• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুৰ কৃপাত গল্ডেন টাইম আৰম্ভ ৩ৰাশিৰ, চাকৰি-ব্যৱসায়ত সাফল্য নিশ্চিত

2 months ago
গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী

3 hours ago
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

১২ মাহত ১৩ বাৰ কিয় ৰিচাৰ্জ কৰিব লাগে? আকৌ সংসদত জনতাৰ দাবী লৈ সৰৱ ৰাঘৱ চাড্ডা

4 hours ago
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

5 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

6 hours ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

7 hours ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

8 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

9 hours ago
শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুৰ কৃপাত গল্ডেন টাইম আৰম্ভ ৩ৰাশিৰ, চাকৰি-ব্যৱসায়ত সাফল্য নিশ্চিত

ৰাহুৰ কৃপাত গল্ডেন টাইম আৰম্ভ ৩ৰাশিৰ, চাকৰি-ব্যৱসায়ত সাফল্য নিশ্চিত

editor by editor
January 6, 2026
in জীৱনশৈলী
0
ৰাহুৰ কৃপাত গল্ডেন টাইম আৰম্ভ ৩ৰাশিৰ, চাকৰি-ব্যৱসায়ত সাফল্য নিশ্চিত
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত ৰাহুক ভীষণ শক্তিশালী গ্ৰহ বুলি কোৱা হয়৷ ৰাহু এক মায়াবী আৰু ছায়া গ্ৰহ৷ আৰু ৰাহুৱে যেতিয়া কোনো ৰাশিৰ ওপৰত প্ৰসন্ন হয় তেতিয়া তেওঁলোকৰ জীৱনলৈ সুখ আৰু সমৃদ্ধি আহে৷ আৰ্থিক স্থিতি ভাল হয়৷ আৰু পঞ্জিকা অনুসৰি নতুন বছৰৰ আৰম্ভণিতেই ৰাহুৱে যুৱাবস্থাত প্ৰৱেশ কৰিছে৷ আৰু এই অৱস্থাত প্ৰৱেশৰ বাবে কিছু ৰাশিৰ জাতকলৈ সমৃদ্ধিৰ বতৰাও কঢ়িয়াই আনিছে ৰাহুৱে৷

বৈদিক জ্যোতিষ অনুসৰি যেতিয়া কোনো গ্ৰহই ১২ ডিগ্ৰীৰ পৰা ১৮ ডিগ্ৰী কোণৰ মাজত থাকে সেয়া যুৱাৱস্থা বুলি কোৱা হয়৷ পঞ্জিকা অনুসৰি ৩০ ডিচেম্বৰ ২০২৫ত ৰাহুৰ যুৱাবস্থা আৰম্ভ হৈছে৷ আৰু এয়া চলিব ১৫ এপ্ৰিল ২০২৬ পৰ্যন্ত৷ আৰু এই সময়ত সুখবৰ আহিছে কোন কোন ৰাশিৰ জাতকলৈ?

ধনু ৰাশি

ৰাহুৰ এই বিশেষ অৱস্থাই ধনু ৰাশিৰ জাতকৰ কেৰিয়াৰলৈ গতি আনিব পাৰে৷ নতুন চাকৰি লাভৰ যোগ৷ ইয়াৰোপৰি বৰ্তমানৰ চাকৰিতো সন্মান আৰু পদমৰ্যাদা বাঢ়িব পাৰে৷

কুম্ভ ৰাশি

এই সময় কুম্ভ ৰাশিৰ জাতকৰ বাবেও শুভ৷ আপোনাৰ ৰৈ থকা কাম এইসময়ত সম্পূৰ্ণ হ’ব৷ চাকৰিত প্ৰমোছন হব পাৰে৷ ছেলাৰি বৃদ্ধিৰ সম্ভাৱনা আছে৷ নতুন দায়িত্বও পাব পাৰে৷ ব্যৱসায়ত নতুন সুযোগ আহিব পাৰে৷ আৰ্থিক স্থিতি ধীৰে ধীৰে উন্নতি হব৷ বেছি খৰধৰ নকৰিব৷ খৰধৰেই উন্নতি ৰখাই দিব পাৰে৷

মীন ৰাশি

ভাল সময় কটাব মীন ৰাশিৰ জাতকেও৷ আপোনাৰ হাতলৈ ধন আহিব৷ বিনিয়োগত লাভ পাব৷ ইয়াৰোপৰি ভাৱিচিন্তি লোৱা সিদ্ধান্তত প্ৰফিট পাব৷ সামাজিক সম্পৰ্ক আগুৱাই যাব৷ ইয়াৰোপৰি এই সময়ত কিছু প্ৰভাৱশালী ব্যক্তিৰ সান্নিধ্য পাব৷ যাৰ ফলত জীৱনত বহু পৰিমাণে আগুৱাই যাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুৱাহাটীতেই IPLৰ তিনিখন মেচ, নিৰ্বাচনী ধামখুমীয়াৰ মাজতে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া মেচৰ সময়সূচী
ক্ৰীড়া

March 11, 2026
১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য
জীৱনশৈলী

১৫ মাৰ্চত বিৰল ত্ৰিগ্ৰহী যোগ! সূৰ্য-শুক্ৰ-শনিৰ মিলনত নিশাৰ ভিতৰতে সলনি হ’ব ৪ৰাশিৰ ভাগ্য

March 11, 2026
৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং
জীৱনশৈলী

৫দিন পাছতেই মহালক্ষ্মী ৰাজযোগ, ৪ৰাশি কোটিপতি হোৱাটো প্ৰায় খাটাং

March 11, 2026
মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ
জীৱনশৈলী

মাৰ্চৰ শেষত মঘা নক্ষত্ৰলৈ আহিব কেতু, ৮ মাহ ধৰি উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

March 11, 2026
Next Post
সূৰ্যৰ বছৰত উদিত শনিয়ে দেখুৱাব শক্তি, ২৬ত ৩ৰাশিয়ে পাব লক্ষ্মীদেৱীৰ অশেষ কৃপা

মকৰ সংক্ৰান্তিত অনুৰাধা নক্ষত্ৰৰ শুভ যোগ, সোণালী সময় আৰম্ভ হ’ব এই ৫ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন