• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

4 months ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

25 minutes ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

1 hour ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

2 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

14 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

15 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

16 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

16 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

17 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

17 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

17 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

18 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

editor by editor
April 18, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?
0
SHARES
154
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সংসদীয় পৰিকাঠামোক সলনি কৰি পেলোৱা আৰু গণতন্ত্ৰক দুৰ্বল কৰি দিয়াৰ এক ডাঙৰ ষড়যন্ত্ৰ কৰিছিল মোদী চৰকাৰে৷ কিন্তু বিফল হ’ল৷ শনিবাৰে সংবাদমেল অনুষ্ঠিত কৰি এই মন্তব্য কৰিছে প্ৰিয়ংকা গান্ধীয়ে৷ ডিলিমিটেছন আৰু মহিলা সংৰক্ষণ বিল পাছ কৰোৱাত ব্যৰ্থ হৈছে নৰেন্দ্ৰ মোদী চৰকাৰ৷ বিগত ১৫ বছৰৰ ভিতৰত এই প্ৰথমবাৰৰ বাবে ভোটগ্ৰহণ কৰি হাৰিছে কেন্দ্ৰৰ শাসকদল৷ লোকসভাত বিৰোধীসকলে এই জয়ক ‘গণতন্ত্ৰৰ বৃহৎ জয়’ বুলি উল্লেখ কৰিছে৷

গুৰুতৰ অভিযোগ তুলি প্ৰিয়ংকাই সংবাদমেলত কয়, ‘ক্ষমতাত থকাৰ বাবে ষড়যন্ত্ৰ কৰি এই বিল অনা হৈছিল৷ ফলত শুকুৰবাৰে যি হ’ল সেয়া গণতন্ত্ৰৰ বৃহৎ জয়৷ সংবিধান ৰক্ষা কৰাত বিৰোধী ঐক্য জয়ী হৈছে৷ যাৰ প্ৰভাৱ স্পষ্টকৈ দেখা গৈছে শাসকদলৰ নেতাসকলৰ মুখত৷ তেওঁলোকে বাৰে বাৰে অভিযোগ কৰিছে যে চৰকাৰে এক বৃহত্তৰ ৰাজনৈতিক উদ্দেশ্যেৰে এই বিল আনিছিল৷ ক্ষমতাত টিকি থাকিবৰ বাবে এক বৃহৎ ষড়যন্ত্ৰ কৰিছিল৷ হঠাৎ অধিবেশন পাতিছিল৷ শাসকপক্ষই এনেকৈ নিজৰ অৱস্থান তৈয়াৰ কৰিছিল যাতে ফল যিয়েই নহওক কিয়, তেওঁলোকে কৃতিত্ব দাবী কৰিব পাৰে৷ তেওঁলোকে ভাৱিছিল বিল পাছ হলে সেয়াও তেওঁলোকৰ জয়, আৰু পাছ নহ’লে সেয়াও তেওঁলোকৰ জয়৷ কিন্তু বিষয়টো ইমান সহজ নহয়৷ এই ইছ্যু কেৱল নাৰী সংৰক্ষণক লৈ নহয়, বৰং ইচ্ছামতে কাম কৰাৰ স্বাধীনতাক লৈ৷’

নাৰী সংৰক্ষণ বিলৰ সৈতে সীমা পুননিৰ্ধাৰণ(ডিলিমিটেছন) যুক্ত কৰাৰ প্ৰসংগত প্ৰিয়ংকাই প্ৰশ্ন তোলে৷ কেনেকৈ বিৰোধীয়ে এনে এক চৰকাৰক লোকসভা আসনৰ সংখ্যা ডাঙৰ আকাৰে পৰিবৰ্তন কৰাৰ অনুমতি দিব পাৰে৷ যাৰ প্ৰতিষ্ঠানসমূহৰ প্ৰতি সন্মানেই নাই, তেনে এক শাসক জোটৰ বাবে ডাঙৰ ধাক্কা বুলি উল্লেখ কৰি তেওঁ কয়, ‘এয়া তেওঁলোকৰ বাবে এক কলা দিন, কাৰণ তেওঁলোকে ধাক্কা খাইছে৷’

অতীতৰ ঘটনাসমূহৰ কথা উল্লেখ কৰি তেওঁ কৈছে, ‘আমি খুবেই সুখী৷ আপোনালোকে দেখিছে, বিৰোধী এক হ’লে কি হয়৷’ প্ৰিয়ংকাই চৰকাৰক পূৰ্বৰ সংস্কৰণৰ বিলখন উভতাই অনাৰ আহ্বান জনায়৷ কংগ্ৰেছ সাংসদ প্ৰিয়ংকাৰ মত, ‘আপুনি যদি সঁচাকৈয়ে  মহিলাৰ বাবে কিছু কাম কৰিব খুজিছে তেন্তে ২০২৩ চনৰ বিলখন উভতাই আনক৷ আমি সেয়া সমৰ্থন কৰিম৷’ প্ৰিয়ংকাৰ মতে ২০২৩ চনৰ বিলখনত স্পষ্টভাৱে কোৱা হৈছিল, বৰ্তমান আসনৰ মাজত মহিলাসকলৰ বাবে সংৰক্ষণ কাৰ্যকৰ কৰা হ’ব৷ তেওঁলোকৰ সংযোজন, এই সংৰক্ষণ কাৰ্যকৰ কৰিবলৈ বিৰোধী প্ৰস্তুত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…
জীৱনশৈলী

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

August 26, 2026
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?
জীৱনশৈলী

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

August 26, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ
ভাৰত

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

August 25, 2026
Next Post
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.