• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্রথম পৰীক্ষাতেই ভাল মাৰ্কচ! ৱায়নাডত প্ৰিয়ংকাই ৰক্ষা কৰিব পাৰিবনে নিজৰ সন্মান?

প্রথম পৰীক্ষাতেই ভাল মাৰ্কচ! ৱায়নাডত প্ৰিয়ংকাই ৰক্ষা কৰিব পাৰিবনে নিজৰ সন্মান?

2 years ago
শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

শীঘ্ৰে আয়ুষ্মান কাৰ্ডৰ ই-কেৱাইচি কৰক আপডেট, নহ’লে চিকিৎসা হ’ব বন্ধ!

12 minutes ago
Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

Airtel Recharge Offer: ১৮৫ টকাত গ্ৰেট ৰিচাৰ্জ প্লেন, এয়াৰটেলে কি অফাৰ আনিছে?

31 minutes ago
কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

কাতি বিহুত কিয় আকাশ বন্তি জ্বলায়? এই পৰম্পৰাৰ বিষয়ে জানক

2 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

সময়ৰ পূৰ্বে মাহেকীয়া বন্ধ? হ’ব পাৰে ভয়ংকৰ ৰোগ!

2 hours ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

3 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

4 hours ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

5 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

5 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

6 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

7 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

7 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্রথম পৰীক্ষাতেই ভাল মাৰ্কচ! ৱায়নাডত প্ৰিয়ংকাই ৰক্ষা কৰিব পাৰিবনে নিজৰ সন্মান?

প্রথম পৰীক্ষাতেই ভাল মাৰ্কচ! ৱায়নাডত প্ৰিয়ংকাই ৰক্ষা কৰিব পাৰিবনে নিজৰ সন্মান?

editor by editor
November 23, 2024
in ভাৰত, ৰাজনীতি
0
প্রথম পৰীক্ষাতেই ভাল মাৰ্কচ! ৱায়নাডত প্ৰিয়ংকাই ৰক্ষা কৰিব পাৰিবনে নিজৰ সন্মান?
0
SHARES
66
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথম নিৰ্বাচনী পৰীক্ষাতেই ভাল মাৰ্কচ পাই আগুৱাইছে প্ৰিয়ংকা৷ ৱায়নাড লোকসভা উপনিৰ্বাচনত আগুৱাইছে কংগ্ৰেছ প্ৰাৰ্থী প্ৰিয়ংকা গান্ধী৷ বিজেপি প্ৰাৰ্থী নভ্যা হৰিদাসৰ পৰা ৮৫ হাজাৰতকৈ বেছি ভোটত আগুৱাইছে প্ৰিয়ংকা গান্ধী৷ এই নিৰ্বাচনেৰেই প্ৰিয়ংকা গান্ধীয়ে প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰিছে৷

দীৰ্ঘ সময় ধৰি সক্ৰিয় ৰাজনীতিত যুক্ত হৈ থাকিলেও প্ৰিয়ংকাই এয়াই প্ৰথম নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছে৷ এইবাৰৰ লোকসভা নিৰ্বাচনত দুখত আসনৰ পৰা প্ৰাৰ্থী হৈছিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী৷ এফালে ৰায়বৰেলী আৰু অন্যফালে ৱায়নাড৷ দুখন আসনতে জয়ীও হৈছিল ৰাহুল৷

জয়ৰ পাছতেই এখন আসন ৰাহুলে এৰিব লগা হয়৷ শেষত ৰাহুলে মাতৃৰ ৰায়বৰেলী ধৰি ৰাখি ৱায়নাড এৰি দিয়ে৷ সেই ৱায়নাডতেই প্ৰিয়ংকাই নিৰ্বাচন খেলিছে৷ ইন্দিৰা গান্ধীৰ পৰা ছোনীয়া গান্ধীলেই সকলোৱেই জিকিছে ৰায়বৰেলী আসন৷ সেই আসন সেয়ে ৰাহুলে নিজৰ হাতত ৰাখিছে৷ ইফালে কেৰালাৰ ৱায়নাডো ৰাহুলৰ অতি প্ৰিয়৷ বেয়া দিনত ৰাহুলক এই আসনেই লগ দিছিল৷ ৱায়নাডবাসীৰো ৰাহুলৰ ওপৰত আছিল বিশেষ আস্থা৷ ৰাহুলৰ প্ৰতি থকা আস্থা লৈয়েই এইবাৰ ৰাহুলৰ সেই আসনত আগুৱাইছে প্ৰিয়ংকা৷

এই যুঁজ প্ৰিয়ংকাৰ সন্মানৰ যুঁজ৷ পুৱা ১০ বজালৈকে গণনাত প্ৰিয়ংকা প্ৰথম স্থানতেই আছে৷ দ্বিতীয় স্থানত আছে চিপিআই প্ৰাৰ্থী সত্যেন মোকেবি৷ শেষ পৰ্যন্ত প্ৰিয়ংকাই এই আসন ধৰি ৰাখিব পাৰিবনে? সকলো এতিয়া ফলাফলৰ বাবেই অপেক্ষাৰত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’
অসম

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স
বিশ্ব

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

October 18, 2026
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ
অসম

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

October 18, 2026
Next Post
ক্ষণে ক্ষণে পট পৰিবৰ্তন! চামগুৰিত আগুৱাইছে তাঞ্জিল হুছেইন

ক্ষণে ক্ষণে পট পৰিবৰ্তন! চামগুৰিত আগুৱাইছে তাঞ্জিল হুছেইন

শনিবাৰ মানেই শনিৰ দশা নহয়, কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ?

শনিবাৰ মানেই শনিৰ দশা নহয়, কোন কোন ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো শুভ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.