• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘সেৱা দিৱস’ৰূপে উদযাপন ৰাহুল গান্ধীৰ ওপজা দিন

‘সেৱা দিৱস’ৰূপে উদযাপন ৰাহুল গান্ধীৰ ওপজা দিন

5 years ago
এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

এইকেইটা ৰাশি জন্মগতভাৱেই শিৱৰ প্ৰিয়, শিৱৰ প্ৰিয় এই ৩ৰাশি কি কি?

17 minutes ago
আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

আজি সন্ধিয়া মহালক্ষ্মী ৰাজযোগ, আঢ়ৈ দিন ধৰি ধন লাভৰ ভাগ্য আছে এই ৩ৰাশিৰ জাতকৰ

1 hour ago
স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

স্থান সলনি কৰিছে শনিয়ে, শনিৰ স্থান সলনিৰ ফলত সুদিন উভতিছে এই ৪ৰাশিৰ জীৱনলৈ

2 hours ago
প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

প্ৰস্ৰাৱ জ্বলা-পোৰা আৰু দুৰ্গন্ধ… এয়া কি ৰোগৰ লক্ষণ?

2 hours ago
Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

Facebookত আনৰ কন্টেন্ট চুৰি কৰি ব্যৱহাৰ কৰে নেকি? তেন্তে হেৰুৱাব আপোনাৰ একাউন্ট!

3 hours ago
প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

প্ৰতিদিনে কণী খালে শৰীৰত দেখিব আচৰিত প্ৰভাৱ!

4 hours ago
৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

৬৬ বছৰত বয়সত গৰ্ভৱতী হ’ল নেকি নীনা গুপ্তা?

4 hours ago
হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

হাড় মজবুতৰ পৰা ছালৰ সমস্যালৈ… চজিনাৰ উপকাৰী গুণৰ বিষয়ে জানি হ’ব আচৰিত!

5 hours ago
জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

জুবিনবিহীন ছমাহ : ছমহীয়া তিথিত পত্নী গৰিমাই গ’ল্ডিলৈ ৰান্ধিছে প্ৰিয় খাদ্য

5 hours ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

7 hours ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

8 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

‘সেৱা দিৱস’ৰূপে উদযাপন ৰাহুল গান্ধীৰ ওপজা দিন

editor by editor
June 19, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত, ৰাজনীতি
0
‘সেৱা দিৱস’ৰূপে উদযাপন ৰাহুল গান্ধীৰ ওপজা দিন
0
SHARES
50
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ আজি ৫১ বছৰ বয়সত ভৰি দিলে কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীৰ ওপজা দিনটো সেৱা দিৱসৰূপে উদযাপন কৰাৰ সিদ্ধান্ত লয় কংগ্ৰেছে। দেশৰ ভয়াৱহ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাহুল গান্ধীয়ে নিজৰ ওপজা দিন উলহ-মালহেৰে পালন কৰাৰ পৰিৱৰ্তে ৰাইজৰ সেৱা আগবঢ়াই উদযাপন কৰাৰ আহ্বান জনাই প্ৰদেশ কংগ্ৰেছক। দৰিদ্ৰ লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ কৰাৰ উপৰি ঔষধ, অত্যাৱশ্যকীয় সামগ্ৰী, মাস্ক, চেনিটাইজাৰ আদি বিতৰণ কৰে। প্ৰতিষেধক গ্ৰহণৰ ক্ষেত্ৰতো সহায় আগবঢ়ায় সাধাৰণ জনতাক। সচিব প্ৰধান কে চি বেণুগোপালে এক পত্ৰযোগে প্ৰদেশ কংগ্ৰেছ কমিটী আৰু কংগ্ৰেছৰ বিভিন্ন সংগঠনসমূহক ৰাহুল গান্ধীৰ এই আহ্বানৰ বিষয়ে অৱগত কৰে। সেই আহ্বানৰ প্ৰতি সহাঁৰি জনাই সমগ্ৰ দেশজুৰি কংগ্ৰেছে ‘সেৱা দিৱস’ৰূপে উদযাপন কৰে ৰাহুল গান্ধীৰ ওপজা দিন।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24rahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!
ভাৰত

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

March 15, 2026
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?
অসম

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

March 15, 2026 - Updated on March 16, 2026
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

March 15, 2026
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
Next Post
‘কাষ্টমাইজড ক্ৰেচ ক’ৰ্ছ’ৰ অধীনত ১ লাখ ফ্ৰণ্টলাইন কৰ্মীক প্ৰশিক্ষণ

‘কাষ্টমাইজড ক্ৰেচ ক’ৰ্ছ’ৰ অধীনত ১ লাখ ফ্ৰণ্টলাইন কৰ্মীক প্ৰশিক্ষণ

ঐতিহাসিক ক্ষণৰ সাক্ষী এখন ফিয়েট গাড়ী

ঐতিহাসিক ক্ষণৰ সাক্ষী এখন ফিয়েট গাড়ী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.