বিসম্বাদীৰ প্ৰতি ৰাহুলৰ কঠোৰ বাণী। ‘ভয়াতুৰ হৈ কংগ্ৰেছত থাকিব নালাগে’। ‘কংগ্ৰেছৰ পৰা দলিয়াই পেলাব লাগে ভয়াতুৰ লোকক’। ‘সাহসী লোকক কংগ্ৰেছত যোগদান কৰাব লাগে’।