• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

45 minutes ago
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

17 minutes ago
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

2 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

3 hours ago
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

17 hours ago
oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

17 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

18 hours ago
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

19 hours ago
সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

সামান্য সমস্যাতে ঔষধ খায় নেকি? এই অভ্যাসে আনিব পাৰে ভয়ংকৰ বিপদ

19 hours ago
ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

ইংলেণ্ডৰ বিৰুদ্ধে আজি সুযোগ পাব নেকি বৈভৱ সূৰ্যবংশীয়ে? বৈভৱৰ বিশেষ ইংগিত

20 hours ago
Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

Callৰ বিপৰীতে মেছেজ কৰাটোহে বেছি পছন্দ কৰে নেকি? কিয় এনে হয় জানেনে?

21 hours ago
ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

ঘাম ওলালেই শৰীৰ পৰা দুৰ্গন্ধ আহে নেকি? হ’ব পাৰে এই ৰোগৰ লক্ষণ

22 hours ago
যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

যধে-মধে ঘৰত Dream Catcher ওলোমাই থলে হ’ব পাৰে বিপদ!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, July 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য

কিমান আগবাঢ়িছে কেটন হ*ত্যাকাণ্ডৰ তদন্ত?

editor by editor
July 2, 2026
in অপৰাধ, বিবিধ, ভাৰত
0
কেটন-ছিয়াৰ জন্ম কুণ্ডলীত কি আছিল? জ্যোতিষীয়ে পোহৰলৈ আনিছে আন এক তথ্য
0
SHARES
67
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দেশজুৰি চৰ্চিত কেটন আগৰৱাল হ*ত্যাকাণ্ডৰ প্ৰতিদিনে ন ন চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে। সূত্ৰ অনুসৰি, ২০২৬ৰ জানুৱাৰীৰ পৰা কেটন আগৰৱালা আৰু ছিয়া গোৱেলৰ সম্পৰ্কক লৈ আলোচনা আৰম্ভ হৈছিল আৰু সেই অনুসৰি দুয়োৰে জন্ম কুণ্ডলী ​​মিলাই তেওঁলোকৰ বিৱাহ নিৰ্ণয় কৰা হৈছিল। জ্যোতিষীৰ মতে গ্ৰহ আৰু নক্ষত্ৰমণ্ডলৰ অৱস্থান গণনা কৰি ৩৬টা গুণৰ ভিতৰত কেটন-ছিয়াৰ মাজত ২৭টা গুণৰ মিল থকা বুলি সদৰী কৰিছিল। জ্যোতিষীৰ মতে ২৭ অংকৰ মিলক বিৱাহৰ বাবে অতিশয় শুভ আৰু অনুকূল বুলি গণ্য কৰা হয়। হিচাপত কেটন দেৱ গণ আৰু ছিয়া মনুষ্য (মংগন) ৰাশিৰ অন্তৰ্গত বুলিও জানিব পৰা গৈছে, যাৰ ভিত্তিত জ্যোতিষীজনে দাবী কৰিছিল যে তেওঁলোক আদৰ্শ দম্পতী হ’ব আৰু তেওঁলোকৰ বিবাহিত জীৱন অত্যন্ত সফল হ’ব। আনন্দিত হৈ দুয়োটা পৰিয়ালে এংগেজমেণ্ট অনুষ্ঠানটো অতি আড়ম্বৰেৰে উদযাপন কৰি প্ৰস্তুতি আৰম্ভ কৰি ২০২৬ চনৰ নৱেম্বৰ মাহত বিয়াৰ তাৰিখ নিৰ্ধাৰণ কৰে।

জন্মদিনৰ নামত প্ৰেম আৰু মৃত্যুৰ ফান্দৰ নাটক

কেটনে ছিয়াৰ সৈতে সুখী জীৱনৰ সপোন দেখি থকাৰ সময়তে চেতন চৌধুৰীৰ প্ৰতি থকা প্ৰেমত অন্ধ হৈ পৰা ছিয়াই কেটনক চিৰদিনৰ বাবে নিৰ্মূল কৰাৰ পৰিকল্পনা ৰচনা কৰি আছিল। আৰক্ষীৰ তদন্ত অনুসৰি ছিয়াই পূৰ্বে দুই-তিনিবাৰ কেটনক হ*ত্যাৰ অপচেষ্টা চলাইছিল যদিও সঠিক সুযোগৰ বাবে অপেক্ষা কৰি আছিল। ইয়াৰ পিছত ছিয়াই কেতনৰ সৈতে এক কুৎসিত প্ৰেম নাটক মঞ্চস্থ কৰে।

কিমান আগবাঢ়িছে কেটন হ*ত্যাকাণ্ডৰ তদন্ত?

পুনেৰ বহুচৰ্চিত এই হ*ত্যাকাণ্ডৰ তদন্তত আৰক্ষীয়ে কেতবোৰ নতুন তথ্য উদ্ঘাটন কৰিবলৈ সক্ষম হৈছে। সম্প্ৰতি অভিযুক্ত ছিয়া প্ৰায় ৭ মাহৰ পূৰ্বৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত তীব্ৰ গতিত ভাইৰেল হৈছে। ভিডিঅটোত ছিয়াই এখন পাবৰ ভিতৰত হাতত সুৰাৰ বটল লৈ ফোনত বাৰ্তালাপ কৰা দেখা গৈছে। যত ছিয়াই ফোনযোগে কাৰোবাক প্ৰেমত প্ৰৱঞ্চনাৰ অভিযোগ তুলিছে। ভিডিঅটোত ফোনত কৰা বাৰ্তালাপত ছিয়াক অশ্লীল ব্যৱহাৰ কৰাও দেখা গৈছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ
জীৱনশৈলী

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

July 2, 2026
সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য
বিশ্ব

সাংবাদিকৰ নামত সন্ত্ৰা*সবাদী! এই ভয়ংকৰ তথ্যত তীব্ৰ চাঞ্চল্য

July 2, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

July 2, 2026
বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!
অপৰাধ

বাংলাদেশত পুনৰ হিন্দু পূজাৰীক নিৰ্যাতন!

July 1, 2026
Next Post
মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

মুখৰ পৰা দুৰ্গন্ধ আহে নেকি? এইটো কামেৰে আঁতৰাব পাৰি মুখৰ দুৰ্গন্ধ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.