• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰত শক্তি বাঢ়িছে ৰাহুৰ, ধন বৃদ্ধি এই ৩ৰাশিৰ ওপৰত, তালিকাত আছেনে আপুনি?

নৱেম্বৰত শক্তি বাঢ়িছে ৰাহুৰ, ধন বৃদ্ধি এই ৩ৰাশিৰ ওপৰত, তালিকাত আছেনে আপুনি?

8 months ago
প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

40 minutes ago
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

1 hour ago
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

2 hours ago
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

3 hours ago
‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

‘মেছোপটেমিয়া নহয় সভ্যতাৰ আৰম্ভণি হৈছিল ভাৰতত’

3 hours ago
মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

মুহূৰ্ততে সকলো শেষ! ১৮ বছৰ বয়সত কৰুণ মৃত্যু জনপ্ৰিয় অভিনেত্ৰীৰ

6 hours ago
আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

আগষ্টত সূৰ্য আৰু মংগলকে ধৰি ৪টা গ্ৰহই সলাব গতি, কি কি ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

6 hours ago
“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

“শিক্ষাৰ্থীসকল ৰাজনীতিৰ আহিলা নহয়,” ৰাহুল গান্ধীক কটাক্ষ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ

6 hours ago
Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত  DA যোগ হ’ব নেকি?

Pension & DA: ১০০০ টকাৰ সলনি ৭৫০০ টকাৰ পেঞ্চন, মৌলিক দৰমহাত DA যোগ হ’ব নেকি?

7 hours ago
বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

বাথটাবত নায়ক-নায়িকাৰ অন্তৰংগ মুহূৰ্ত, মূৰ ঘূৰালে দৰ্শকৰ!

8 hours ago
পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

পত্নী গৰ্ভৱতী আৰু অভিনেতা অন্য নাৰীৰ সৈতে! পোহৰলৈ আহিছে প্ৰকৃত কাহিনী

8 hours ago
খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

খজুৱতি, ফোঁহা আৰু শৰীৰ ৰঙা পৰা… বাৰিষাত এই সমস্যাই দিয়ে বিপদৰ ইংগিত!

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱেম্বৰত শক্তি বাঢ়িছে ৰাহুৰ, ধন বৃদ্ধি এই ৩ৰাশিৰ ওপৰত, তালিকাত আছেনে আপুনি?

নৱেম্বৰত শক্তি বাঢ়িছে ৰাহুৰ, ধন বৃদ্ধি এই ৩ৰাশিৰ ওপৰত, তালিকাত আছেনে আপুনি?

editor by editor
November 11, 2025
in জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
নৱেম্বৰত শক্তি বাঢ়িছে ৰাহুৰ, ধন বৃদ্ধি এই ৩ৰাশিৰ ওপৰত, তালিকাত আছেনে আপুনি?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মায়াবী গ্ৰহ ৰাহু শতভিষা নক্ষত্ৰৰ অধিপতি৷ ১০ বছৰৰ পাছত ৰাহুৱে নিজৰ নক্ষত্ৰ শতভিষাত প্ৰৱেশ কৰিব৷ ২৩ নৱেম্বৰ ২০২৫ত ৰাহুৱে শতভিষা নক্ষত্ৰত গোচৰ কৰিব৷ এই গোচৰ খুবেই গুৰুত্বপূৰ্ণ বুলি প্ৰমাণিত হ’ব৷ ৰাহু নৱেম্বৰ ২০২৫ত শেষ গোচৰ কৰি শতভিষাত প্ৰৱেশ কৰিব আৰু ২ আগষ্ট ২০২৬ চন পৰ্যন্ত এই নক্ষত্ৰতেই থাকিব৷ ইয়াৰ মাজত ৰাহু শতভিষা নক্ষত্ৰত  গোচৰ কৰিব৷ ৰাহুৰ নিজৰ নক্ষত্ৰত প্ৰৱেশে তাক আৰু শক্তিশালী কৰিব৷ আৰু যি কাৰণে ৰাশিচক্ৰৰ ৩ ৰাশিক বিশেষ লাভ দিব৷

মিথুন ৰাশি

ৰাহুৰ শতভিষা নক্ষত্ৰত গোচৰ মিথুন ৰাশিৰ জাতকৰ বাবে শুভ সময়৷ পৰিশ্ৰমৰ পূৰ্ণ ফল পাব৷ চাকৰিত উন্নতি পাক্কা৷ ব্যৱসায়ত ডাঙৰ কোনো চুক্তি হব৷ ৰৈ থকা কাম সম্পূৰ্ণ হব৷ জীৱনসংগীৰ সৈতে ভাল সময় কটাব৷ সন্তানৰ পক্ষৰ পৰা চিন্তা দূৰ হব৷

কৰ্কট ৰাশি

ৰাহুৰ শতভিষা নক্ষত্ৰত প্ৰৱেশ কৰ্কট ৰাশিৰ জাতকৰ বাবে ডাঙৰ লাভদায়ক৷ চাকৰিয়ালে ডাঙৰ কোনো প্ৰজেক্টত কাম কৰাৰ সুযোগ পাব৷ ব্যৱসায়ীসকলে ভাল লাভ হব পাৰে৷ চাকৰিত পদোন্নতি, দৰমহা বৃদ্ধি হ’ব৷

কুম্ভ ৰাশি

ৰাহুৰ নক্ষত্ৰ গোচৰ কুম্ভ ৰাশিৰ জাতকৰ বাবে লাভজনক৷ সফলতা নিজে আপোনাৰ কাষলৈ আহিব৷ প্ৰেম জীৱন ভালে কটাব৷ লাভ মেৰিজ কৰাৰ ইচ্ছা পূৰণ হব৷ কোনো ডাঙৰ শুভ সূচনা হ’ব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!
ভাৰত

প্ৰতিবাদকাৰীৰ টাৰ্গেটত শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ কন্যা!

July 22, 2026
দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?
বিনোদন

দিল্লীৰ CJPৰ আন্দোলনত যোগ দিব নেকি CM জোছেফ বিজয়ে?

July 22, 2026
প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?
জীৱনশৈলী

প্ৰাকৃতিগতভাৱে আপোনাৰ দেহক কেনেকৈ সুগন্ধময় কৰি ৰাখিব?

July 22, 2026
হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ
বিনোদন

হলীউডৰ এইগৰাকী অভিনেত্ৰীৰ আকস্মিক মৃ*ত্যুত শোকৰ ছাঁ

July 22, 2026
Next Post
ষড়যন্ত্ৰকাৰীৰ শিঁপালৈকে যাব তদন্তকাৰী সংস্থা, কাকো ৰেহাই দিয়া নহ’ব! দিল্লী বিস্ফোৰণক লৈ কি কি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰীৰ?

ষড়যন্ত্ৰকাৰীৰ শিঁপালৈকে যাব তদন্তকাৰী সংস্থা, কাকো ৰেহাই দিয়া নহ’ব! দিল্লী বিস্ফোৰণক লৈ কি কি ডাঙৰ মন্তব্য প্ৰধানমন্ত্ৰীৰ?

দেশৰ ডাঙৰ ডাঙৰ কেইবাখনো চহৰত হাইএলাৰ্ট, ভয় নকৰিব, হাই এলাৰ্টৰ অৰ্থ কি? কি কি পদক্ষেপ লোৱাটো জৰুৰী?

দেশৰ ডাঙৰ ডাঙৰ কেইবাখনো চহৰত হাইএলাৰ্ট, ভয় নকৰিব, হাই এলাৰ্টৰ অৰ্থ কি? কি কি পদক্ষেপ লোৱাটো জৰুৰী?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.