• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অযোধ্যাত কিয় ৰামৰ ক’লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ল? ৰামৰ মূৰ্তিক লৈ অব্যাহত চৰ্চা

অযোধ্যাত কিয় ৰামৰ ক’লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ল? ৰামৰ মূৰ্তিক লৈ অব্যাহত চৰ্চা

3 years ago
দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

51 minutes ago
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

10 hours ago
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

10 hours ago
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

11 hours ago
ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

ক্ষতিগ্ৰস্ত হাওঁফাওঁ পুনৰ সুস্থ অৱস্থালৈ আনিব পাৰেনে?

11 hours ago
কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

কিশোৰীৰে অপকৰ্ম ৩ লম্পটৰ, ভিডিঅ’ ভাইৰেলৰ ভাবুকিৰে ব্লেকমেইলিং

12 hours ago
পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

পিতৃ-পুত্ৰসহ একেটা পৰিয়ালৰে ৫জন লোকৰ সলিল সমাধি

12 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! অক্টোবৰত এই ৪ ৰাশিৰ ভাগ্য সলনিৰ ইংগিত

13 hours ago
বিকৃত মানসিকতাৰে ভৰি আছিল নেকি আছিকৰ মগজু?

নিমিষা হত্যাকাণ্ডৰ নিশা কি ভয়ংকৰ কাণ্ড সংঘটিত কিৰিছিল মিণ্টু আলীয়ে

14 hours ago
সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

সাংস্কৃতিক নগৰীত লাজ লগা কাৰবাৰ!

15 hours ago
অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

অসমীয়াক ভালকৈ টুপি পিন্ধালে ৰবি তেজাই!

15 hours ago
জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

জুবিন গাৰ্গৰ দুই দেহৰক্ষীৰ জামিন লাভ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অযোধ্যাত কিয় ৰামৰ ক’লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ল? ৰামৰ মূৰ্তিক লৈ অব্যাহত চৰ্চা

editor by editor
January 23, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
অযোধ্যাত কিয় ৰামৰ ক’লা ৰঙৰ মূৰ্তি প্ৰতিষ্ঠা কৰা হ’ল? ৰামৰ মূৰ্তিক লৈ অব্যাহত চৰ্চা
0
SHARES
20k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অযোধ্যাৰ ৰাম জন্মভূমিত সোমবাৰে শিশু ৰামৰ বিগ্ৰহত প্ৰাণ প্ৰতিষ্ঠা কৰা হ’ল। দীৰ্ঘ ৫০০ বছৰীয়া প্ৰতীক্ষাৰ পাছতেই আকৌ এবাৰ ঘৰলৈ উভতি আহিছে শ্ৰী ৰাম। বিগত ১৬ জানুৱাৰীৰ পৰা আৰম্ভ হৈছিল ৰাম মন্দিৰৰ গৰ্ভগৃহত ৰামৰ বিগ্ৰহৰ প্ৰাণ প্ৰতিষ্ঠাৰ অনুষ্ঠান। অৱশেষত ২২ জানুৱাৰীত সেই প্ৰক্ৰিয়া সমাপ্ত হৈছে। ৰাম নামৰ আৱেগত ভাহিছে সমগ্ৰ দেশ। অযোধ্যা যিহেতু ৰামচন্দ্ৰৰ জন্মভূমি সেয়ে ৰাম মন্দিৰত শ্ৰীৰামৰ শিশুকালৰ মূৰ্তিহে প্ৰতিষ্ঠা কৰা হৈছে। ক’লা গ্ৰেনাইট পাথৰেৰে তৈয়াৰ কৰা হৈছে ৰামৰ মূৰ্তি। কিন্তু কলা ৰঙৰ মূৰ্তি দেখি বহুতৰে মনতেই প্ৰশ্ন, কিয় ক’লা ৰঙৰ মূৰ্তি তৈয়াৰ কৰা হ’ল?

একাংশ শাস্ত্ৰজ্ঞৰ মতে ক’লা ৰঙৰ মূৰ্তি তৈয়াৰ কৰাৰ কাৰণ হৈছে শ্ৰী ৰামৰ দেহৰ বৰণো প্ৰকৃততে ক’লাই আছিল। শ্ৰী ৰাম শ্যামবৰ্ণৰ আছিল বুলি ৰামায়ণৰ বৰ্ণনাতেই উল্লেখ আছে। সেয়ে ৰামৰ বিগ্ৰহৰ ৰঙো ক’লা কৰা হৈছে। ইয়াৰোপৰি ৰামলালাৰ মূৰ্তি তৈয়াৰ কৰা শিলটো হৈছে নাৰায়ণ শিল। এই শিল কলা ৰঙৰ। হিন্দু ধৰ্মত নাৰায়ণ শিল অত্যন্ত মাহাত্ম্যপূৰ্ণ। ৰামৰ মূৰ্তি তৈয়াৰ কৰা এই শিলৰ বয়স কেইবা হাজাৰ বছৰ। এই শিলক স্বয়ং নাৰায়াণ বুলিয়েই বিশ্বাসো কৰে হিন্দুধৰ্মাৱলম্বী লোকে। নাৰায়ণ শিল হাজাৰ হাজাৰ বছৰ ধৰি একেদৰেই থাকে। এই পাথৰ কেতিয়াও ক্ষয়ো নাযায়। ৰামৰ বিগ্ৰহত সেয়ে পানী, চন্দন, গাখীৰ আদি ঢালিলেও ৰঙৰ কোনো পৰিবৰ্তন নহয়। এই বিগ্ৰহৰ ৰং হাজাৰ হাজাৰ বছৰ ধৰি একেই থাকিব।

প্ৰাণ প্ৰতিষ্ঠাৰ গুৰুত্ব
হিন্দুধৰ্ম অনুসৰি বিগ্ৰহত প্ৰাণ প্ৰতিষ্ঠা অত্যন্ত গুৰুত্বপূৰ্ণ এটা প্ৰক্ৰিয়া। ইয়াৰ অৰ্থ এয়ে যে দেৱতাৰ বিগ্ৰহত নিৰ্দিষ্ট ৰীতি আচাৰ আৰু মন্ত্ৰোচ্চাৰণৰ মাধ্যমেৰে সেই দেৱতাক সেই স্থানত জীৱিত কৰি তোলা। প্ৰাণ প্ৰতিষ্ঠা নকৰালৈকে কোনো বিগ্ৰহকেই পূজা কৰিব নোৱাৰি। সেয়ে কোনো বিগ্ৰহত পূজা কৰাৰ আগে আগে তাৰ প্ৰাণ প্ৰতিষ্ঠা কৰাটো অত্যন্ত জৰুৰী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দৈনিক ৰাশিফল- আজি শুক্লা দশমী তিথিত কেনে যাব দিনটো, ৫ ৰাশিৰ বাবে সৌভাগ্য ভৰা দিন
জীৱনশৈলী

৩০ ছেপ্টেম্বৰ ২০২৬ৰ দৈনিক ৰাশিফল: আজিৰ দিনটোত কোন ৰাশিৰ ভাগ্যত কি আছে?

September 30, 2026
‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’
ৰাজনীতি

‘ধনীৰ ভগৱান ৰাম, দুখীয়াৰ ভগৱান শিৱ’

September 29, 2026
ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী
বিনোদন

ক্ষুব্ধ উৰ্বশী ৰৌটেলা, ৭০০০ কোটি টকা ক্ষতিপূৰণৰ দাবী

September 29, 2026
৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য
বিজ্ঞান

৭ টা সুৰক্ষা সীমা অতিক্ৰম পৃথিৱীৰ, আৰু দুটা সীমা পাৰ কৰিলেই বিপদ অনিবাৰ্য

September 29, 2026
Next Post
কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে…

কোনোবাই মাতে BABY, কোনোবাই মাতে মেডামঃ বলিউড তাৰকাসকলে মৰমৰ পত্নীক মৰমতে কি বুলি মাতে...

৩৩ কিঃগ্ৰাঃৰ স্বৰ্ণমুকুট নে কোটি টকাৰ চেক! সকলো স্পষ্ট কৰিলে মুকেশ আম্বানীয়ে

৩৩ কিঃগ্ৰাঃৰ স্বৰ্ণমুকুট নে কোটি টকাৰ চেক! সকলো স্পষ্ট কৰিলে মুকেশ আম্বানীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.