• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

4 months ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

6 minutes ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

46 minutes ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

2 hours ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

3 hours ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

4 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

5 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

13 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

14 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

14 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

16 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

16 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য

editor by editor
March 30, 2026
in জীৱনশৈলী, বিনোদন, বিবিধ, ভাৰত, লেখা, স্বাস্থ্য
0
বালি সোমাই হাওঁফাওঁ ফুলি দ্বিগুণ, বহুসময় পানীত ডুবি থকাৰ সন্দেহ, কেনেকৈ কি ঘটিছিল অভিনেতা ৰাহুলৰ সৈতে? প্ৰকাশ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ A-Z তথ্য
0
SHARES
838
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেওবাৰে উভতি নহাৰ দেশলৈ গ’লগৈ বাংলা ফিল্ম ইণ্ডাষ্ট্ৰীৰ জনপ্ৰিয় অভিনেতা ৰাহুল অৰুণোদয় বেনাৰ্জী৷ তেওঁৰ মৃত্যুত সমগ্ৰ বাংলা ফিল্ম ইণ্ডাষ্ট্ৰিতেই শোকৰ ছাঁ পৰিছে৷ বহুতেই তেওঁৰ মৃত্যুত জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে সামঞ্জস্য বিচাৰি পাইছে৷ দেওবাৰে তেওঁৰ মৃত্যু হোৱাৰ পাছতেই তেওঁৰ মৃত্যুক লৈ বহুতেই ৰহস্য বিচাৰি পালেও তেওঁৰ মৃত্যুক লৈ পৰিয়ালৰ পৰা কোনো অভিযোগনামা দাখিল কৰা হোৱা নাই৷ আৰক্ষীৰ তৰফৰ পৰা অস্বাভাৱিক মৃত্যুৰ গোচৰ ৰুজু কৰি নিজাববীয়া তদন্ত আৰম্ভ হৈছে৷ ওড়িশা আৰক্ষীৰ সৈতে সমন্বয় ৰাখি আগুৱাই নিয়া হৈছে তদন্ত প্ৰক্ৰিয়া৷

কি জনাইছে SP অংশুমান সাহাই?

১. অস্বাভাৱিক মৃত্যুৰ গোচৰ দাখিল হৈছে দিঘা থানাত৷ মৰোণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ ওপৰত ভিত্তি কৰি পৰবৰ্তী পদক্ষেপ গ্ৰহণ কৰা হব৷ ওড়িশা আৰক্ষীৰ সৈতেও কথা হৈছে৷ যিসকল প্ৰত্যক্ষদৰ্শী আছিল তেওঁলোকৰ ভাষ্যও ৰেকৰ্ড কৰা হৈছে৷ বাকী যি সহযোগিতা লাগিব সেয়া কৰাৰ আশ্বাস দিছে ওড়িশা আৰক্ষীয়ে৷

২. শ্বুটিঙৰ এক ফুটেজ আৰক্ষীৰ হাতলৈ আহিছে৷ এছ পিয়ে কয়, আমি এটা ফুটেজ লাভ কৰিছো৷ পৰবৰ্তী কি পদক্ষেপ হয় আমি জনাই দিম৷ তদন্তক লৈ এতিয়াও কথা ক’ব পৰা পৰিস্থিতি অহা নাই৷ শেষৰ ফুটেজ আমি পাইছো৷ সেই ফুটেজ বিশেষ টিমে পৰ্যবেক্ষণ কৰি আছে৷

৩. ফুটেজত লাইফ ছেভ কৰিব পৰা কোনো ব্যৱস্থা দেখা নাই৷ তদন্ত কৰিলে বিষয়টো জানিব পৰা যাব৷

৪. বহুতেই প্ৰশ্ন কৰি আছে যে উদ্ধাৰৰ সময়ত জীয়াই আছিল নেকি ৰাহুল৷ সেই বিষয়ক লৈ আমি এতিয়াও নিশ্চিতকৈ একো কব পৰা নাই৷

দেওবাৰে সন্ধিয়া শ্বুটিঙলৈ গৈ মৃত্যু হৈছিল ৰাহুল বেনাৰ্জিৰ৷ ভোলে বাবা পাৰ কৰেগা চিৰিয়েলৰ শ্বুটিঙৰ বাবে গৈছিল ৰাহুল বেনাৰ্জি৷ তাতেই সমুদ্ৰত ডুবি মৃত্যু হৈছে ৰাহুলৰ৷

অভিনেতাজনৰ অকালমৃত্যুৰ পাছতেই সোমবাৰে তমলুক হাস্পতালত তেওঁৰ দেহৰ মৰোণোত্তৰ পৰীক্ষা সম্পন্ন হৈছে৷ প্ৰাথমিক ৰিপৰ্টত কোৱা হৈছে যে পানীত ডুবিয়েই মৃত্যু হৈছে ৰাহুলৰ৷ দীৰ্ঘ সময় ডুবি আছিল ৰাহুল৷ ফলত হাওঁফাওঁত অতিৰিক্ত বালি আৰু পানী জমা হৈ যায়৷ হাওঁফাওঁ ফুলি দ্বিগুণ হৈ গৈছিল বুলিও জনা গৈছে৷ তেওঁৰ শৰীৰত কোনো এলকলহৰ উপস্থিতিত আছিল নে নাই সেয়া স্পষ্টকৈ জনোৱা হোৱা নাই৷ ভিছাৰ পৰীক্ষাও হ’ব বুলি জনা গৈছে৷ সূত্ৰৰ খবৰ অনুসৰি খাদ্যনলীৰ ভিতৰতো বালী আৰু নিমখ পানী সোমাই গৈছে৷

মৰোণোত্তৰৰ প্ৰাথমিক ৰিপৰ্টৰ খবৰ হাস্পতাল সূত্ৰৰ খবৰ অনুসৰি খুবেই কম সময় পানীত ডুবি থাকিলে ইমান পানী জমা হোৱা সম্ভৱ নহয়৷ সম্ভৱত এঘণ্টামান পানীৰ তলত ডুবি আছিল অভিনেতাজন বুলিও সূত্ৰই প্ৰকাশ কৰিছে৷ অভিনেতাজনৰ মৃত্যুক লৈ দেওবাৰৰ পৰাই চলিছে নানান চৰ্চা৷ সূত্ৰৰ খবৰ অনুসৰি ইতিমধ্যেই যি কেমেৰাৰে দেওবাৰে দিনজুৰি ধাৰাবাহিকৰ শ্বুটিং চলিছিল সেই ফুটেজো তদন্তৰ বাবে লোৱা হৈছে৷ দুৰ্ঘটনাৰ বহু মুহূৰ্ত কেই কেমেৰাত ধৰা আছে বুলি ধাৰণা কৰিছে বহুতেই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?
জীৱনশৈলী

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

July 17, 2026
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?
বিনোদন

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

July 17, 2026
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
Next Post
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

মীন ৰাশিত ৪ গ্ৰহৰ মেলা, ইয়াৰ সৈতে বুধাদিত্য যোগো, চকুত লগা উন্নতি ৫ৰাশিৰ, বাঢ়িব অৰ্থ-সম্পদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.