• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিৰল চতুৰ্গ্ৰহী যোগত মহাদেৱৰ আশীৰ্বাদ পাব! ৫ৰাশিৰ ভাগ্যত আজি টকাই টকা! ধনবৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

বিৰল চতুৰ্গ্ৰহী যোগত মহাদেৱৰ আশীৰ্বাদ পাব! ৫ৰাশিৰ ভাগ্যত আজি টকাই টকা! ধনবৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

12 months ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

17 minutes ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

1 hour ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

2 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

3 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

3 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

4 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

5 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

5 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

6 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

7 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

7 hours ago
নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

নাৰীৰ ৫টা গুণে সুখী কৰে স্বামীক, বিবাহৰ পূৰ্বে জানি লওক!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 10, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বিৰল চতুৰ্গ্ৰহী যোগত মহাদেৱৰ আশীৰ্বাদ পাব! ৫ৰাশিৰ ভাগ্যত আজি টকাই টকা! ধনবৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

বিৰল চতুৰ্গ্ৰহী যোগৰ ওপৰত মহাদেৱৰ আশীৰ্বাদ! ৫ৰাশিৰ ভাগ্যত আজি টকাই টকা! ধনবৃষ্টি হ’ব কাৰ কাৰ ওপৰত?

editor by editor
April 19, 2025
in জীৱনশৈলী
0
বিৰল চতুৰ্গ্ৰহী যোগত মহাদেৱৰ আশীৰ্বাদ পাব! ৫ৰাশিৰ ভাগ্যত আজি টকাই টকা! ধনবৃষ্টি হ’ব কাৰ কাৰ ওপৰত?
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰই অতিপ্ৰাচীন কালৰে পৰাই মানুহৰ ভাগ্য বিশ্লেষণ কৰি আহিছে৷ যিসকলে জ্যোতিষ শাস্ত্ৰক বিশ্বাস কৰে তেওঁলোকৰ ধাৰণা যে গ্ৰহ নক্ষত্ৰৰ চাল চলন চাই সঠিক বিশ্লেষণ কৰিয়েই বিভিন্ন ৰাশিৰ জাতকৰ ভাগ্য বিচাৰ কৰা সম্ভৱ৷ বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি আজি শনিবাৰে ১৯ এপ্ৰিলত দিনজুৰি চন্দ্ৰি ধনু ৰাশিত ভ্ৰমণ কৰিব৷ আজি তৈয়াৰ হৈছে দুটাকৈ বিৰল যোগ৷ এফালে মীন ৰাশিত শুক্ৰ, বুধ, ৰাহু আৰু শনি মিলি চতুৰ্গ্ৰহী যোগ তৈয়াৰ কৰিছে আৰু অন্যহাতে ধনু ৰাশিত উপস্থিত চন্দ্ৰই মঙ্গলৰ সৈতে মিলি ষড়ষ্টক যোগ তৈয়াৰ কৰিছে৷ ইয়াৰোপৰি আজি আছে বিৰল শিৱ যোগ৷ মহাদেৱৰ কৃপাত আজি খুলিব কেইবাটাও ৰাশিৰ ভাগ্য৷

মেষ ৰাশি

মেষ ৰাশিৰ জাতকৰ বাবে আজিৰ দিনটো অত্যন্ত শুভ৷ বিশেষকৈ চৰকাৰী কৰ্মচাৰী আৰু আইনজীৱীসকলৰ বাবে আজিৰ দিনটো ভালকৈ যোৱাৰ সম্ভাৱনা প্ৰবল৷ আৰ্থিকভাৱে দিনটো চমৎকাৰ হ’ব৷

মিথুন ৰাশি

আত্মবিশ্বাস বাঢ়িব৷ কৰ্মক্ষেত্ৰত কাৰ্যকলাপ বৃদ্ধি পাব আৰু ব্যৱস্থাপনাৰ কামসমূহ সফলভাৱে সম্পন্ন হব৷ মিথুন ৰাশিৰ জাতক জাতিকাৰ আজি আৰ্থিক লাভ বৃদ্ধিৰ যোগ আছে৷ আজি অৰ্থনৈতিক দিশৰ পৰা গুৰুত্বপূৰ্ণ আৰ্থিক সিদ্ধান্ত ল’ব পাৰে৷

তুলা ৰাশি

পোৱা ধন আজি উভতাই পাব৷ জীৱিকাৰ বাবে চিন্তা নকৰিব৷ চাকৰি পোৱাৰ সম্ভাৱনা আছে৷ সঞ্চিত ধন প্ৰাপ্তিৰ যোগ আছে৷

ধনু ৰাশি

আৰ্থিক সিদ্ধান্ত সম্পদ বৃদ্ধিৰ সহায়ক হ’ব পাৰে৷ কৰ্মক্ষেত্ৰত ধনু ৰাশিৰ জাতক জাতিকা ইতিবাচক মনোভাৱৰ বাবে প্ৰশংসিত হব৷ স্বাস্থ্য ভালে থাকিব৷

মীন ৰাশি

জীৱনত সুখ আৰু আনন্দ বৃদ্ধি পাব৷ চাকৰি আৰু ব্যৱসায়িক দিশৰ পৰাও এই দিনটো অত্যন্ত ভাল৷ সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আৰ্থিক অৱস্থাও ভাল হ’ব৷

জানি থোৱা ভাল যে ৰাশিফল এক সাধাৰণ ধাৰণা মাত্ৰ৷ আপোনাৰ ভাগ্য আপোনাৰ কৰ্ম আৰু সিদ্ধান্তৰ ওপৰত নিৰ্ভৰশীল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়
জীৱনশৈলী

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

April 10, 2026
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?
জীৱনশৈলী

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

April 10, 2026
Next Post
যুদ্ধইনো কি বুজে জীৱনৰ মূল্য! বৃহস্পতিবাৰে বিবাহ আছিল, বুধবাৰে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত মৃত্যু গাজাৰ তৰুণী সাংবাদিকৰ

যুদ্ধইনো কি বুজে জীৱনৰ মূল্য! বৃহস্পতিবাৰে বিবাহ আছিল, বুধবাৰে ইজৰাইলী সেনাৰ বিমান আক্ৰমণত মৃত্যু গাজাৰ তৰুণী সাংবাদিকৰ

৮২ বছৰৰ পাছত অক্ষয় তৃতীয়াত দুৰ্লভ যোগ! সোণৰ দৰে উজ্বলিব ৫ৰাশিৰ কঁপাল, বাঢ়িব বেংক বেলেন্স

৮২ বছৰৰ পাছত অক্ষয় তৃতীয়াত দুৰ্লভ যোগ! সোণৰ দৰে উজ্বলিব ৫ৰাশিৰ কঁপাল, বাঢ়িব বেংক বেলেন্স

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.