ৰক্ৰিয়া, সলনি হ’ব নেকি পৰিয়াল পৰিকল্পনাৰ ধাৰণা?

11 hours ago
বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

বছৰি মাত্ৰ ২০ টকাৰে পাব ২ লাখ টকাৰ বীমা

13 hours ago
LIFT দিয়াৰ অজুহাতত অপকৰ্ম

LIFT দিয়াৰ অজুহাতত অপকৰ্ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা

editor by editor
March 31, 2023
in অসম, ভ্ৰমণ
0
টোল গেটসমূহ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট! টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকিঃ সত্যৰঞ্জন বৰা
0
SHARES
70
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ টোল টেক্স বৃদ্ধিক লৈ সৰৱ ৰাজ্যবাসী৷ কাইলৈৰ পৰা বৃদ্ধি হ’ব টোলগেটৰ কৰ৷ ৰাষ্ট্ৰীয় ঘাইপথেৰে যাত্ৰা কৰাটো হ’ব অধিক ব্যয়বহুল৷ ৫-১০ শতাংশ অতিৰিক্ত কৰ ভৰিব লাগিব টোলগেটসমূহত৷ ৰাজ্যৰ প্ৰতিখন টোলগেটত পৃথক পৃথক হাৰত কৰ বৃদ্ধি৷ টোলকৰ বৃদ্ধিক লৈ সামাজিক মাধ্যমত হিন্দুত্ববাদী নেতা সত্যৰঞ্জন বৰাইয়ো দিছে বিশেষ পোষ্ট৷

সত্যৰঞ্জন বৰাই লিখিছে,‘ টোল গেটৰ টকাৰেই সৰুসজাইত এ. আৰ. ৰহমানৰ অনুষ্ঠান আয়োজন কৰা হৈছিল নেকি? নহ’লে টোল গেটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়? টোল গেটৰ টকাৰেই অভিভাৱকে হেলিকপ্টাৰত ঘূৰি ফুৰে নেকি? নহ’লে টোল গেইটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়?
টোল গেটৰ টকাৰেই জালুকবাৰীৰ আমিনগাঁৱত International school প্ৰতিষ্ঠা কৰা হৈছে নেকি? নহ’লে টোল গেইটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়? টোল‌ গেটৰ টকাৰেই এখন পিছত আন এখন চাহ বাগিছা কিনিছে নেকি ৰজা-ৰাণীয়ে? নহ’লে টোল গেটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়?টোল গেটৰ টকাৰেই সৰুসজাইত বিহু পাতিব নেকি? নহ’লে টোল গেটৰ মাছুল ভাৰতৰ ভিতৰতে অসমত সৰ্বাধিক কিয়? টোল গেটৰ টকাৰে ৰাইজৰ কি কি কাম হৈছে বাৰু?

বাটে-পথে দুৰ্ঘটনাত পতিত হোৱা লোক সকলৰ চিকিৎসাৰ বাবে টোল গেটৰ পৰা সংগ্ৰহ কৰা ধন কাহানিবা ব্যৱহাৰ কৰা হৈছে নেকি? টোল গেটসমূহ আজিৰ সময়ৰ মডাৰ্ণ আৰু মুক্ত ছিণ্ডিকেট নেকি? কাৰণ, এটা সময়ত বাটত বেঞ্চ পাৰি ধনতোলা সকলেইটো আজি অসমৰ বহু কেইখন টোল গেইটৰ বছ্ (Boss)!
ৰাইজে, এতিয়া কি কৰিব? মোৰ মতে, ৰাইজে বাৰু নিজৰ সামূহিক মৰ্যাদা আৰু সুস্থিৰতাৰ বাবে; লগতে, শোষকৰ স্বৰূপত থকা শাসক বোৰক আকাশৰ পৰা মাটিলৈ নমাই আনিবলৈ, সংঘবদ্ধ ভাৱে, টোল গেইট সমূহ ভাঙি পেলাৱ নোৱাৰে নে? ভাবিৱচোন এবাৰ!’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট
বাণিজ্য

DA Hike: কেন্দ্ৰীয় কৰ্মচাৰীৰ বাবে ভাল খবৰ, শীঘ্ৰে পাব জুলাই DA ৰ আপডেট

September 26, 2026
দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য
অসম

দুজন যুৱকৰ শুক্ৰাণু! নিমিষাৰ পোষ্টমর্টেমত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য

September 26, 2026
অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ
সমীক্ষণ (আলোচনী)

অসমৰ পৰ্যটন উদ্যোগ: স্থানৰ পৰা অভিজ্ঞতালৈ

September 26, 2026
চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী
অসম

চাকৰি-ঠিকাৰ নামত লাখ লাখ টকা আত্মসাৎ, আৰক্ষীৰ জালত বিজেপি কৰ্মী

September 26, 2026
Next Post
৪১ বছৰতেই ৫০০ সন্তানৰ পিতৃ! ‘দয়া কৰি আৰু পিতৃ নহ’ব’ বুলি আদালতে পঠিয়ালে জাননী

৪১ বছৰতেই ৫০০ সন্তানৰ পিতৃ! ‘দয়া কৰি আৰু পিতৃ নহ’ব’ বুলি আদালতে পঠিয়ালে জাননী

পৰিণীতি নহয় ৰাজনীতিৰ কথা সুধিবলৈ কৈ গোপনেই বিয়াত বহিল ৰাঘৱ! পৰিণীতি-ৰাঘৱৰ বিবাহৰ খবৰ জনালে ঘনিষ্ঠ সূত্ৰই

পৰিণীতি নহয় ৰাজনীতিৰ কথা সুধিবলৈ কৈ গোপনেই বিয়াত বহিল ৰাঘৱ! পৰিণীতি-ৰাঘৱৰ বিবাহৰ খবৰ জনালে ঘনিষ্ঠ সূত্ৰই

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.