• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৰিণীতি নহয় ৰাজনীতিৰ কথা সুধিবলৈ কৈ গোপনেই বিয়াত বহিল ৰাঘৱ! পৰিণীতি-ৰাঘৱৰ বিবাহৰ খবৰ জনালে ঘনিষ্ঠ সূত্ৰই

পৰিণীতি নহয় ৰাজনীতিৰ কথা সুধিবলৈ কৈ গোপনেই বিয়াত বহিল ৰাঘৱ! পৰিণীতি-ৰাঘৱৰ বিবাহৰ খবৰ জনালে ঘনিষ্ঠ সূত্ৰই

3 years ago
বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

35 minutes ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

বুধবাৰে এই নিয়মেৰে কৰক গণেশৰ পূজা, হ’ব মনোকামনা পূৰণ!

1 hour ago
কাইলৈ ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! জানক ৰাশিফলত কি আছে আপোনাৰ

কেনে যাব আজি আপোনাৰ দিনটো? ৫ ৰাশিৰ সলনি হব ভাগ্য!

2 hours ago
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

10 hours ago
১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

১৫ জুলাইত কৰ্কট ৰাশিত বৃহস্পতি হ’ব অস্ত, বাঢ়িব বিপদ আৰু সলনি হ’ব ভাগ্য!

10 hours ago
NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

NPS ধাৰীসকলৰ বাবে ভাল খবৰ, চৰকাৰে আগবঢ়ালে ২টা নতুন বিনিয়োগৰ বিকল্প

11 hours ago
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

12 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য, একেদিনাই ৰূপৰ ১৭ হাজাৰ টকা পৰ্যন্ত হ্ৰাস!

হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়াই সোণ ক্ৰয়ৰ উচিত সময় নেকি?

12 hours ago
বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

বাৰে বাৰে সফলতাত বাধা, তেন্তে আঁৰত আছে ডাঙৰ কাৰণ!

13 hours ago
Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

Silent Strokes কি? বিপদত পৰাৰ পূৰ্বে হওক সাৱধান!

14 hours ago
১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

১৩ জুলাইৰ পৰা বন্ধ হ’ব শৰাইঘাটৰ পুৰণি দলং! কি হ’ব বিকল্প ব্যৱস্থা?

15 hours ago
অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

অষ্টম দৰমহা আয়োগৰ সম্পূৰ্ণ হিচাপ, বিশেষজ্ঞসকলে কিয় দিলে সকীয়াই?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পৰিণীতি নহয় ৰাজনীতিৰ কথা সুধিবলৈ কৈ গোপনেই বিয়াত বহিল ৰাঘৱ! পৰিণীতি-ৰাঘৱৰ বিবাহৰ খবৰ জনালে ঘনিষ্ঠ সূত্ৰই

editor by editor
March 31, 2023
in চিনেমা, বিনোদন, ভাৰত, ৰাজনীতি
0
পৰিণীতি নহয় ৰাজনীতিৰ কথা সুধিবলৈ কৈ গোপনেই বিয়াত বহিল ৰাঘৱ! পৰিণীতি-ৰাঘৱৰ বিবাহৰ খবৰ জনালে ঘনিষ্ঠ সূত্ৰই
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ কেৱল প্ৰেমেই নহয়, বিয়াতো বহিল ৰাঘৱ আৰু পৰিণীতি৷ অভিনেত্ৰী পৰিণীতি চোপ্ৰা আৰু আম আদমী পাৰ্টীৰ নেতা ৰাঘৱ চড্ডাৰৰ বিবাহৰ গুঞ্জৰ উঠিছে৷ দুয়োৱে নিজৰ সম্পৰ্কক লৈ মুখ খোলা নাই যদিও ভাইৰেল হৈ পৰিছে দুয়োৰে প্ৰেমৰ কথা৷ কিছুদিন পূৰ্বে আপ নেতা সঞ্জীৱ আৰোৰাই ৰাঘৱ আৰু পৰিণীতিক উদ্দেশ্য কৰি দিয়া শুভেচ্ছা বাৰ্তাও সমগ্ৰতে ভাইৰেল৷

বাকদান পৰ্ব সম্পন্ন হোৱাৰ শুভেচ্ছা জনাইছিল সঞ্জীৱ আৰোৰাই৷ সঞ্জীৱৰ পাছতেই এইবাৰ দুয়োৰে বন্ধু তথা জনপ্ৰিয় গায়ক হাৰ্ডি সন্ধুয়েও এক সাক্ষাৎকাৰত দুয়োৰে প্ৰেমৰ কথা উল্লেখ কৰিছে৷ তেওঁ কয়, ‘পৰিণীতি যে মান্তি হ’ল আমি নথৈ সুখী৷ আন্তৰিক শুভেচ্ছা পৰীলৈ৷ দুয়োৰে ভাল হওক৷’

ইয়াৰ পাছতেই বিবাহৰ খবৰ সন্দৰ্ভতো সন্ধুয়ে কয় যে, তেওঁ পৰীক ফোনযোগে শুভেচ্ছা জনাইছে৷ মনৰ মানুহ পৰিণীতিয়ে অৱশেষত বিচাৰি পালে৷ পৰিণীতি এতিয়া দিল্লীতেই থাকে৷ মুম্বাইৰ এখন ৰেষ্টুৰেণ্টতো দুয়োকে একেলগে দেখা গৈছিল৷ মুম্বাইত সাংবাদিকৰ কেমেৰাত দুয়ো বন্দী হোৱাৰ পাছতেই আৰম্ভ হৈছিল চৰ্চা৷

উল্লেখ্য যে, লণ্ডনত ৰাঘৰ আৰু পৰিণীতিয়ে একেলগে পঢ়া-শুনা কৰিছিল৷ সেই বন্ধুত্বই বৰ্তমান প্ৰেমৰ ৰূপ লৈছে৷ ঘনিষ্ঠ সূত্ৰই জনোৱা অনুসৰি, দুয়োৰে আত্মীয়ইয়ো এই সম্পৰ্কক স্বীকৃতি দিছে৷ অচিৰেই দুয়োৰে আনুষ্ঠানিক বিবাহো অনুষ্ঠিত হ’ব বুলি জনাইছে সূত্ৰটোৱে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক
বিনোদন

বিশ্বকাপত মেছিৰ যাদু! আৰ্জেণ্টিনাৰ পৰৱৰ্তী মেচ কেতিয়া আৰু কাৰ বিৰুদ্ধে হ’ব জানক

July 8, 2026
মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি
বিনোদন

মাত্ৰ এটা চুম্বনকলৈ বিচ্ছেদ! ১৬ বছৰ ধৰি ইজনে সিজনৰ হোৱা নাই মুখামুখি

July 7, 2026
কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?
বিনোদন

কিয় সঞ্জু চেমছনক টিম ইণ্ডিয়াৰ পৰা বাদ দিয়া হ’ল?

July 7, 2026
৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ
অপৰাধ

৩৮ দোষীক মৃ*ত্যুদণ্ডৰ ৰায় আদালতৰ

July 7, 2026
Next Post
গেৰুৱা নহয়, নীলা হ’ল বিজেপি! বিধানসভাত নীলা ছবি চোৱাৰ বাবেই দলটোৰেই নাম সলাই দিলে এইগৰাকী অভিনেতাই…

গেৰুৱা নহয়, নীলা হ’ল বিজেপি! বিধানসভাত নীলা ছবি চোৱাৰ বাবেই দলটোৰেই নাম সলাই দিলে এইগৰাকী অভিনেতাই...

ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো…

ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.