চুমি তাৰ্কিকক লৈ এইবাৰ মুখ খুলিছে এইবাৰ অসম চৰকাৰৰ আন এজন মন্ত্ৰীয়ে৷
আইন মন্ত্ৰী ৰঞ্জিৎ কুমাৰ দাসে চুমী সন্দৰ্ভত কৰিছে পৃথক এক মন্তব্য৷
ৰঞ্জিত কুমাৰ দাৰে চুমী সন্দৰ্ভত কি কি কৈছে?
‘চুমিয়ে জে’লৰ ভাল খোৱাটো একো ডাঙৰ কথা নহয়৷’
‘কিন্তু প্ৰথমতে ক’ত ক’ত টকাসমূহ থৈছে সেয়া উদ্ধাৰ কৰি আনক৷’
‘জে’লত গ’লেতো জামিনত মুকলি হৈ আকৌ ওলাই আহিব৷’
‘উদ্ধাৰ কৰা ধনসমূহ যিয়ে যিয়ে বিনিয়োগ কৰিছিল তেওঁলোকক ঘূৰাই দিয়ক৷’
‘লিগেলী ইনভেষ্ট কৰাসকলকহে ধন উভতাই দিয়ক৷’
‘ইলিগেলি বিনিয়োগ কৰাসকলৰ ধনেৰে অংগনবাড়ী গৃহ বা অভাৰব্ৰীজ বনোৱাৰ কামত লগাওক৷’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ