মোদী চৰকাৰৰ নতুন আঁচনি। সম্পদ বিক্ৰীৰ জৰিয়তে ৬ লাখ কোটি ঘটাৰ লক্ষ্য। ৰে’ল ষ্টেচন, বিমান বন্দৰ, কয়লা খনি বিক্ৰী কৰিব চৰকাৰে।