• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এই ৫ লক্ষণ দেখিলেই বুজিব শৰীৰত প্ৰটিনৰ অভাৱ হৈছে! দেৰী নকৰি চিকিৎসকৰ পৰামৰ্শ লওক অন্যথা ভূগিব এইসমূহ সমস্যাত

7 months ago
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

16 minutes ago
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

44 minutes ago
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

2 hours ago
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

3 hours ago
হাতলৈ আহিব ধন, শীঘ্ৰে কপাল ফুলিব ৫ ৰাশিৰ লোকৰ!

শৰীৰৰ বাবে আশীৰ্বাদ স্বৰূপ পাণ, মূৰৰ বিষৰ পৰা কোষ্ঠকাঠিন্য লৈ পাব আৰাম

4 hours ago
অনলাইন পেমেণ্টৰ ক্ষেত্ৰত RBI ৰ তীক্ষ্ণ দৃষ্টি, পূৰ্বতকৈ সুৰক্ষিত হ’ব আপোনাৰ ধন!

১ নে ২ এপ্ৰিল, কোনদিনা অসমত পালন হ’ব হনুমান জয়ন্তী?

5 hours ago
আপোনাৰ একাউণ্টৰ পৰা EMI স্বয়ংক্ৰিয়ভাৱে কৰ্তন হয় নেকি? এটা ভুলে খালী কৰিব পাৰে একাউণ্ট!

বৰষুণে ম্লান কৰিব নেকি আজিৰ IPL মেচ? চিন্তিত অনুৰাগী

7 hours ago
বদ্ৰীনাথ ধামলৈ যোৱাৰ কথা ভাবিছে নেকি? জানক কেতিয়া খুলিব মন্দিৰৰ দ্বাৰ

দৈনিক খাওক ২ টা সেউজীয়া ইলাচি, পুৰুষে দেখিব আচৰিত প্ৰভাৱ!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এই ৫ লক্ষণ দেখিলেই বুজিব শৰীৰত প্ৰটিনৰ অভাৱ হৈছে! দেৰী নকৰি চিকিৎসকৰ পৰামৰ্শ লওক অন্যথা ভূগিব এইসমূহ সমস্যাত

এই ৫ লক্ষণ দেখিলেই বুজিব শৰীৰত প্ৰটিনৰ অভাৱ হৈছে! দেৰী নকৰি চিকিৎসকৰ পৰামৰ্শ লওক অন্যথা ভূগিব এইসমূহ সমস্যাত

editor by editor
August 22, 2025
in জীৱনশৈলী, বিবিধ, স্বাস্থ্য
0
এই ৫ লক্ষণ দেখিলেই বুজিব শৰীৰত প্ৰটিনৰ অভাৱ হৈছে! দেৰী নকৰি চিকিৎসকৰ পৰামৰ্শ লওক অন্যথা ভূগিব এইসমূহ সমস্যাত
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰটিন আমাৰ শৰীৰৰ ভিত্তি৷ ই পেশী, হাড়, ছাল আৰু মস্তিষ্কক শক্তিশালী কৰে৷ প্ৰাপ্তবয়স্ক মহিলাসকলে প্ৰতিদিনে প্ৰায় ৪৬ গ্ৰাম প্ৰটিন গ্ৰহণ কৰা উচিত আৰু পুৰুষসকলে ৫৬ গ্ৰাম প্ৰটিন গ্ৰহণ কৰা উচিত৷ যদি শৰীৰে কম পৰিমাণে প্ৰটিন পায় তেতিয়া ধীৰে ধীৰে বহু গুৰুতৰ ৰোগে দেখা দিব পাৰে৷

প্ৰটিনৰ ঘাটিৰ লক্ষণ

  • প্ৰটিনৰ ঘাটিৰ প্ৰথম লক্ষণ হৈছে ফোলাভাৱ৷ হাত, ভৰি বা পেটত ফোলাভাৱে দেখা দিব পাৰে৷ ইয়াৰ কাৰণ হৈছে প্ৰটিনে তেজত তৰল পদাৰ্থৰ ভাৰসাম্য বজায় ৰাখে৷ যেতিয়া ইয়াৰ ঘাটি হয় তেতিয়া টিছুত পানী জমা হব পাৰে আৰম্ভ শৰীৰ ফুলিবলৈ আৰম্ভ কৰে৷
  • প্ৰটিনে কেৱল পেশী তৈয়াৰেই নকৰে মস্তিষ্ককো সুস্থ ৰাখে৷ ইয়াত থকা এমিনো এছিডে মস্তিষ্কৰ কেমিকেলছ তৈয়াৰত সহায় কৰে৷ এইসমূহৰ ঘাটি থাকিলে এজন ব্যক্তি খিংখিঙিয়া, দুখী আৰু বিষন্ন হৈ থাকে৷
  • পৰ্যাপ্ত টোপনিৰ পাছতো যদি আপুনি ক্লান্ত বোধ কৰে তেতিয়া ইয়াৰ কাৰণ প্ৰটিনৰ অভাৱ হব পাৰে৷ শৰীৰত শক্তি সৰবৰাহকাৰী হৰমন আৰু এনজাইম তৈয়াৰৰ বাবে প্ৰটিন অপৰিহাৰ্য৷ ইয়াৰ অভাৱত দুৰ্বলতা, অলসতা আৰু মানসিক ক্লান্তি বাঢ়ে৷
  • প্ৰটিনত থকা কেৰটিন আৰু কোলাজেনে চুলি, ছাল আৰু নখৰ বাবে খুবেই গুৰুত্বপূৰ্ণ৷ যেতিয়া শৰীৰে পৰ্যাপ্ত প্ৰটিন নাপায় তেতিয়া চুলি সৰিবলৈ আৰম্ভ কৰে, নখ ভাঙি যায় ছালো ৰুক্ষ হৈ পৰে৷
  • যদি আপোনাৰ সকলো সময়তে ভোক লাগে তেন্তে এয়াও প্ৰটিনৰ অভাৱৰেই লক্ষণ হব পাৰে৷ প্ৰটিনে দীৰ্ঘক্ষণ পেট ভৰাই ৰাখে আৰু অপ্ৰয়োজনীয় আকাঙ্ক্ষা ৰোধ কৰে৷ যদি ইয়াৰ ঘাটি থাকে তেন্তে বাৰে বাৰে খোৱাৰ ইচ্ছা জাগে৷
  •  মানুহে প্ৰায়েই প্ৰাথমিক লক্ষণসমূহক উপেক্ষা কৰে৷ কিন্তু যদি এই লক্ষণসমূহ সময়মতে বুজা নাযায় তেতিয়া গুৰুতৰ প্ৰটিনৰ ঘাটিয়ে দেখা দিব পাৰে৷

প্ৰটিনৰ ঘাটি দূৰ কৰিবলৈ খাদ্য তালিকাত কি কি খাদ্য ৰখা উচিত?

খাদ্য তালিকাত প্ৰটিন সমৃদ্ধ খাদ্য অন্তৰ্ভুক্ত কৰিবলৈ নাপাহৰিব৷ গাখীৰ, দাইল, কণী, মাছ, ছয়াবিন, পনিৰ আৰু ড্ৰাই ফ্ৰুইট ভাল উৎস৷ যদি লক্ষণসমূহ তীব্ৰ হয় তেন্তে ডাক্তৰৰ পৰামৰ্শ গ্ৰহণ কৰা উচিত৷

(ডিছক্লাইমাৰঃ ওপৰত উল্লেখিত দাবী কেৱল পৰামৰ্শহে৷ ইয়াক মানি চলাৰ পূৰ্বে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ লওক৷)

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

March 30, 2026
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
জীৱনশৈলী

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

March 30, 2026
দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল
বিনোদন

দীপিকাৰ গৰ্ভাৱস্থাত ‘ধুৰন্ধৰ’ৰ শ্বুটিঙস্থলীত কি কাণ্ড কৰিছিল ৰণবীৰে? তথ্য ফাদিল

March 30, 2026
গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!
প্ৰযুক্তি

গাড়ীত তেল ভৰোৱাৰ সময়ত মনত ৰাখিব ৫ টা কথা, কেতিয়াও নাখায় ঠগ!

March 30, 2026
Next Post
কৌশিকী অমাবস্যাত সাবধান! কাম-ক্ৰোধ-লোভে সৰ্বনাশ মাতি আনিব এইসমূহ ৰাশিৰ জাতকৰ জীৱনলৈ

পোষ্ট অফিচৰ RD স্কিমত প্ৰতিমাহে ৩০৩০ টকাকৈ জমা কৰিলে ৬০ মাহৰ পাছত কিমান ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন