মায়াবী গ্ৰহ ৰাহু শতভিষা নক্ষত্ৰৰ অধিপতি৷ ১০ বছৰৰ পাছত ৰাহুৱে নিজৰ নক্ষত্ৰ শতভিষাত প্ৰৱেশ কৰিব৷ ২৩ নৱেম্বৰ ২০২৫ত ৰাহুৱে শতভিষা নক্ষত্ৰত গোচৰ কৰিব৷ এই গোচৰ খুবেই গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব৷ ৰাহু নৱেম্বৰ ২০২৫ত শেষ গোচৰ কৰি শতভিষাত প্ৰৱেশ কৰিব আৰু ২ আগষ্ট ২০২৬ চন পৰ্যন্ত এই নক্ষত্ৰতেই থাকিব৷ ইয়াৰ মাজত ৰাহু শতভিষা নক্ষত্ৰত গোচৰ কৰিব৷ ৰাহুৰ নিজৰ নক্ষত্ৰত প্ৰৱেশে তাক আৰু শক্তিশালী কৰিব৷ আৰু যি কাৰণে ৰাশিচক্ৰৰ ৩ ৰাশিক বিশেষ লাভ দিব৷
মিথুন ৰাশি
ৰাহুৰ শতভিষা নক্ষত্ৰত গোচৰ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ সময়৷ পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷ চাকৰিত উন্নতি পাক্কা৷ ব্যৱসায়ত ডাঙৰ কোনো চুক্তি হব৷ ৰৈ থকা কাম সম্পূৰ্ণ হব৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷ সন্তানৰ পক্ষৰ পৰা চিন্তা দূৰ হব৷
কৰ্কট ৰাশি
ৰাহুৰ শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰ্কট ৰাশিৰ জাতকৰ বাবে ডাঙৰ লাভদায়ক৷ চাকৰিয়ালে ডাঙৰ কোনো প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব৷ ব্যৱসায়ীসকলে ভাল লাভ হব পাৰে৷ চাকৰিত পদোন্নতি, দৰমহা বৃদ্ধি হ’ব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















