• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এটা দেহত ৩টা পুৰুষাঙ্গ! এয়া সম্ভৱ কেনেকৈ? পৰীক্ষা কৰিবলৈ গৈ চকু কঁপালত উঠিল চিকিৎসকৰ

1 year ago
ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?

22 minutes ago
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

52 minutes ago
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

1 hour ago
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

2 hours ago
ধ্বংস হৈ যাব ইউৰোপ? সঁচাকৈয়ে হ’ব নেকি তৃতীয় বিশ্বযুদ্ধ? চৰ্চাত বাবা ভাঙ্গাৰ ভয়ানক ভৱিষ্যদ্বাণী

3 hours ago
ইচ্ছামৃ***ত্যুৰ আৰ্জি মঞ্জুৰ কৰিলে দেশৰ উচ্চতম ন্যায়ালয়ে, হৰিশ ৰানাৰ গোচৰত যুগান্তকাৰী ৰায় দেশৰ শীৰ্ষ আদালতৰ

শুক্ৰ-বৃহস্পতিৰ লাভ দৃষ্টি যোগ, গুৰু-শিষ্যৰ জুঁটিত লাভেই লাভ ৫ৰাশিৰ জাতকৰ

4 hours ago
যুদ্ধৰ পৰিস্থিতিৰ মাজত পশ্চিম এছিয়াত আৱদ্ধ নাগৰিকক দেশলৈ অনাৰ সিদ্ধান্ত এয়াৰ ইণ্ডিয়া, ইণ্ডিগোৰ! আৰম্ভ বিশেষ বিমানসেৱাৰ

কাইলৈৰ ৰাশিফলঃ সিদ্ধিদাতাৰ কৃপা দিনজুৰি থাকিব, মনৰ সকলো ইচ্ছা পূৰণ হ’ব এই ৫ৰাশিৰ

23 hours ago
মাৰ্চৰ শেষত মঘা নক্ষত্ৰত কেতুৰ গোচৰ, এপ্ৰিলত ৰাজযোগ ৩ৰাশিৰ ভাগ্যত

24 hours ago
স্থান সলনি কৰিব বিলাসিতাৰ গ্ৰহই, শুক্ৰৰ গোচৰত ৫ৰাশিৰ বাবে জটিল সময়, সাৱধানে থাকক এইকেইটা ৰাশিৰ জাতক

1 day ago
দৈনিক এই ৫অভ্যাস গঢ়ক, তাতেই লুকাই আছে আপোনাৰ সাফল্য, জানি থওক কি কৈছে শাস্ত্ৰই?

  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, March 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এটা দেহত ৩টা পুৰুষাঙ্গ! এয়া সম্ভৱ কেনেকৈ? পৰীক্ষা কৰিবলৈ গৈ চকু কঁপালত উঠিল চিকিৎসকৰ

এটা দেহত ৩টা পুৰুষাঙ্গ! এয়া সম্ভৱ কেনেকৈ? পৰীক্ষা কৰিবলৈ গৈ চকু কঁপালত উঠিল চিকিৎসকৰ

editor by editor
March 7, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব
0
এটা দেহত ৩টা পুৰুষাঙ্গ! এয়া সম্ভৱ কেনেকৈ? পৰীক্ষা কৰিবলৈ গৈ চকু কঁপালত উঠিল চিকিৎসকৰ
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মানৱ সভ্যতাৰ ইতিহাসত এনে ঘটনা এবাৰেই নথিভুক্ত হৈছে৷ এটা দেহত এটা নহয়, তিনিটাকৈ যৌনাংগ৷ কিছুদিন পূৰ্বে এই বিৰল ঘটনাৰ সাক্ষী হৈছে বাৰ্মিংহাম বিশ্ববিদ্য্যালয়ৰ গৱেষক৷ বিগত বছৰৰ শেষত বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ চিকিৎসা গৱেষণাৰ বাবে দেহ দান কৰিছে এগৰাকী ব্যক্তিয়ে৷ সেই দেহৰ পৰীক্ষা নিৰীক্ষা কৰাৰ সময়ত চিকিৎসকে দেখি আচৰিত হৈছে৷ চিকিৎসকে জনাইছে যে সেই মৃত ব্যক্তিৰ শৰীৰত আছিল তিনিটাকৈ যৌনাংগ৷ যি চিকিৎসা বিজ্ঞানৰ ‘ট্ৰিফেলিয়া’ নামেৰে পৰিচিত৷

ঘটনাটো ঘটিছে বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ মেডিকেল স্কুলত৷ জন বুকানন নামৰ এগৰাকী গৱেষকৰ নেতৃত্বত ৭৮ বছৰ বয়সীয়া এই ব্যক্তিৰ দেহৰ পষ্টমৰ্টেম কৰিছিল চিকিৎসকে৷ তেতিয়াই তেওঁ জানিব পাৰে যে সেই ব্যক্তিৰ জন্মৰ পৰা তিনিটা যৌনাংগ আছিল৷ এটা যৌনাংগ দৃশ্যমান আছিল কিন্তু বাকী দুটা যৌনাংগ শৰীৰৰ ভিতৰত আছিল৷ ভিতৰৰ দুটা সৰু লিংগই স্তুপীকৃত আকাৰত আছিল কিন্তু সেইসমূহৰ আকাশ প্ৰধান লিংগতকৈ সৰু আছিল৷

বুকাননে জনাইছে যে এই ধৰণৰ ঘটনাক বিজ্ঞানৰ পৰিভাষাত পলিফেলিয়া বুলি কোৱা হয়৷ যাৰ অৰ্থ একাধিক যৌনাংগ থকা৷ তিনিটা যৌনাংগ থকাৰ ঘটনাক ট্ৰিফেলিয়া বুলি কোৱা হয়৷ যি খুবেই বিৰল৷ ১৬০৬ ৰ পৰা ২০২৩ চন পৰ্যন্ত পলিফেলিয়াৰ একাধিক উদাহৰণ বিচাৰি পোৱা যায়৷ ট্ৰিফেলিয়াৰ উদাহৰণ পূৰ্বে কেৱল নথিভুক্ত কৰা হৈছিল৷ ২০২০ চনত ইৰাকত তিনি মাহ বয়সীয়া এটি শিশুৰ শৰীৰত প্ৰথম তিনিটা পুৰুষাংগ দেখা গৈছিল৷ কিন্তু সেইক্ষেত্ৰত সকলো লিংগই বাহিৰৰ পৰা দেখা গৈছিল৷ ফলত চিকিৎসকৰ অস্ত্ৰোপচাৰৰ মাধ্যমেৰে শিশুটিক সুস্থ কৰি তোলে৷ এইক্ষেত্ৰত যিহেতু বাকী দুই যৌনাংগ দেহৰ ভিতৰত আছিল সেয়া সম্ভৱত সংশ্লিষ্ট ব্যক্তিয়ে কোনো দিনেই এয়া গম নাপালে৷ তেওঁ যে বিৰল ৰোগৰ চিকাৰ হৈ আছিল সেই কথা তেওঁ জীৱনকালত গম নাপালে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাখে হৰি মাৰে কোনে… ৰাষ্ট্ৰীয় ঘাইপথৰ এটা গাঁতেই জগাই তুলিলে ব্ৰেইন ডে’ড মহিলাক, চিকিৎসকে আশা এৰা মহিলাক নতুন জীৱন কেনেকৈ দিলে ৰাস্তাৰ গাঁতে?
জীৱনশৈলী

March 11, 2026
আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই
জীৱনশৈলী

আজিৰ পৰাই ভাল দিন আৰম্ভ, ৩ মাহ ধৰি লাভেই লাভ কৰিব এই ৫ৰাশিৰ জাতক-জাতিকাই

March 11, 2026
বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?
জীৱনশৈলী

বিশ্বকাপ জিকি ছদ্মবেশত ট্ৰেইনেৰে ঘৰলৈ উভতিল শিৱম ডুবে! ট্ৰেইনযাত্ৰাৰ কাহিনী শ্বেয়াৰ কৰি কি কৈছে ডুবেইয়ে?

March 11, 2026
ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

ৰাশিচক্ৰৰ শেষ ৰাশি মীনত মিলিত হ’ব ৩ গ্ৰহ, ত্ৰিগ্ৰহী যোগত শুভ দিনৰ আৰম্ভণি এই ৫ৰাশিৰ জাতকৰ

March 11, 2026
Next Post
হোটেলৰ দুৱাৰত ‘ডু নট ডিষ্টাৰ্ব’, প্ৰিয়তমা পত্নীৰ ভালপোৱাৰ কথাকেই কৈ শেষমুহূৰ্তত স্বামীয়ে কৰিলে এই কাম, দেশজুৰি চৰ্চিত এতিয়া এখন বিশেষ চিঠি

কোনো পুৰুষেই থাকিব নোৱাৰিব প্ৰধানমন্ত্ৰীৰ সুৰক্ষাত, প্ৰধানমন্ত্ৰী মোদীৰ সুৰক্ষাত থাকিব কেৱল নাৰীশক্তি, কিয় এই সিদ্ধান্ত প্ৰধানমন্ত্ৰী মোদীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন