• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

4 months ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

53 minutes ago
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

2 hours ago
সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

সুৰা বিক্ৰীৰ ক্ষেত্ৰত আহিছে বাধা! FSSAI এ কৰিব এইবোৰ কাৰণত তদন্ত

2 hours ago
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

3 hours ago
আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

আৰক্ষীৰ বৃহৎ সফলতা, ছমাহত নিৰুদ্দেশ হোৱা ১৭,৫৯০ গৰাকী মহিলা আৰু শিশুৰ পালে সন্ধান!

3 hours ago
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

4 hours ago
হনুমান জয়ন্তীত মঙ্গলৰ গোচৰ, ৫ৰাশিৰ উপচি পৰিব ধনসম্পদ

জীৱনৰ সকলো সমস্যা হ’ব দূৰ, মাত্ৰ মঙলবাৰে কৰক এই কাম!

4 hours ago
৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

৫ আগষ্টৰ পৰা খুলিব ভাগ্যৰ দুৱাৰ, বুধে কৰিব কৰ্কট ৰাশিত গতি

6 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ উজলিব ভাগ্য, কোন হ’ব সাৱধান?

6 hours ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

14 hours ago
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

14 hours ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

editor by editor
April 18, 2026
in জীৱনশৈলী
0
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে
0
SHARES
1.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আজি ১৮ এপ্ৰিল ২০২৬ শনিবাৰে নিশা আকাশত ঘটিব এক বিৰল মহাজাগতিক ঘটনা৷ আজি নিশা আকাশত একে সৰলৰেখাত অৱস্থাত কৰিব চাৰিটা গ্ৰহই৷ এই চাৰি গ্ৰহ হৈছে মঙ্গল, বুধ, শনি আৰু নেপচুন৷ চাৰি গ্ৰহৰ এই একে সৰলৰেখা আকাশ পৰিষ্কাৰ থাকিলে খালি চকুৰেও দেখা যাব৷ জ্যোতিষমতে মীন ৰাশিত এই চাৰি গ্ৰহই অৱস্থান কৰিব৷ ১৭ এপ্ৰিলৰ পৰা ২৩ এপ্ৰিল পৰ্যন্ত এই বিৰল মহাজাগতিক সংযোগে বিৰাজ কৰিব৷ জ্যোতিষ গণনাই কৈছে মঙ্গল, বুধ, শনি আৰু নেপচুনৰ একে সৰলৰেখালৈ অহাৰ প্ৰভাৱত উল্লেখযোগ্য পৰিবৰ্তন আহিব বিভিন্ন ৰাশিৰ জাতকৰ জীৱনত৷ জানি থওক লাভৱান হ’ব কোন কোন?

বৃষ ৰাশি

আজি নিশাৰ পৰাই অত্যন্ত ভাল সময় আৰম্ভ হ’ব বৃষ ৰাশিৰ জাতকৰ বাবে৷ আৰ্থিক পৰিস্থিতি শক্তিশালী হব৷ পুৰণি বিনিয়োগৰ পৰা উল্লেখযোগ্য ৰিটাৰ্ণ লাভ কৰিব৷ স্বাস্থ্য ভালে থাকিব৷ পৰিয়ালত সুখৰ পৰিবেশ থাকিব৷ মনৰ ওপৰৰ পৰা চাপ কমিব৷

সিংহ ৰাশি

চাৰি গ্ৰহৰ বিৰল যোগত অভাৱনীয় সাফল্যৰ নতুন পথ খুলিব সিংহ ৰাশিৰ জাতকৰ সন্মুখত৷ কেৰিয়াৰত বিশেষ উন্নতি কৰাৰ সুযোগ পাব৷ নতুন চাকৰি বা প্ৰমোছন পাব পাৰে৷ সন্মান আৰু প্ৰতিপত্তি লাভ কৰিব৷

ধনু ৰাশি

১৭ৰ পৰা ২৩ এপ্ৰিল গেম চেঞ্জাৰ হ’ব পাৰে ধনু ৰাশিৰ জাতকৰ বাবে৷ পাবলগীয়া ধন লাভ কৰিব৷ বহু দিন ধৰি যি সাফল্য লাভৰ বাবে চেষ্টা কৰিছিল সেয়া এইবাৰ লাভ কৰিব৷ ব্যৱসায়ত লাভ বাঢ়িব৷ সকলো পৰিকল্পনা সফল হব৷

মীন ৰাশি

চাৰি গ্ৰহৰ একে সৰলৰেখাত অহাৰ প্ৰভাৱত নানান দিশৰ পৰা লাভৱান হব মীন ৰাশিৰ জাতক৷ আয় বাঢ়িব৷ কেৰিয়াৰ আৰু পৰিয়াল সংক্ৰান্তিয় সুখবৰ পাব পাৰে৷ সংসাৰত সুখৰ পৰিবেশ বৰ্তি থাকিব৷ টেনছন কমি যোৱাত মন শান্ত হৈ পৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

জীৱনসংগীৰ বাবে উত্তম ৩ ৰাশিৰ কন্যা, কোমল স্বভাৱেৰে জিনিব সকলোৰে হৃদয়!

August 4, 2026
পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!
জীৱনশৈলী

পুৰুষে বেছিকৈ নাখাব চয়াবিন, আজিয়েই সাৱধান হওক!

August 4, 2026
হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল
জীৱনশৈলী

হৃদযন্ত্ৰৰ স্বাস্থ্যৰ লগতে ওজন হ্ৰাস… স্বাস্থ্যৰ বাবে আশীৰ্বাদ স্বৰূপ এইবিধ ফল

August 4, 2026
ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!
জীৱনশৈলী

ভাগ্যৱানসকলৰ থাকে শৰীৰৰ এই অংশত তিল, জানি হ’ব আচৰিত!

August 4, 2026
Next Post
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.