• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমৰ সকলো কংগ্ৰেছী নেতাই হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট, ৰাহুলে অসমত ন্যায় যাত্ৰা কৰি লাভ নাইঃ বদৰুদ্দিন আজমল

অসমৰ সকলো কংগ্ৰেছী নেতাই হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট, ৰাহুলে অসমত ন্যায় যাত্ৰা কৰি লাভ নাইঃ বদৰুদ্দিন আজমল

2 years ago
মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

মঙ্গলৰ ৰাশিত সূৰ্যৰ গোচৰ, ৰবিগ্ৰহৰ প্ৰভাৱত আমূল সাল-সলনি হ’ব ৪ৰাশিৰ জাতকৰ জীৱনত

2 minutes ago
কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

18 minutes ago
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

1 hour ago
প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

প্ৰমোছন বিচাৰে? এতিয়াও দৰমহা বৃদ্ধিৰ খবৰ নাই? চ’ত নৱৰাত্ৰি চলি থাকোতেই কৰক এই কাম

2 hours ago
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

2 hours ago
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

3 hours ago
মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

মাত্ৰ ৩দিনৰ অপেক্ষা, শুক্ৰই গোচৰ কৰিলেই টকা, প্ৰেম যি বিচাৰে সেয়াই পাব ৫ৰাশিৰ জাতকে

3 hours ago
বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

বক্ৰী হ’ব শনি, সম্পূৰ্ণ ১৩৮ দিন ধৰি সুখ-সাফল্য ৩ৰাশিৰ, ভাগ্য চমকিব দীপাৱলি পৰ্যন্ত

3 hours ago
কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

কাইলৈৰ পৰা বাসন্তী পূজা, পূজাৰ কেইদিন দুৰ্গাৰ কৃপা ৪ৰাশিত, দেৱীৰ আশীৰ্বাদত দূৰ হব সকলো বিপদ

3 hours ago
‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’,  ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

‘১০০দিনত ন্যায় পাব জুবিন গাৰ্গে !’, ঘোষণা অজাপৰ সভাপতি লুৰিণজ্যোতি গগৈৰ

4 hours ago
Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

Relationship Advice: কমিব তিক্ততা বাঢ়িব মৰম, স্বামী-স্ত্ৰীয়ে অনুসৰণ কৰক এই টিপছ

5 hours ago
মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

মামাৰ প্ৰতিশ্ৰুতি! নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ডাঙৰ ঘোষণা

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

অসমৰ সকলো কংগ্ৰেছী নেতাই হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট, ৰাহুলে অসমত ন্যায় যাত্ৰা কৰি লাভ নাইঃ বদৰুদ্দিন আজমল

editor by editor
January 5, 2024
in অসম, উত্তৰ-পূব, ভাৰত, ৰাজনীতি
0
অসমৰ সকলো কংগ্ৰেছী নেতাই হিমন্ত বিশ্ব শৰ্মাৰ এজেণ্ট, ৰাহুলে অসমত ন্যায় যাত্ৰা কৰি লাভ নাইঃ বদৰুদ্দিন আজমল
0
SHARES
318
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বাঘবৰ সমষ্টিৰ বাঘমাৰাচৰত বৃহস্পতিবাৰে AIUDFৰ সভাপতি তথা সাংসদ বদৰুদ্দিন আজমলে এখন বিশাল জনসভাত অংশ গ্ৰহণ কৰি কংগ্ৰেছক তীব্ৰ সমালোচনা কৰিছে। আজমলে সেই সভাতেই কয়, ‘অসমত এতিয়া AIUDF আৰু BJP য়েহে কাম কৰি আছে। কংগ্ৰেছ বৰ্তমান ময়দানত নাই। এনেও কংগ্ৰেছে পৰাজয় মানি লৈছে। কংগ্ৰেছে জানে তেওঁলোকে নগাঁও, ধুবুৰী আৰু কৰিমগঞ্জত জিকিব নোৱাৰে। কংগ্ৰেছে বৰ্তমান ঘৰত বহিয়েই নিৰ্বাচনী অংক কৰি আছে। কংগ্ৰেছে টাউন অঞ্চলৰ ভোট হিচাপ কৰি আছে আৰু কংগ্ৰেছে টাউনত যিমান বেছি লাগি থাকিব AIUDF য়ে গাঁও অঞ্চলৰ সকলো ভোট লাভ কৰিব। অৰ্থাৎ আজিৰ তাৰিখত কংগ্ৰেছে ভোটৰ অংকই শিকিব নোৱাৰিলে। এই ক্ষেত্ৰত কংগ্ৰেছক মই ধন্যবাদ দিও।’

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাকো কটাক্ষ কৰি আজমলে কয় যে, ৰাহুল গান্ধীয়ে ভাৰত জোড়ো যাত্ৰাৰ জৰিয়তেনো কিমান সফল হৈছে? ভাৰতবৰ্ষৰ ৫০ শতাংশ ঠাই ঘুৰি ফুৰি বিগত নিৰ্বাচনত কেইখন আসন লাভ কৰিছে কংগ্ৰেছে? ৰাহুল গান্ধী নেহৰু পৰিয়ালৰ এগৰাকী যুৱক হিচাপে তেওঁক চাবলৈ মানুহ যাবই, কিন্তু ভোট নিদিয়ে। ৰাহুল গান্ধীৰ এনে যাত্ৰাৰে একো কাম নহ’ব। উজনি অসমত কংগ্ৰেছৰ এতিয়া কোনো ভোট বেংক নাই। সেয়ে এতিয়া নামনি অসমত জঁপিয়াই পৰিছে কংগ্ৰেছ দল। অসম কংগ্ৰেছত বৰ্তমান যিমান মানুহ আছে সকলোবোৰ বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ এজেন্ট। বিজেপিৰ এই কংগ্ৰেছী এজেন্টসকলে হিমন্ত বিশ্ব শৰ্মাৰ কথা মতেই আজমলক আক্ৰমণ কৰিছে। যাৰ ফলত লাভৱান হব বিজেপি৷

ইয়াৰোপৰি আজমলে নিৰ্বাচনক কেন্দ্ৰ কৰি কয়, ‘আমি খেলত নামিছো যেতিয়া খেল হ’বই। বিগত সময়ত কা’ৰ বিৰুদ্ধে কিমান আন্দোলন হৈছিল, কেইবাজন শ্বহীদো হৈছিল কিন্তু নিৰ্বাচনততো বিজেপিয়েই জয়ী হ’ল। গতিকে নিৰ্বাচন বেলেগ মানুহৰ মন বেলেগ।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest News Portal of AssamCongress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ
জীৱনশৈলী

কোন কোন বেংকত কম সুদত পাব ৭৫ লাখতকৈ বেছি হোম লোন? জানি থওক হিচাপ

March 23, 2026
২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?
জীৱনশৈলী

২০ মাহৰ বকেয়া ধন পাব একেলগেই! হাতলৈ আহিব ৩ৰ পৰা ১৫ লাখ টকা, অষ্টম দৰমহা কমিছনৰ বাস্তবায়ন কেতিয়া হ’ব?

March 23, 2026
কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?
জীৱনশৈলী

কঠিন সময় আহিছে, সতৰ্কবাণী প্ৰধানমন্ত্ৰী মোদীৰ, কৰ’নাৰ সংকটৰ কথা দেশবাসীক সোঁৱৰাই কি ক’লে প্ৰধানমন্ত্ৰীয়ে?

March 23, 2026
৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?
জীৱনশৈলী

৫মাহৰ ভিতৰত বৃহস্পতিৰ দুবাৰ গোচৰ, সুখ সাগৰত ভাঁহিব এই ৪ৰাশিৰ জাতক, কেৰিয়াৰত উন্নতি আৰু কি কি সুখবৰ?

March 23, 2026
Next Post
হাঁহি মুখে শেষ হৈ গ’লেও আইন বলৱৎ হ’বলৈ নিদিওঁ। আইন বাতিল হ’বই লাগিবঃ ৰূপম দত্ত

হাঁহি মুখে শেষ হৈ গ'লেও আইন বলৱৎ হ'বলৈ নিদিওঁ। আইন বাতিল হ'বই লাগিবঃ ৰূপম দত্ত

‘সত্যমেব জয়তে…’৩৪৪ দিনৰ যুদ্ধ শেষ! আদানী গোষ্ঠী আৰু হিণ্ডেনবাৰ্গৰ যুদ্ধৰ শেষত কোন জয়ী হ’ল?

'সত্যমেব জয়তে...’৩৪৪ দিনৰ যুদ্ধ শেষ! আদানী গোষ্ঠী আৰু হিণ্ডেনবাৰ্গৰ যুদ্ধৰ শেষত কোন জয়ী হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.