• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গেৰুৱা নহয়, নীলা হ’ল বিজেপি! বিধানসভাত নীলা ছবি চোৱাৰ বাবেই দলটোৰেই নাম সলাই দিলে এইগৰাকী অভিনেতাই…

গেৰুৱা নহয়, নীলা হ’ল বিজেপি! বিধানসভাত নীলা ছবি চোৱাৰ বাবেই দলটোৰেই নাম সলাই দিলে এইগৰাকী অভিনেতাই…

3 years ago
মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

মাত্ৰ ৫৫৫ দিনৰ FD ৫ লাখ টকা, দেশৰ ৭ টা ডাঙৰ বেংকৰ ডাঙৰ অফাৰ!

5 minutes ago
সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

সোণে আচৰিত কৰিব আপোনাক, আজি ১ গ্ৰাম সোণৰ শেহতীয়া মূল্য জানক

29 minutes ago
বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

বজাৰত দেখিলেই আওকাণ নকৰিব এইবিধ বস্তুক, পাব বহু ৰোগৰ পৰা নিৰাময়!

51 minutes ago
একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

একাধিক নাৰীৰসংগ, বিয়াৰ পিছত পৰকীয়া প্ৰেম! বলীউডৰ কোন এইজন পুৰুষ?

1 hour ago
সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

সংসদ ভৱনৰ বাসগৃহত উদ্ধাৰ সাংসদ পত্নীৰ মৃতদেহ, কিন্তু কেনেকৈ?

2 hours ago
বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

বিবাহৰ প্ৰতিশ্ৰুতিৰে আৰু শাৰীৰিক সম্পৰ্ক! গ্ৰেপ্তাৰ ‘মহাভাৰত’ ধাৰাবাহিকৰ ভীম

2 hours ago
বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

বেছিকৈ AC ত থাকিলে বৃক্কৰ সমস্যা হয় নেকি?

3 hours ago
শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

শুই থকাৰ সময়ত নাক বাজে নেকি? সহজ উপায়েৰে কৰক দূৰ

4 hours ago
Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

Laxmi Narayan Yoga 2026: ২৬ ছেপ্টেম্বৰত গঠন হ’ব ‘লক্ষ্মী নাৰায়ণ যোগ’, কেৰিয়াৰত হ’ব উন্নতি!

4 hours ago
ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

ভাগ্যই দেখুৱাব যাদু, ৫ ৰাশিৰ ধন-সম্পদ আৰু কেৰিয়াৰত লাভৰ সম্ভাৱনা

5 hours ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

কেনে যাব আজি আপোনাৰ দিনটো? ভাগ্যৰ সকলো কথা জানক ৰাশিফলত

6 hours ago
নিশা টোপনিত নকৰিব এইবোৰ ভুল, ডাঙৰ সমস্যাত পৰিব আপুনি!

টোপনিত হঠাৎ শৰীৰ কঁপি উঠা, আওকাণ নকৰিব এই লক্ষণ!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

গেৰুৱা নহয়, নীলা হ’ল বিজেপি! বিধানসভাত নীলা ছবি চোৱাৰ বাবেই দলটোৰেই নাম সলাই দিলে এইগৰাকী অভিনেতাই…

editor by editor
March 31, 2023
in ৰাজনীতি
0
গেৰুৱা নহয়, নীলা হ’ল বিজেপি! বিধানসভাত নীলা ছবি চোৱাৰ বাবেই দলটোৰেই নাম সলাই দিলে এইগৰাকী অভিনেতাই…
0
SHARES
124
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিধানসভাৰ অধিৱেশন চলি থকাৰ সময়তে পৰ্ণ চোৱাত ব্যস্ত আছিল বিধায়ক৷ ত্ৰিপুৰাৰ বিজেপি বিধায়ক যাদৱলাল নাথৰ কাণ্ডক লৈ সামাজিক মাধ্যমত অব্যাহত আছে চৰ্চা৷ বিধায়কৰ এই কাৰ্যকলাপক লৈ ক্ষোভিত মুখ্যমন্ত্ৰী মানিক সাহাও৷ ত্ৰিপুৰাৰ বাগবাছা সমষ্টিৰ বিধায়কে চোৱা ভিডিঅ’ও ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত৷

ৰাজনীতিৰ পৰিসীমা ভেদি এই খবৰটোৱে মনোৰঞ্জনমূলক খবৰেই হৈ পৰিছে বহুতৰে বাবে৷ ত্ৰিপুৰাৰ বিধায়ক যাদৱলাল নাথৰ এই ভিডিঅ’ক লৈ দক্ষিণৰ অভিনেতা প্ৰকাশ ৰাজেও দিছে বিশেষ মন্তব্য৷ যাদৱলালৰ এই ভিডিঅ’ দেখা মাত্ৰকেই দক্ষিণৰ অভিনেতা প্ৰকাশ ৰাজে বিজেপি দলক আক্ৰমণৰ লক্ষ্য কৰি টুইটাৰত লিখিছে, ‘ব্লু বিজেপি, ধিক্কাৰ, ধিক্কাৰ তোমালোকক৷’

উল্লেখ্য যে বুধবাৰৰ দিনটোত সংঘটিত এই ঘটনাক লৈ ত্ৰিপুৰা বিজেপিৰ সভাপতি ৰাজীৱ ভট্টাচাৰ্যই বিধায়কজনৰ বিৰুদ্ধে প্ৰেৰণ কৰিছে বিশেষ জাননী৷ ইফালে এই সমগ্ৰ ঘটনাক তেওঁৰ বিৰুদ্ধে চলা চক্ৰান্ত বুলি প্ৰকাশ কৰিছে বিধায়ক যাদৱ লাল নাথে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of AssambjpBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’
ৰাজনীতি

‘উদয় হৈছে যেতিয়া, অস্তও এদিন হ’বই, মিছা ভ্ৰমত নাথাকিব’

September 19, 2026
শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য
ভাৰত

শাড়ী পিন্ধি ঘূৰি ফুৰিছিল যুৱক, আৰক্ষীৰ জেৰাত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

September 18, 2026
পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক
ভাৰত

পুনৰ প্ৰতিবাদত নামিব সোণম ৱাংচুক

September 18, 2026
শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?
অসম

শিৱামণি বৰা, দেৱাশীষ শৰ্মাৰ সম্পত্তি কিমান?

September 17, 2026
Next Post
ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো…

ফাগুনে লঠঙা কৰা বিৰিখত ন কুঁহিপাত! সৰুসজাইতেই নহয়, বসন্ত আহিব অসমৰ প্ৰতিখন চহা গাঁৱতো...

IPLৰ উদ্বোধনী অনুষ্ঠানত বলীউড আউট! উদ্বোধনী অনুষ্ঠানত অৰিজিতৰ লগতে দাক্ষিণাত্যৰ অভিনেত্ৰীয়েহে কোবালে ছিক্স

IPLৰ উদ্বোধনী অনুষ্ঠানত বলীউড আউট! উদ্বোধনী অনুষ্ঠানত অৰিজিতৰ লগতে দাক্ষিণাত্যৰ অভিনেত্ৰীয়েহে কোবালে ছিক্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.