• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আকাশী পথেৰে এই প্ৰেম নামিছিল হৃদয়লৈ…!সিন্ধু-ভেংকটৰ প্ৰেমে চেৰ পেলাব চিনেমাৰ কাহিনীকো

আকাশী পথেৰে এই প্ৰেম নামিছিল হৃদয়লৈ…!সিন্ধু-ভেংকটৰ প্ৰেমে চেৰ পেলাব চিনেমাৰ কাহিনীকো

2 years ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

36 minutes ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

2 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

2 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

3 hours ago
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

3 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আজি ভাগ্যই সহায় কৰিব ৩ ৰাশিক, জানক দৈনিক ৰাশিফল

4 hours ago
জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

জন্মাষ্টমীৰ পূৰ্বে ঘৰলৈ আনক এই ৫ বিধ সামগ্ৰী

12 hours ago
ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

ফুটবলক লৈ জুবিন দাৰ কি সপোন আছিল? কেনেকৈ গৰিমা বৌৱক জুবিন দাই এতিয়াও বাট দেখুৱায়?

13 hours ago
চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব ব্যক্তিগত সম্পত্তি, আহি গ’ল নতুন আইন!

13 hours ago
এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

এই ৬ ৰাশিৰ সলনি হ’ব দিন, আহি আছে সুদিন

15 hours ago
‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

‘ধ*ৰ্ষণৰ বলি হোৱা নাৰীৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি?’

15 hours ago
MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

MOSQUITO COIL অবিহনে ঘৰুৱা পদ্ধতিৰেই খেদিব পাৰিব মহ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

আকাশী পথেৰে এই প্ৰেম নামিছিল হৃদয়লৈ…!সিন্ধু-ভেংকটৰ প্ৰেমে চেৰ পেলাব চিনেমাৰ কাহিনীকো

আকাশী পথেৰে এই প্ৰেম নামিছিল হৃদয়লৈ... সিন্ধু-ভেংকটৰ প্ৰেমে চেৰ পেলাব চিনেমাৰ কাহিনীকো

editor by editor
December 26, 2024
in ক্ৰীড়া, জীৱনশৈলী, ভাৰত
0
আকাশী পথেৰে এই প্ৰেম নামিছিল হৃদয়লৈ…!সিন্ধু-ভেংকটৰ প্ৰেমে চেৰ পেলাব চিনেমাৰ কাহিনীকো
0
SHARES
109
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ক’ৰ্টত পি ভি সিন্ধু মানেই ক্ষিপ্ৰগতী৷ প্ৰতিপক্ষই কঁপি থাকে৷ শেহতীয়াকৈ পি ভি সিন্ধুৱে বিবাহপাশত আৱদ্ধ হৈছে৷ ভেংকট ছাইৰ সৈতে নতুন জীৱনৰ পাতনি মেলিছে পি ভি সিন্ধুৱে৷ কেনেকৈ মিলি গ’ল দুখন হৃদয়? কেনেকৈ আৰম্ভ হৈছিল এই প্ৰেম?

এক সংবাদমাধ্যমক সিন্ধুৱে জনাইছে যে, ভেংকট ছাইৰ ভালপোৱা আৰম্ভ হৈছিল বিমানত৷ আকাশীপথতে আৰম্ভ হৈছে দুয়োৰে প্ৰেম৷ ২০২২ চনৰ অক্টোবৰত বিমানযাত্ৰাৰ সময়ত ভেংকট ছাইৰ সৈতে দেখা হৈছিল হায়দৰাবাদী কন্যাৰ৷ সেই অভিজ্ঞতা সন্দৰ্ভত সিন্ধুৱে কয়, ‘সেই বিমান যাত্ৰাতেই আমি কাষ চাপি গৈছিলো৷ ধাৰণা হৈছিল আমাৰ মিলনৰেই এয়া ইংগিত৷ তৰাই আমাক পোহৰ দি বাট দেখুৱাইছে৷ ধাৰণা হৈছিল যেন প্ৰথম দেখাতেই প্ৰেমত পৰিছো আমি৷ তাৰপাছতেই আগবাঢ়িছিল আমাৰ এই যাত্ৰা৷’

দেওবাৰ অৰ্থাৎ ২২ ডিচেম্বৰত উদয়পুৰত ভেংকট দত্ত ছাইক বিয়া কৰালে পি ভি সিন্ধুৱে৷ তেওঁৰ বিয়াৰ ছবি সামাজিক মাধ্যমত ভাইৰেল হৈছে৷ উদয়পুৰত দুই পৰিয়ালৰ সদস্যৰ উপস্থিতিত নতুন জীৱন আৰম্ভ কৰিলে সিন্ধু আৰু ভেংকট ছাইয়ে৷ বিয়াৰ ছবিতেই বুজা গৈছে যে এই অনুষ্ঠানত অত্যাধিক কোনো জাকজমকতা নাছিল৷ কেৱল নিকটাত্মীয়ৰ উপস্থিতিত বিয়া কৰাইছে সিন্ধু আৰু ভেংকটে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়
জীৱনশৈলী

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

September 2, 2026
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক
জীৱনশৈলী

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

September 2, 2026
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?
জীৱনশৈলী

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

September 2, 2026
নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!
জীৱনশৈলী

নীম কৰোলী বাবাৰ আশীৰ্বাদে সলাব জীৱন, কৰক এইকেইটা কাম!

September 2, 2026
Next Post
বৃহস্পতিবাৰে কৃষ্ণা একাদশীত ধৃতি যোগ, নাৰায়ণৰ কৃপা থাকিব এই ৫ৰাশিত

বৃহস্পতিবাৰে কৃষ্ণা একাদশীত ধৃতি যোগ, নাৰায়ণৰ কৃপা থাকিব এই ৫ৰাশিত

টি-বেগতো মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

টি-বেগতো মাইক্ৰপ্লাষ্টিক! চাহত মিহলি হয় কোটি কোটি প্লাষ্টিকৰ কণা, সতৰ্কবাৰ্তা দি কি কৈছে বিজ্ঞানীয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.