• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জন্মৰ পাছতে হাস্পতালত সলনি হৈছিল বলীউডৰ এইগৰাকী অভিনেত্ৰী, মাতৃয়ে কোনোমতে কৰিছিল উদ্ধাৰ

1 year ago
কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?

11 seconds ago
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

1 hour ago
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

2 hours ago
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

ত্ৰিগ্ৰহী-ৰুচক ৰাজযোগত ৫ৰাশিৰ ওপৰত ধনৰ বৰষুণ, কাইলৈৰ পৰা আৰম্ভ হ’ব ভাল সময়

3 hours ago
প্ৰভিডেণ্ট ফাণ্ডৰ পৰা ক্ৰিপ্টো মুদ্ৰাৰ কৰ ৰেহাইলৈ! আসন্ন বাজেটত দেশবাসীক কি কি উপহাৰ দিব কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে?

4 hours ago
মহাশিৱৰাত্ৰিৰ পূৰ্বে এই ৬সপোন দেখিছে? গোপনে আপোনাক এই সংকেত পঠিয়াইছে মহাদেৱে

5 hours ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই সূৰ্য-বৃহস্পতিৰ ষড়ষ্টক যোগ, নতুন চাকৰি, চকুতলগা উন্নতি ৫ৰাশিৰ

অশান্তিৰ মাজতেই আকাশপথ বন্ধ কৰিলে ইৰানে, কি প্ৰভাৱ ভাৰতীয় উৰান পৰিসেৱাত? বাতিল হ’ব পাৰে এয়াৰ ইণ্ডিয়াৰ এইসমূহ ফ্লাইট

6 hours ago
বছৰৰ প্ৰথম সূৰ্যগ্ৰহণ কষ্টকৰ হ’ব এই ৩ৰাশিৰ বাবে, বিশাল আৰ্থিক ক্ষতি হ’ব এওঁলোকৰ

24 hours ago
১৭ জানুৱাৰীৰ পৰা ৫ৰাশিৰ ভাল সময় আৰম্ভ, মঙ্গলৰ গোচৰত এইকেইটা ৰাশিৰ উন্নতি নিশ্চিত

1 day ago
বৰ্ধিত দৰমহা আৰম্ভ হোৱাৰ পূৰ্বেই ৭০শতাংশ DA বৃদ্ধিৰ সম্ভাৱনা! অষ্টম পে কমিছনত কেনে হ’ব মহাৰ্ঘ ভাট্টাৰ হিচাপ?

  • About
  • Advertise
  • Careers
  • English Edition
Thursday, January 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

জন্মৰ পাছতে হাস্পতালত সলনি হৈছিল বলীউডৰ এইগৰাকী অভিনেত্ৰী, মাতৃয়ে কোনোমতে কৰিছিল উদ্ধাৰ

editor by editor
September 16, 2024
in চিনেমা, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
জন্মৰ পাছতে হাস্পতালত সলনি হৈছিল বলীউডৰ এইগৰাকী অভিনেত্ৰী, মাতৃয়ে কোনোমতে কৰিছিল উদ্ধাৰ
0
SHARES
515
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জন্মৰ পাছতে হাস্পতালত সলনি হৈছিল বলীউডৰ এইগৰাকী অভিনেত্ৰী, মাতৃয়ে কোনোমতে কৰিছিল উদ্ধাৰ

বলীউডৰ এগৰাকী অন্যতম জনপ্ৰিয় অভিনেত্ৰী, যাৰ অভিনয় দক্ষতাই অগণণ দৰ্শকৰ হৃদয় জয় কৰি আহিছে। বলীউডৰ তিনি খান শ্বাহৰুখ, আমিৰ ছলমানৰ সৈতে কাম কৰি হিট ছবি দিছে অনুৰাগীক। অমিতাভ বচ্চনৰ সৈতেও কাম কৰি দিছে ছুপাৰহিট ছবি।

পাছে সেই সুদক্ষ তথা সফল অভিনেত্ৰীগৰাকী জন্মৰ পাছতে হাস্পতালত সলনি হৈ গৈছিল। মাতৃয়ে কোনোমতে উদ্ধাৰ কৰিবলৈ সফল হৈছিল। যদিহে সেইদিনা মাতৃয়ে হেৰুৱা সন্তান বিচাৰি নাপালেহেতেন, তেন্তে আজি ভাৰতেও নাপালে হেতেন এই গৰাকী বিশেষ অভিনেত্ৰী।

সেই অভিনেত্ৰীগৰাকীয়ে হৈছে ৰাণী মুখাৰ্জী। যিয়ে অভিনয় জীৱনত কৰা প্ৰায় গোটেই কেইখন ছবিয়ে হিট হৈছে।

ৰাণীৰ পিতৃ ৰাম মুখাৰ্জী চলচ্চিত্ৰ নিৰ্মাতা হোৱাৰ বিপৰীতে মাতৃ কৃষ্ণ মুখাৰ্জী আছিল প্লেবেক গায়িকা। ১৯৭৮ চনৰ ২১ মাৰ্চত মুম্বাইত কৃষ্ণ মুখাৰ্জী আৰু ৰাম মুখাৰ্জীৰ ঘৰত ৰাণীৰ জন্ম হয়। জন্মৰ পিছতে ৰাণী চিকিৎসালয়ত আন এটা পৰিয়ালৰ সৈতে সালসলনি হৈ পৰিছিল।

এটা পাঞ্জাবী পৰিয়ালৰ সৈতে আদান-প্ৰদান হৈছিল ৰাণী মুখাৰ্জী। যেতিয়া আন এটা সন্তান আনি হাস্পতাল কৰ্তৃপক্ষই মাতৃৰ হাতত দিছিল, তেতিয়া লগে লগে মাতৃয়ে কৈ উঠিছিল, এয়া মোৰ সন্তান নহয়।

তেতিয়া হাহাকাৰ লাগি যায় সকলোফালে, আৰু বিচাৰি বিচাৰি পাঞ্জাৱী পৰিয়ালটোৰ ওচৰত উদ্ধাৰ কৰে সদ্যোজাত ৰাণীক।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: bollywood actressBollywood HeroineRani Mukharjee
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কিডনিত পাথৰ হৈছে নেকি সহজে বুজাৰ উপায় কি? কি কি লক্ষণ দেখিলে সাৱধান হ’ব?
জীৱনশৈলী

January 15, 2026
উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ
বিবিধ

উপাৰ্জনৰ বাবে প্ৰেমিকক অন্য পুৰুষৰ শয্যাসংগী হ’বলৈ বাধ্য কৰিছে প্ৰেমিকাই! আয় শুনিলে চকু কঁপালত উঠিব আপোনাৰ

January 15, 2026
মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ
জীৱনশৈলী

মাজ-আকাশত জু**ই! ১৯০গৰাকী যাত্ৰীসহিতে ছিংগাপুৰগামী এয়াৰ ইণ্ডিয়াৰ বিমান উভতিল দিল্লীলৈ

January 15, 2026
১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ
বিবিধ

১২ লাখ বিনিয়োগত পাব ২.২৮ লাখ টকা নিশ্চিত সুদ! মাত্ৰ পাঁচ বছৰতেই পাব ১৪ লাখ টকা, জানি থওক এই চৰকাৰী প্ৰকল্পৰ সবিশেষ

January 15, 2026
Next Post
বগা চুলি মিনিটতে কৰক ক’লা, অতি সহজে ঘৰতে কৰক এই উপায়

বগা চুলি মিনিটতে কৰক ক'লা, অতি সহজে ঘৰতে কৰক এই উপায়

ADRE প্ৰশ্নকাকত ফাদিলৰ মূলতে ছেবাই নিয়োগ কৰা ফটোগ্ৰাফাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন