• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধৰ্মক লৈ উন্মাদ হৈ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ফল পাইছে মোদীয়েঃ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ

2 years ago
মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব

16 hours ago
কিমান বছৰ বয়সৰ পৰা শিশুক দাঁত ব্ৰাছ কৰাবলৈ আৰম্ভ কৰিব? কি কয় শিশু চিকিৎসকে?

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

শৰীৰত এই ভিটামিন কমি গ’লে হ’ব পাৰে ফেটি লিভাৰ! কেনেকৈ ৰক্ষা পাব?

17 hours ago
মাজে মাজে মূৰৰ বিষ, হাত-ভৰি টানি ধৰে? সাৱধান হওক, এই লক্ষণ কিয় দিয়ে শৰীৰে?

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

১২ বছৰৰ পাছত কৰ্কট ৰাশিত গজকেশৰী যোগ, ১৪মে ৰ পৰা সাফল্য লাভৰ সুযোগ ৫ৰাশিৰ সন্মুখত

18 hours ago
মনেৰে সকলো দিশৰ পৰা উদাৰ এই ৪ৰাশি, অন্যৰ সুখৰ বাবে সকলো এৰিব পাৰে তেওঁলোকে

মাহেকীয়াৰ সময়ত Mood swings হয় নেকি? জানক ইয়াৰ প্ৰতিকাৰ

1 day ago
সঘনাই প্ৰস্ৰাৱ আৰু ভৰি ফুলাৰ সমস্যা, এয়া বৃক্কৰ ৰোগৰ লক্ষণ নেকি?

শৰীৰত ৰত্ন পৰিধান কৰাৰ পূৰ্বে সাৱধান! জ্যোতিষৰ মতে জানক ৰত্ন ধাৰণৰ নিয়ম

  • About
  • Advertise
  • Careers
  • English Edition
Monday, April 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ধৰ্মক লৈ উন্মাদ হৈ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ফল পাইছে মোদীয়েঃ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ

ধৰ্মক লৈ উন্মাদ হৈ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ফল পাইছে মোদীয়েঃ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ

editor by editor
June 6, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
ধৰ্মক লৈ উন্মাদ হৈ ৰামৰ প্ৰাণ প্ৰতিষ্ঠা কৰাৰ ফল পাইছে মোদীয়েঃ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

লোকসভা নিৰ্বাচনত বিজেপিৰ  বিপৰ্যয়ৰ বাবে নৰেন্দ্ৰ মোদীকেই দোষ দিলে পুৰীৰ শংকৰাচাৰ্য স্বামী নিশ্চলানন্দ সৰস্বতীয়ে৷ অযোধ্যাত বিজেপিৰ হাৰক লৈয়ো কটাক্ষ কৰিলে পুৰীৰ শংকৰাচাৰ্যই৷ মোদীয়ে যেন তেওঁৰ সৈতে টক্কৰ দিবলৈ বৃথা চেষ্টা নকৰে সেই কথাও আকৌ এবাৰ সঁকিয়াই দিছে শংকৰাচাৰ্যই৷ পূৰ্বেও ৰামমন্দিৰক উপলক্ষ কৰি বিতৰ্ক হৈছিল শংকৰাচাৰ্য আৰু মোদীৰ মাজত৷

ৰাম মন্দিৰক লৈ মোদীয়ে দেখুওৱা ভক্তিৰ উন্মাদৰ লক্ষণ বুলিও সমালোচনা কৰিছিল শংকৰাচাৰ্যই৷ বুধবাৰে বোলপুৰৰ এক উৎসৱত অংশগ্ৰহণ কৰি শংকৰাচাৰ্যই কয়, ‘অযোধ্যাত মানুহে বিজেপিক পৰাস্ত কৰোৱাই উচিত জৱাব দিছে৷’ তেওঁ লগতে প্ৰশ্ন কৰে, ‘ৰাম মন্দিৰ উদ্বোধনৰ ভাল প্ৰভাৱ যদি পৰিলেহেতেন তেন্তে বিজেপিয়ে অযোধ্যাত কেনেকৈ পৰাজয়বৰণ কৰিলে?’ শংকৰাচাৰ্যই লগতে কয় যে অযোধ্যাবাসীৰ ৰামমন্দিৰৰ এই কাৰ্যকলাপত যে সমৰ্থন নাই সেই কথা ইতিমধ্যে এই নিৰ্বাচনেই বুজাই দিলে৷ লৌকিক আচাৰ নামানিলে গণতন্ত্ৰও সঠিকভাৱে নচলে বুলি প্ৰধানমন্ত্ৰীক কটাক্ষ কৰি শংকৰাচাৰ্যই কয়, ‘প্রধানমন্ত্ৰী ব্ৰাহ্মণো যদি হ’লহেতেনে তথাপিও ৰাজনেতাই ৰামমন্দিৰ উদ্বোধন কৰাটো সঠিক কথা নহ’লহেতেন৷’

ইয়াৰপূৰ্বেও ৰামমন্দিৰ উদ্বোধনক লৈ প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছিল শংকৰাচাৰ্যই৷ মন্দিৰ উদ্বোধনৰ ঠিক পূৰ্বেই তেওঁ কৈছিল, ‘প্রধানমন্ত্ৰীয়ে নিজৰ সীমাৰ মাজত থাকি কাম কৰা উচিত৷ সংবিধান সন্মত বিধি নিষেধ পালন কৰা প্ৰধানমন্ত্ৰীৰ দায়িত্ব৷ এই বিধিক উপেক্ষা কৰি নিজৰ প্ৰচাৰৰ চেষ্টা কৰা উচিত নহয়৷’ ইয়াৰোপৰি তেওঁ কয়, ‘ধৰ্মত তেওঁ হস্তক্ষেপ কৰা উচিত নহয়৷ সকলোতে দাদাগিৰি কৰা আৰু নেতৃত্ব দিবলৈ যোৱাটো প্ৰধানমন্ত্ৰীৰ কাম নহয়৷ এই কাম উন্মাদৰ লক্ষণ৷ ইফালে মোদীজীয়ে কংগ্ৰেছক অত্যন্ত দুৰ্বল দল বুলি ভৱাটোৱেই ভুল হ’ল৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুকেশ আম্বানীৰ ঘৰ এণ্টেলিয়াত প্ৰতিদিনে তৈয়াৰ কৰা হয় ৪হাজাৰ ৰুটি, কিন্তু কাৰ বাবে? জানি আচৰিত হ’ব
জীৱনশৈলী

April 26, 2026
পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 
জীৱনশৈলী

পুৰুষৰ এইকেইটা অভ্যাসেই বঢ়াই মহিলাৰ ছাৰ্ভাইকেল কেন্সাৰৰ আশংকা, পুৰুষৰ কোনবোৰ অভ্যাসে বিপদ বৃদ্ধি কৰিব পাৰে? 

April 26, 2026
দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?
জীৱনশৈলী

দিল্লীত ২২৮ যাত্ৰী কঢ়িওৱা বিমানৰ ইঞ্জিনত জুই, আহত ৬যাত্ৰী, ক’লৈ যাত্ৰা কৰিবলৈ লৈছিল বিমানখনে?

April 26, 2026
কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?
জীৱনশৈলী

কেইটামান দিনৰ পাছতেই অস্ত যাব বুধ, ১মে’ৰ পৰা পদোন্নতি-অৰ্থলাভৰ সুযোগ পাব তেওঁলোকে?

April 26, 2026
Next Post
২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা…এই সময়ছোৱাত কেইটামান নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি!

২২ জুনৰ পৰা আৰম্ভ হ’ব অম্বুবাচী মেলা...এই সময়ছোৱাত কেইটামান নিয়ম মানি নচলিলে বিপদত পৰিব আপুনি!

কিয় ৮তাৰিখেই শপত? মোদীৰ কাৰ্যকালৰ আটাইবোৰ ডাঙৰ সিদ্ধান্তৰ সৈতে ৮ কিয় জড়িত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন