• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাহুল গান্ধী এতিয়া লোকসভাত বিৰোধীৰ নেতা, কিমান শক্তিশালী এই পদ

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাহুল গান্ধী এতিয়া লোকসভাত বিৰোধীৰ নেতা, কিমান শক্তিশালী এই পদ

2 years ago
জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

39 minutes ago
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

1 hour ago
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

2 hours ago
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

3 hours ago
৮ম দৰমহা আয়োগত সলনি হ’ব পেঞ্চনৰ নিয়ম, ১০০% পৰ্যন্ত পেঞ্চনৰ পৰিকল্পনা

8th Pay Commission: কোনবোৰ কৰ্মচাৰীৰ নতুন দৰমহা কাৰ্যকৰী হোৱাৰ লগে লগে গৃহ ভাট্টা দুগুণ হ’ব!

4 hours ago
ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

ভাৰতত ভুৱা জলাতংক ভেকচিন, অষ্ট্ৰেলিয়াৰ সতৰ্কবাণীৰ পিছত বিতৰ্ক

5 hours ago
Post Office SCSS: প্ৰতিমাহে  পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

Post Office SCSS: প্ৰতিমাহে পাব ২০,৫০০ টকা, মাত্ৰ এবাৰ বিনিয়োগ কৰক এই আঁচনিখনত

5 hours ago
অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

অৰ্শ ৰোগৰ সমস্যাত ভুগিছে নেকি? এইবিধ ফুলে দূৰ কৰিব আপোনাৰ সমস্যা

18 hours ago
আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

আজিৰ দিনটোৰ ১০ টা গুৰুত্বপূৰ্ণ খবৰ থোৰতে পঢ়ক

19 hours ago
আপোনাৰো সহজতে নজৰ লাগে নেকি? প্ৰেমানন্দ মহাৰাজে দিলে উত্তৰ

আপোনাৰো সোনকালে নজৰ লাগে নেকি? জানক প্ৰেমানন্দ মহাৰাজে কি ক’লে

19 hours ago
শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

শৰীৰৰ Private parts-ক নকৰিব আওকাণ, ৯৯% লোকে নাজানে সঠিক যতন

20 hours ago
হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

হঠাৎ দাঁতত ব্ৰাছৰ আঘাত, সংক্ৰমণৰ পূৰ্বে অনুসৰণ কৰক এই ঘৰুৱা টিপছ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাহুল গান্ধী এতিয়া লোকসভাত বিৰোধীৰ নেতা, কিমান শক্তিশালী এই পদ

editor by editor
June 26, 2024
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি, লেখা
0
সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাহুল গান্ধী এতিয়া লোকসভাত বিৰোধীৰ নেতা, কিমান শক্তিশালী এই পদ
0
SHARES
413
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলো জল্পনা কল্পনাৰ অন্ত পেলাই ৰাহুল গান্ধী এতিয়া লোকসভাত বিৰোধীৰ নেতা, কিমান শক্তিশালী এই পদ

লোকসভাত বিৰোধী দলৰ নেতা হ’ব প্ৰাক্তন কংগ্ৰেছ সভাপতি ৰাহুল গান্ধী। দলৰ সংসদীয় দলৰ মুৰব্বী ছোনিয়া গান্ধীয়ে লোকসভাৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ভত্ৰিহৰী মাহতাবলৈ পত্ৰ প্ৰেৰণ কৰি ৰাহুল গান্ধীক নিম্ন সদনত দলৰ নেতা হ’ব বুলি কংগ্ৰেছৰ সিদ্ধান্তৰ বিষয়ে অৱগত কৰে। লোকসভাত বিৰোধী দলৰ নেতা হ’ব কংগ্ৰেছৰ ৰাহুল গান্ধী। লোকসভা নিৰ্বাচনত কংগ্ৰেছে ৯৯খন আসন লাভ কৰিছিল। পাছত নিৰ্দলীয় জয়ী হোৱা প্ৰাৰ্থীয়ে যোগদান কৰাত সেয়া ১০০ৰ ঘৰ পাৰ কৰে।

লোকসভাৰ অধ্যক্ষ পদৰ নিৰ্বাচনৰ এদিন পূৰ্বে কংগ্ৰেছে ৰাহুল গান্ধীক বিৰোধী দলৰ নেতা হিচাপে নিযুক্তি দিয়াৰ সিদ্ধান্ত লয়। যোৱা ৮ জুনত কংগ্ৰেছ কৰ্মী সমিতিয়ে সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি ৰাহুল গান্ধীক লোকসভাত বিৰোধী দলপতিৰ দায়িত্ব ল’বলৈ অনুৰোধ জনায়। সেই সময়ত ৰাহুল গান্ধীয়ে কাৰ্য্যকৰী সমিতিৰ সদস্যসকলৰ মতামত শুনি এই সন্দৰ্ভত অতি সোনকালে সিদ্ধান্ত ল’ম বুলি কৈছিল।

এতিয়া যদি ৰাহুল গান্ধী বিৰোধী দলৰ নেতা হৈ আহে, তেন্তে তেওঁ সেই সমিতিৰ অংশ হ’ব য’ত চিবিআইৰ সঞ্চালক, কেন্দ্ৰীয় সতৰ্কতা আয়ুক্ত, মুখ্য তথ্য আয়ুক্ত, ‘লোকপাল’ বা লোকায়ুক্ত, অধ্যক্ষ আৰু ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ সদস্যসকল থাকিব আৰু ভাৰতীয় নিৰ্বাচন আয়োগৰ মুৰব্বীক নিৰ্বাচন আয়ুক্ত নিযুক্তি দিয়ে। এই আটাইকেইটা নিযুক্তিত ৰাহুল গান্ধীয়ে বিৰোধী দলৰ নেতাৰ সৈতে একেখন টেবুলতে বহিব, য’ত প্ৰধানমন্ত্ৰী মোডী বহিব আৰু এই সিদ্ধান্তসমূহত প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে ৰাহুল গান্ধীৰ সন্মতি ল’ব লাগিব বিৰোধীৰ নেতা হিচাপে।

কেবিনেট মন্ত্ৰী সকলৰ লেখীয়া ৰাহুল গান্ধীয়েও এটা চৰকাৰী বাংলো পাব, লগেত পাব বিনামূলীয়া বিমান যাত্ৰা, ৰে’ল যাত্ৰা, চৰকাৰী বাহন আৰু অন্যান্য সা-সুবিধাও লাভ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Asom Liveasom live 24assam liveassam live 24assam live 24 digitalAssam Newsaxom liveaxom live 24Lok Sabhanewsrahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

জুলাই মাহত সাৱধানে থাকক ৪ ৰাশিৰ লোক, হ’ব আৰ্থিক ক্ষতি!
জীৱনশৈলী

৭ ছেপ্টেম্বৰৰ পৰা শনি-বুধৰ সমসপ্তক যোগ, কোন ৩টা ৰাশি হ’ব মালামাল?

September 6, 2026
Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত
প্ৰযুক্তি

Google Chrome Alert: হেকাৰে কিদৰে গুগলৰ লাভ উঠায়? জানি হ’ব আচৰিত

September 6, 2026
জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট
বিনোদন

জোহেৰীৰ শিৰত Miss World 2026 ৰ বিজয় মুকুট

September 6, 2026
হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?
ভাৰত

হাতত নাই ধন, নাই কোনো মেছিন… কিদৰে বিট্টুৱে তবাহীয়ে অকলে চাফা কৰিলে লেতেৰা নদী?

September 6, 2026
Next Post
নিশা শোৱাৰ পাছত নাকৰ শব্দ হয় নেকি, তেন্তে সুখবৰ, প্ৰতিমাহে টকা পাব আপুনি

নিশা শোৱাৰ পাছত নাকৰ শব্দ হয় নেকি, তেন্তে সুখবৰ, প্ৰতিমাহে টকা পাব আপুনি

ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ’ব ৫টা ৰাশি, কোটিপতি হ’ব ৫ ৰাশিৰ অধিপতি

ৰাহু-কেতুৱে গতি সলনি কৰিলেই লাভৱান হ'ব ৫টা ৰাশি, কোটিপতি হ'ব ৫ ৰাশিৰ অধিপতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.