• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সংবিধান, সংঘৰ বিধান নহয়!’ লোকসভাৰ প্ৰথম ভাষণতেই কাক টাৰ্গেট প্ৰিয়ংকাৰ?

‘সংবিধান, সংঘৰ বিধান নহয়!’ লোকসভাৰ প্ৰথম ভাষণতেই কাক টাৰ্গেট প্ৰিয়ংকাৰ?

2 years ago
কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

2 minutes ago
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

26 minutes ago
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

47 minutes ago
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

1 hour ago
‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

‘ছাৰ-বাইদেউ বাথৰুমত সোমাই আমাক সোনকালেই ঘৰলৈ যাব দিয়ে’

2 hours ago
ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

ঘৰৰেই লকাৰ ভাঙি পুত্ৰই চুৰি কৰিলে ৫০ লাখ টকাৰ সোণ

3 hours ago
সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

সুখবৰ! প্ৰায় ৪ হাজাৰটা চৰকাৰী চাকৰি

3 hours ago
‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

‘অসমত এতিয়া ‘মদ জেহাদ’ চলি আছে’, ‘ৰাজ্যত ৯০% ভেজাল সুৰা বিক্ৰী হয়’

4 hours ago
এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

এজাক বৰষুণতে ভাঙিল Smart Cityৰ অহংকাৰ! ঘণ্টা ঘণ্টা ধৰি ৰাজপথতে আবদ্ধ যান-বাহন

5 hours ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ সতৰ্কবাণী! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

8 hours ago
মাইগ্ৰেইনৰ সমস্যাই অশান্তি কৰিছে নেকি? সহজ ঘৰুৱা উপায়েৰে পাব সকাহ

প্ৰচণ্ড মূৰৰ বিষ? এই সহজ উপায়েৰে পাওক উপশম

9 hours ago
LPG ৰ ডাঙৰ আপডেট, ৩০ জুনৰ পিছত বন্ধ হ’ব পাৰে আপোনাৰ ঘৰৰ গেছ ডেলিভাৰী!

বছৰত ৩টাকৈ ফ্ৰী LPG চিলিণ্ডাৰৰ লগতে দৰিদ্ৰ পৰিয়াললৈ আছে বহু আঁচনি!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 24, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

‘সংবিধান, সংঘৰ বিধান নহয়!’ লোকসভাৰ প্ৰথম ভাষণতেই কাক টাৰ্গেট প্ৰিয়ংকাৰ?

‘সংবিধান, সংঘৰ বিধান নহয়!’ লোকসভাৰ প্ৰথম ভাষণতেই কাক টাৰ্গেট প্ৰিয়ংকাৰ?

editor by editor
December 13, 2024
in বিবিধ, ৰাজনীতি, লেখা
0
‘সংবিধান, সংঘৰ বিধান নহয়!’ লোকসভাৰ প্ৰথম ভাষণতেই কাক টাৰ্গেট প্ৰিয়ংকাৰ?
0
SHARES
172
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
লোকসভাত প্ৰথমবাৰ বক্তব্য ৰাখিয়েই বিজেপি আৰু আৰ এছ এছক তীব্ৰ আক্ৰমণ কৰিলে ৱায়নাডৰ সাংসৰ প্ৰিয়ংকা গান্ধীয়ে৷ সংবিধানক লৈ বিতৰ্কত অংশ লৈ নাম নোলোৱাকৈ কটাক্ষ কৰি প্ৰিয়ংকাই কয়, ‘ভাৰতত সংবিধান আছে৷ সংঘৰ বিধান নহয়৷’ প্ৰথম ভাষণতেই উন্নাও, সমভলৰ পৰা আৰম্ভ কৰি মণিপুৰ সকলো বিষয়েই চুই গৈছে প্ৰিয়ংকাই৷ জাতি গণনাৰ দাবীও তুলিছে তেওঁ৷ নাম নোলোৱাকৈ ৰজা বুলি কটাক্ষ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো৷
প্ৰিয়ংকা গান্ধীয়ে কৈছে, ‘আমাৰ সংবিধান ন্যায়, আশা, অভিব্যক্তি আৰু আকাংক্ষাৰ সেই জ্যোতি যি প্ৰত্যেক ভাৰতীয়ৰ বুকুৰ ভিতৰত জ্বলিছে৷ এই জ্যোতিয়ে প্ৰত্যেক ভাৰতীয়ক ন্যায় পোৱাৰ, নিজৰ অধিকাৰৰ পক্ষে প্ৰশ্ন কৰাৰ জোৰ দিয়ে৷ এই সংবিধান প্ৰত্যেক দেশবাসীকেও চৰকাৰ নিৰ্মাণ কৰা আৰু চৰকাৰ ভঙাৰ অধিকাৰো দিয়া হৈছে৷ এই জ্যোতিয়ে প্ৰত্যেক ভাৰতীয়ক ভৰসা দিছে যে দেশৰ সম্পত্তি, প্ৰতিষ্ঠানত তেওঁলোকৰ অধিকাৰ আছে৷ দেশ নিৰ্মাণতো তেওঁলোকৰ অবদান আছে৷’

সংবিধান সলাব খুজিছে মোদী চৰকাৰেঃপ্ৰিয়ংকা

ৱায়নাডৰ সাংসদে দাবী কৰিছে যে, লোকসভা নিৰ্বাচনৰ ফল যদি অন্যধৰণৰ হ’লহেতেন তেন্তে ইমানদিনে সংবিধান সলনি হৈ গ’লহেতেন৷ প্ৰিয়ংকাই কয়, ‘আমাৰ সংবিধান ন্যায়, সুৰক্ষা আৰু একতাৰ কবচ৷ মত প্ৰকাশৰ স্বাধীনতাৰ কবচ৷ দুঃখৰ বিষয় এয়াই যে আমাৰ ক্ষমতাহীন দলৰ নেতাসকলে দহ বছৰে এই সুৰক্ষা কবচক ভঙাৰ সকলোধৰণে চেষ্টা কৰিছে৷ সংবিধানত সামাজিক, আৰ্থিক আৰু ৰাজনৈতিক ন্যায়ৰ ভৰসা দিয়া হৈছে৷ সংবিধানত উল্লেখ কৰা এই সুৰক্ষাৰ আশ্বাসেই জনতাৰ কবচ৷ লোকসভাত এইধৰণৰ ফল নহ’লে এইবাৰ সংবিধান সলনিৰ কামো আৰম্ভ দিব৷ আজি এই সংবিধান সংবিধান বুলি চিৎকাৰ কৰাৰ কাৰণ বুজিব পাৰিছে দেশৰ মানুহে৷ সংবিধানক সুৰক্ষিত ৰাখক, সংবিধানক সলনি কৰিবলৈ নিদিব৷’
শেষত প্ৰিয়ংকাই কয়, ‘এই দেশ ভয় নহয় সাহস আৰু সংঘৰ্ষেৰে নিৰ্মাণ হৈছে৷ সংবিধানে সাহস জোগাই৷ দেশৰ কোটি কোটি মানুহ যিসকলে প্ৰতিদিনে ভয়ংকৰ পৰিস্থিতিৰ মুখামুখি হয় তেওঁলোকক সাহস দিয়ে সংবিধানে৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…
অসম

কায়িকভাৱে ঈশ্বৰপুত্ৰবিহীন এটা বছৰ সম্পূৰ্ণৰ দিশে…

August 24, 2026
১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম
ভাৰত

১১ ছেপ্টেম্বৰৰ পূৰ্বেই কৰি লওক বেংকৰ সকলো জৰুৰী কাম

August 24, 2026
প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা
অপৰাধ

প্ৰেমৰ বাবেই বিষাক্ত বেজি দি প্ৰথমে পিতৃ-মাতৃক হ*ত্যা

August 24, 2026
ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন
বিনোদন

ধ্ৰুৱ জুৰেলৰ ‘জয় জোৱান, জয় কিষাণ’ আৰু অনন্য শতক চেলিব্ৰেশ্যন

August 24, 2026
Next Post
২০২৫ৰ প্ৰথম দিনাই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

২০২৫ৰ প্ৰথম দিনাই ঘৰলৈ আনক এইকেইপদ সামগ্ৰী, সমগ্ৰ বছৰ ভৰি উঠিব অৰ্থৰে

সূৰ্য, শুক্ৰৰ স্থান সলনিত গল্ডেন টাইম ৪ৰাশিৰ! অৰ্থ সুখ বাঢ়িব খাটাং

সূৰ্য, শুক্ৰৰ স্থান সলনিত গল্ডেন টাইম ৪ৰাশিৰ! অৰ্থ সুখ বাঢ়িব খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.