• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আইচক্ৰীম আনিবলৈ গৈছিল, কিন্তু চ্যুটকেছত উদ্ধাৰ ৯ বছৰীয়া কণমানি

আইচক্ৰীম আনিবলৈ গৈছিল, কিন্তু চ্যুটকেছত উদ্ধাৰ ৯ বছৰীয়া কণমানি

1 year ago
Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

1 hour ago
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

2 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

3 hours ago
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

4 hours ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

12 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

13 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

14 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

15 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

15 hours ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

16 hours ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

17 hours ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আইচক্ৰীম আনিবলৈ গৈছিল, কিন্তু চ্যুটকেছত উদ্ধাৰ ৯ বছৰীয়া কণমানি

editor by editor
June 8, 2025
in বিবিধ, বিশ্ব, ভাৰত
0
আইচক্ৰীম আনিবলৈ গৈছিল, কিন্তু চ্যুটকেছত উদ্ধাৰ ৯ বছৰীয়া কণমানি
0
SHARES
228
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আইচক্ৰীম আনিবলৈ গৈছিল, কিন্তু চ্যুটকেছত উদ্ধাৰ ৯ বছৰীয়া কণমানি

দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰা এটা ঘটনা। ৰাজধানী দিল্লীত কালি সন্ধিয়াৰ ভাগত সংঘটিত হোৱা এক ঘটনা। এটি ৯ বছৰীয়া কণমানি। সন্ধিয়া ৭ মান বজাত ঘৰৰ পৰা ওলাই গৈছিল আইচক্ৰীম আনিবলৈ । কিন্তু পাছত বন্ধ ঘৰৰ ভিতৰত চ্যুটকেচত উদ্ধাৰ নিথৰ দেহ।

দিল্লীৰ নেহৰু বিহাৰত সংঘটিত হৈছে এই ঘটনা। পঞ্চম শ্ৰেণীত পঢ়া ৯ বছৰীয়া কণমানিটি সন্ধিয়া ৭ বজাত ঘৰৰ ওচৰৰে দোকানৰ পৰা আইচক্ৰিম আনিবলৈ গৈছিল। কিন্তু এঘণ্টাৰ পাছতো উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে।

তেতিয়া কোনো প্ৰত্যক্ষদৰ্শীয়ে কয়, ওচৰৰ বিল্ডিং এটাৰ ভিতৰলৈ কণমানিটিক যোৱা দেখা। লগে লগে সেই বিল্ডিংটোলৈ যোৱাত দেখে বাহিৰৰ পৰা তলা মৰা।

তলা ভাঙি ভিতৰত প্ৰৱেশ কৰি উদ্ধাৰ কৰে কেৱল এটা চ্যুটকেচ। কিন্তু চ্যুটকেচ খুলি দেখি শিয়ৰি উঠে পৰিয়ালৰ লোক। কাৰণ সেই চ্যুটকেচৰ ভিতৰত বেয়াকৈ আঘাতপ্ৰাপ্ত মূমূৰ্ষ অৱস্থাত উদ্ধাৰ কৰে কণমানিটিক।

ততাতৈয়াকৈ হাস্পতাললৈ লৈ যায় যদিও মাজবাটতে প্ৰাণ হেৰুৱাই কণমানিটিয়ে। কিন্তু চিকিৎসকে প্ৰাথমিক ভাৱে দেখিয়েই ব্যক্ত কৰে ধৰ্ষণ কৰা হৈছিল, লগতে বেয়াকৈ মাৰপিট কৰা হৈছে কণমানিটিৰ লগত।

লগে লগে আৰক্ষীৰ কাষ চাপে পৰিয়াল। আৰক্ষীয়ে POCSO আইনৰ আধাৰত গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ ৰকিছে। লগতে দিল্লীৰ কাষৰীয়া অঞ্চল সমূহতো তালাচী অভিযান চলাইছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhi policeDlehi Rape Caserape case
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

Job Alert: চৰকাৰৰ কেইবাটাও বিভাগত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন…
নিয়োগ

দশম উত্তীৰ্ণৰ বাবে ৰে’লৱেত ওলাইছে চাকৰি, জানক কেনেকৈ কৰিব আবেদন

June 30, 2026
নামমাত্ৰ বিনিয়োগ কৰি ৰিটাৰ্ণত পাব ২৫লাখ, পোষ্ট অফিচৰ এই স্কিমে সহজেই লাখপতি কৰিব পাৰে আপোনাক
জীৱনশৈলী

শীঘ্ৰে মালামাল হ’ব ৪ ৰাশিৰ লোক, হাতলৈ আহিব মাথোঁ ধন!

June 30, 2026
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?
জীৱনশৈলী

শনিয়ে সলনি কৰিলে গতি, ভাগ্য উজলিব ৪ ৰাশিৰ জাতক-জাতিকাৰ!

June 30, 2026
আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!
জীৱনশৈলী

আজি সাৱধান হওক ৩ ৰাশিৰ লোক, বিপদ আহিব পাৰে আপোনাৰ জীৱনত!

June 30, 2026
Next Post
ৰিংকু-প্ৰিয়াৰ আজি আঙঠি পিন্ধোৱা, গোপন ফটো ভাইৰেল

ৰিংকু-প্ৰিয়াৰ আজি আঙঠি পিন্ধোৱা, গোপন ফটো ভাইৰেল

আপোনাৰ হাততো আছে নেকি এই চিহ্ন, জীৱনলৈ আনিব অপাৰ ধন

আপোনাৰ হাততো আছে নেকি এই চিহ্ন, জীৱনলৈ আনিব অপাৰ ধন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.