• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ইনশ্বাহআল্লাহ, তালিবানে পাকিস্তানক কাশ্মীৰ জয় কৰি দিব’

‘ইনশ্বাহআল্লাহ, তালিবানে পাকিস্তানক কাশ্মীৰ জয় কৰি দিব’

5 years ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

22 minutes ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

1 hour ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

2 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

2 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

2 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

3 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

16 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

17 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

17 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

18 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

19 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

‘ইনশ্বাহআল্লাহ, তালিবানে পাকিস্তানক কাশ্মীৰ জয় কৰি দিব’

editor by editor
August 24, 2021
in বিশ্ব
0
‘ইনশ্বাহআল্লাহ, তালিবানে পাকিস্তানক কাশ্মীৰ জয় কৰি দিব’
0
SHARES
270
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ তালিবানে আফগানিস্তান দখল কৰাৰ পিছতে বিশ্বৰ সন্ত্ৰাসবাদীৰ নতুন ঠিকনা হৈ পৰিল দেশখন৷ তালিবানৰ উত্থানত পাকিস্তানৰ সহযোগিতা এতিয়া লুকাই থকা নাই৷ পাকিস্তানৰ সেনা আৰু ISISৰ সহায়তেই তালিবানে আফগানিস্তান দখল কৰিবলৈ সক্ষম হোৱা বুলি বহু লোকে কয়৷ কিয়নো তালিবানে কাবুল দখল কৰাৰ পাছতে প্ৰধানমন্ত্ৰী ইমৰাণ খানৰ দল ‘তেহৰিক-ই-ইনচাফ’ (পিটিআই)য়ে আনন্দ উদযাপন কৰিছে৷ এতিয়া ইমৰান খানৰ দলৰে এগৰাকী নেতাই কাশ্মীৰক লৈ চাঞ্চল‍্যকৰ দাবী কৰিছে৷ পাকিস্তানী নেতা নীলম ইৰচাদ খানে কয় যে তালিবান পাকিস্তানৰ সৈতে৷ তালিবান আহি কাশ্মীৰ জয় কৰি পাকিস্তানৰ হাতত তুলি দিব৷ পাকিস্তানৰ ‘বোল’ টিভিৰ এক অনুষ্ঠানত নীলমে এই বিতৰ্কিত মন্তব‍্য কৰে৷ টিভি অনুষ্ঠানটোত নীলমে কয়— ‘ইমৰান খানৰ চৰকাৰ গঠন হোৱাৰ পাছত পাকিস্তানৰ সন্মান বাঢ়িছে, তালিবানে কৈছে তেওঁলোক আমাৰ সৈতে আছে, ইনশ্বাহ আল্লাহ তেওঁলোকেই আমাক কাশ্মীৰ জয় কৰি দিব৷’ টিভিৰ এংকৰগৰাকীয়ে সোধে যে তালিবানে আপোনাক কাশ্মীৰ দিব, এই কথা আপোনাক কোনে ক’লে? উত্তৰত নীলম ইৰচাদে কয়— ‘ভাৰতে আমাক বিভক্ত কৰিছে, আমি পুনৰ একত্ৰিত হ’ম৷ আমাৰ সেনাৰ শক্তি আছে, চৰকাৰৰ শক্তি আছে৷ তালিবানে আমাক সমৰ্থন কৰি আছে, কিয়নো তালিবানৰ ওপৰত হোৱা অত‍্যাচাৰৰ সময়ত তেওঁলোকক পাকিস্তানে সমৰ্থন কৰিছিল৷ এতিয়া তেওঁলোকে আমাক সমৰ্থন কৰিব৷’ বোল টিভিৰ অনুষ্ঠানত নীলমে আৰু কি কি কৈছিল, চাওক VIDEO

#PTI leader Neelam Irshad Sheikh: Taliban have announced that they will join hands with Pakistan to liberate Kashmir. pic.twitter.com/MfC7mQ6lLh

— SAMRI (@SAMRIReports) August 23, 2021

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24kashmirpakistantaliban
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?
বিজ্ঞান

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

October 1, 2026
বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল
বিবিধ

বিৱাহৰ বাবে উপযুক্ত স্বামী বিচাৰি যুৱতীৰ চমৎকাৰী কৌশল

October 1, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ
বিশ্ব

পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ কবলত নেপাল, মৃত্যু ২৭ জন লোকৰ

September 29, 2026
Next Post
মোদী চৰকাৰৰ নতুন আঁচনি

মোদী চৰকাৰৰ নতুন আঁচনি

কালিথানৰ ১০০ মিটাৰ দূৰৈত উদ্ধাৰ কণমানিৰ ডিঙি কটা মৃতদেহ

কালিথানৰ ১০০ মিটাৰ দূৰৈত উদ্ধাৰ কণমানিৰ ডিঙি কটা মৃতদেহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.