• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কম বয়সতে প্ৰিয়ংকাৰ প্ৰেম কেনেকৈ হৈছিল ৰৰ্বাটৰ সৈতে…

কম বয়সতে প্ৰিয়ংকাৰ প্ৰেম কেনেকৈ হৈছিল ৰৰ্বাটৰ সৈতে…

3 years ago
NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

NPS-ৰ ডাঙৰ আপডেট, আপোনাৰ বাবে কি কি পৰিৱৰ্তন হ’ব?

3 hours ago
দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

দেখাত বিলাহীত দৰে, কিন্তু এই ফলে টিউমাৰ পৰা কৰ্কটৰ সম্ভাৱনা কৰে হ্ৰাস!

4 hours ago
সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

সুকন্যা সমৃদ্ধি যোজনাত প্ৰতিমাহে কৰক ৫০০ টকা জমা, মেচিউৰিটিৰ সময়ত কিমান টকা পাব জানি লওক

4 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

4 hours ago
একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

একাধিক নাৰীৰ সংগ, ৩০৮ বাৰ প্ৰেম, তিনিবাৰ বিবাহ! ঐশ্বৰ্যক লগ পোৱাৰ পূৰ্বে এইজন অভিনেতাই পাইছিল ভাবুকি

5 hours ago
কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

6 hours ago
LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

LPG চিলিণ্ডাৰৰ ডাঙৰ আপডেট, ১৬ আগষ্টৰ পূৰ্বে কৰক এই কাম!

6 hours ago
কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

কোন অভিনেত্ৰীৰ সৈতে ৬৩ বছৰ বয়সতো আছে গোবিন্দাৰ সম্পৰ্ক? পত্নী সুনীতাৰ বিস্ফোৰণ

8 hours ago
যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

যন্ত্ৰণাত চটফটাইছে চনু নিগমে! হঠাৎ কি হ’ল কণ্ঠশিল্পীগৰাকীৰ?

8 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

8 hours ago
‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

‘ছাৰ মাত্ৰ FIR খন চাই ল’ব!’ অসমৰ বানপীড়িতক সহায়ৰ পিছত সামাজিক মাধ্যমত চৰ্চা সময় ৰাইনাৰ

10 hours ago
দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

দীৰ্ঘ জীৱন বিচাৰেনে? ৰাতিৰ আহাৰত সন্নিৱিষ্ট কৰক এইবোৰ খাদ্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কম বয়সতে প্ৰিয়ংকাৰ প্ৰেম কেনেকৈ হৈছিল ৰৰ্বাটৰ সৈতে…

আজি প্ৰিয়ংকা গান্ধীৰ ওপজা দিন

editor by editor
January 12, 2024
in ভাৰত
0
কম বয়সতে প্ৰিয়ংকাৰ প্ৰেম কেনেকৈ হৈছিল ৰৰ্বাটৰ সৈতে…
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ডিজিটেল ডেস্কঃ- প্ৰিয়ংকা গান্ধী। ভাৰতীয় ৰাজনীতিত এটা গুৰুত্বপূৰ্ণ চৰিত্ৰৰ নাম প্ৰিয়ংকা গান্ধী। গান্ধী পৰিয়ালত জন্ম হোৱা সূত্ৰেই প্ৰিয়ংকাৰ তেজে তেজে  ৰাজনীতি প্ৰৱাহিত হৈ আছে বুলি গণ্য কৰা হয়। সৰুৰে পৰাই অতিকৈ মেধাৱী প্ৰিয়ংকাই বিদেশত শিক্ষাগ্ৰহণ কৰি ভাৰতীয় ৰাজনীতিত খোজ পেলাইছিল। দিন যিমানেই বাগৰিছে, সিমানেই ৰাজনীতিত পৰিপক্কতা প্ৰদৰ্শন কৰিছে প্ৰিয়ংকাই। প্ৰিয়ংকাৰ চাল-চলন দেখি বহুতেই ইন্দিৰা গান্ধীৰ দ্বিতীয় সংস্কৰণ বুলিও কব খোজে।

ভাৰতীয় ৰাজনীতিত সবল খোজ পেলোৱা প্ৰিয়ংকা গান্ধীৰ আজি ওপজা দিন। ৫২বছৰ বয়সত খোজ থোৱা প্ৰিয়ংকা গান্ধী আজি ভাৰতীয় ৰাজনীতিৰ এটা উল্লেখযোগ্য নাম। ১৯৭২ চনৰ ১২ জানুৱাৰী তাৰিখে ভাৰতৰ ৰাজধানী নতুন দিল্লীত প্ৰিয়ংকা গান্ধীৰ জন্ম হৈছিল। তেওঁৰ পিতৃ ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী আৰু মাতৃ ছোনিয়া গান্ধী।

তেওঁ মডাৰ্ণ স্কুল আৰু কনভেণ্ট অফ জিছাছ এণ্ড মেৰীত প্ৰাৰম্ভিক শিক্ষা গ্ৰহণ কৰিছিল। তেওঁ দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত জিছাছ এণ্ড মেৰী কলেজৰ পৰা মনোবিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰে। পিছলৈ তেওঁ ২০১০ চনত বৌদ্ধ অধ্যয়ন বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে।

তেওঁৰ পৰিয়ালৰ ৰাজনৈতিক ইতিহাসৰ সত্বেও প্ৰিয়ংকা গান্ধীয়ে প্ৰত্যক্ষ ৰাজনীতিত প্ৰৱেশ কৰা নাছিল। তেওঁ তেওঁৰ মাতৃ ছোনিয়া গান্ধী আৰু ভাতৃ ৰাহুল গান্ধীৰ সংসদীয় সমষ্টি ৰাইবেৰেলি আৰু আমেথিত সঘনে ভ্ৰমণ কৰি ৰাইজৰ লগত প্ৰত্যক্ষ সংস্পৰ্শলৈ আহিছিল।তেওঁ এই দুই সমষ্টিৰ ৰাইজৰ মাজত ভীষণ জনপ্ৰিয়তা অৰ্জন কৰিছে। তেওঁৰ ৰাজহুৱা অনুষ্ঠানত বিশাল জনসমাগম হয়।

২০০৪ চনৰ ভাৰতীয় সাধাৰণ নিৰ্বাচনত তেওঁ মাতৃৰ নিৰ্বাচন অভিযানৰ ব্যৱস্থাপক আছিল আৰু ভাতৃ ৰাহুল গান্ধীৰ নিৰ্বাচন অভিযান নিৰীক্ষণ কৰি সহায় আগবঢ়াইছিল।২০০৭ চনৰ উত্তৰ প্ৰদেশ বিধানসভা নিৰ্বাচনত তেওঁৰ ভাতৃয়ে গোটেই ৰাজ্যজুৰি নিৰ্বাচন অভিযান চলাই থকা সময়ত তেওঁ আমেথি আৰু ৰাইবেৰেলি অঞ্চলৰ অন্তৰ্গত দহখন আসনৰ নিৰীক্ষণ কৰিছিল।  ২০১৯ চনৰ ২৩ জানুৱাৰী তাৰিখে তেওঁ আনুষ্ঠানিক ভাৱে ৰাজনীতিত প্ৰৱেশ কৰে। তেওঁক কংগ্ৰেছৰ মহাসচিব হিচাপে পূব উত্তৰ প্ৰদেশৰ দায়িত্বভাৰ প্ৰদান কৰা হয়।

১৩বছৰ বয়সতে বৰ্তমানৰ স্বামী ৰবাৰ্ট ৱাদ্ৰাৰ সৈতে চিনাকি হৈছিল প্ৰিয়ংকা। প্ৰথমে বন্ধুত্ব আৰু পিছত এই বন্ধুত্বই প্ৰেমৰ ৰূপ পাইছিল। ১৯৯৭ চনৰ ১৮ ফেব্ৰুৱাৰী তাৰিখে ১০ জনপথ মাৰ্গত অৱস্থিত গান্ধীভৱনত পাৰম্পৰিক হিন্দু ৰীতিৰে তেওঁলোকৰ বিবাহ সম্পন্ন হৈছিল। তেওঁলোকৰ দুগৰাকী সন্তান আছে ক্ৰমে পুত্ৰ ৰিহান আৰু পুত্ৰী মীৰায়া। তেওঁ বৌদ্ধ দৰ্শন মানি চলে আৰু এছ এন গোয়েংকাৰ দ্বাৰা শিকা বিপাসনা কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি
ভাৰত

কোনগৰাকী বিজেপিৰ নেতা ৰাহুল গান্ধীৰ প্ৰিয়? Gen-Zৰে হোৱা বাৰ্তালাপত ৰাহুল গান্ধীৰ অকপট স্বীকাৰোক্তি

August 9, 2026
পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া
ৰাজনীতি

পদত্যাগৰ পিছত Gen-Zক লৈ প্ৰথমবাৰৰ বাবে ধৰ্মেন্দ্ৰ প্ৰধানৰ প্ৰতিক্ৰিয়া

August 9, 2026
কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য
বিনোদন

কিয়ৰা আদৱানীৰ ইণ্টিমেচী দৃশ্যক লৈ এইজন অভিনেতাৰ মন্তব্য

August 9, 2026
বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা
বিনোদন

বিতৰ্কিত মন্তব্যৰ বাবে নহয়, এইবাৰ এইটো কাৰণত চৰ্চাৰ শীৰ্ষত সময় ৰাইনা

August 9, 2026
Next Post
YOUTUBE কৰিও সাকাৰ কৰিব পাৰি ডাঙৰ সপোনঃ ১১কোটি টকাৰ ঘৰ কিনিলে এইগৰাকী ইউটিউবাৰে…

YOUTUBE কৰিও সাকাৰ কৰিব পাৰি ডাঙৰ সপোনঃ ১১কোটি টকাৰ ঘৰ কিনিলে এইগৰাকী ইউটিউবাৰে...

পত্নীক ৰাণীৰ দৰে ৰাখিব এইকেইটা নামৰ ল’ৰাই…

পত্নীক ৰাণীৰ দৰে ৰাখিব এইকেইটা নামৰ ল'ৰাই...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.