• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পূষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়তে অঘটন, পদপৃষ্ট হৈ মহিলাই হেৰুৱালে প্ৰাণ, পুত্ৰ সংকটজনক

1 year ago
বুধবাৰে গণেশৰ কৃপা, সাফল্য কঢ়িয়াই আনিব ৩ৰাশিৰ জীৱনলৈ

37 minutes ago
এতিয়া কংগ্ৰেছ দলত যোগদানৰ শাৰীত কৈ Exit Gateতহে বেছি ভিৰ! সামাজিক মাধ্যমত কি মজাৰ কাহিনী কি লিখিলে পীয়ুষ হাজৰিকাই?

10 hours ago
পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন

11 hours ago
এপ্ৰিলত ৪ ৰাশিৰ জীৱনত নতুন অধ্যায়ৰ সূচনা, বুধৰ কৃপাত হ’ব ভাগ্যোদয়

PNB ত ৩০৪ দিনৰ বাবে ৩লাখ জমা কৰিব? কিমান ৰিটাৰ্ণ পাব, জানি থওক সবিশেষ

12 hours ago
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

13 hours ago
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

কাইলৈৰ ৰাশিফলঃ সাধ্য যোগত শতভিষা নক্ষত্ৰ, গণেশৰ কৃপাত ভাগ্য চমকিব কাৰ কাৰ?

14 hours ago
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?

15 hours ago
১৩৮ দিন বক্ৰী থাকিব শনি, দীপাৱলি পৰ্যন্ত গোল্ডেন টাইম ৩ৰাশিৰ

ইউনিয়ন বেংকৰ ৪৪৪ দিনৰ FDত ২লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

16 hours ago
বিবাহৰ পাছতেই জোছ কমি যায়? পত্নী কেটক লৈয়েই এই মন্তব্য কৰিছে নেকি অভিনেতা বিকি কৌশলে? বিতৰ্কত বিকি কৌশল, ক’ত কিয় এনেকৈ কৈছে বিকিয়ে?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পূষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়তে অঘটন, পদপৃষ্ট হৈ মহিলাই হেৰুৱালে প্ৰাণ, পুত্ৰ সংকটজনক

editor by editor
December 5, 2024
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
পূষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়তে অঘটন, পদপৃষ্ট হৈ মহিলাই হেৰুৱালে প্ৰাণ, পুত্ৰ সংকটজনক
0
SHARES
164
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পূষ্পা ২ৰ প্ৰিমিয়াৰৰ সময়তে অঘটন, পদপৃষ্ট হৈ মহিলাই হেৰুৱালে প্ৰাণ, পুত্ৰ সংকটজনক

হায়দৰাবাদত অনুষ্ঠিত হোৱা পুষ্পা ২ৰ প্ৰিমিয়াৰত অঘটন। ৪ ডিচেম্বৰ বুধবাৰে হায়দৰাবাদৰ সন্ধ্যা থিয়েটাৰত প্ৰিমিয়ামৰ সময়তে অঘটন ঘটি প্ৰাণ হেৰুৱালে এগৰাকী মহিলাই। লগতে মহিলাগৰাকীৰ পুত্ৰৰ সংকটজনক অৱস্থা।

আল্লু অৰ্জুনক চাবলৈ কালিৰ সেই প্ৰিমিয়াম শ্বোত বিপুল জনসমাগম হৈছিল। থিয়েটাৰৰ বাহিৰত পদপৃষ্টৰ দৰে পৰিস্থিতি হৈ পৰে। আৰু সেই পদপৃষ্টতে এগৰাকী ৩৯ বছৰীয়া মহিলাৰ মৃত্যু হয়, আৰু তেওঁৰ পুত্ৰৰ অৱস্থা বৰ্তমানে সংকটজনক।

দিলছুখনগৰৰ বাসিন্দা ৰেৱতী (৩৯) নামৰ মহিলাগৰাকীয়ে স্বামী ভাস্কৰ আৰু দুটা সন্তান শ্ৰী তেজ (৯) আৰু সনবিকা (৭)ৰ সৈতে আৰটিচি ক্ৰছ ৰোডছৰ সন্ধ্যা থিয়েটাৰলৈ গৈ পুষ্পা ২ৰ প্ৰিমিয়াৰ শ্ব’ চাবলৈ গৈছিল ।

তাতেই যেতিয়া তাৰকা আল্লু অৰ্জুনৰ আগমণ ঘটে লগে লগে অনুৰাগীৰ মাজত হাহাকাৰ লাগি যায়। প্ৰিয় তাৰকাক এবাৰ কাষৰ পৰা পাবলৈ হেতা ওপৰা লগাই অনুৰাগীয়ে। একপ্ৰকাৰ হুলস্থুলৰ পৰিৱেষ বিৰাজ কৰে প্ৰিমিয়াৰ থলীত। তাতেই পদপৃষ্ট হৈ প্ৰাণ হেৰুৱাই মহিলাগৰাকীয়ে। আনহাতে শ্ৰীতেজ নামৰ ৯ বছৰীয়া শিশুটিৰ অৱস্থা সংকটজনক অৱস্থাত,বৰ্তমানে উন্নত চিকিৎসাৰ বাবে বেগুম্পেটৰ কিমছ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: $ women DiedhyderabadPushpaPushpa 2Stamped
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিম SIPৰ গুৰু! ১০ বছৰত আয় কৰিব ৪০লাখতকৈ বেছি ধন
ভাৰত

March 17, 2026
শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ
জীৱনশৈলী

শুক্ৰৰ নক্ষত্ৰ সলনি, ১১ দিনৰ ভিতৰত জীৱন সলনি হ’ব এই ৪ৰাশিৰ

March 17, 2026
১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?
জীৱনশৈলী

১০ লাখৰ পৰা ১ কোটি পৰ্যন্ত ঋণ! SC, ST আৰু মহিলাসকলৰ বাবে কেন্দ্ৰই আনিছে নতুন, ষ্টেণ্ড আপ ইণ্ডিয়া’ প্ৰকল্প, কেনেকৈ লাভ কৰিব এই ধন?

March 17, 2026
এই স্কিম কেৱল মহিলাৰ বাবে, ৫০০০ টকাৰ পৰা ১১০০০ টকা পৰ্যন্ত চৰকাৰী সাহায্য পাব মহিলাই, কেনেকৈ কৰিব আবেদন?
বিবিধ

Next Post
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে দ্বিতীয়খন টেষ্টত ভাৰতীয় দলৰ হৈ কোনে কৰিব অপেনিং, ৰোহিত শৰ্মাই কৰিলে সদৰি

৪১ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ কৃপা কৰিব সূৰ্যই, নাইকিয়া হ’ব সকলো সমস্যা

৪১ দিনলৈ ৩ ৰাশিৰ ওপৰত বিশেষ কৃপা কৰিব সূৰ্যই, নাইকিয়া হ'ব সকলো সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন