• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অসমীয়া সংস্কৃতিৰ পৰিচয় ৰাসত বহুৱালী জনপ্ৰিয় চৰিত্ৰ কেকে-মোহনৰ! যোৰহাটৰ ৰাস অনুষ্ঠানত কি কৰিছিল দুই অভিনেতাই?

অসমীয়া সংস্কৃতিৰ পৰিচয় ৰাসত বহুৱালী জনপ্ৰিয় চৰিত্ৰ কেকে-মোহনৰ! যোৰহাটৰ ৰাস অনুষ্ঠানত কি কৰিছিল দুই অভিনেতাই?

3 years ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

13 minutes ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

52 minutes ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

2 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

2 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

3 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

4 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

4 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

5 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

5 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

6 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

6 hours ago
এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, April 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

অসমীয়া সংস্কৃতিৰ পৰিচয় ৰাসত বহুৱালী জনপ্ৰিয় চৰিত্ৰ কেকে-মোহনৰ! যোৰহাটৰ ৰাস অনুষ্ঠানত কি কৰিছিল দুই অভিনেতাই?

editor by editor
November 4, 2022
in Uncategorized, অসম, বিনোদন
0
অসমীয়া সংস্কৃতিৰ পৰিচয় ৰাসত বহুৱালী জনপ্ৰিয় চৰিত্ৰ কেকে-মোহনৰ! যোৰহাটৰ ৰাস অনুষ্ঠানত কি কৰিছিল দুই অভিনেতাই?
0
SHARES
18.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ‘এবাৰ ভাওনাত বহুৱালী কৰি অসমবাসীৰ ওচৰত মাফ খুজিও শিক্ষা নহ’ল নেকি দীপজ্যোতি কেওট ওৰফে মোহনৰ?’ যোৰহাটৰ এখন ৰাসলীলাত ভাগ লৈ কে কে মোহনে কৰা অভিনয় দেখি এতিয়া খঙত টিঙিৰিতুলা হৈছে একাংশ নেটিজেন। কে কে মোহনে ৰাসৰ নামত কি আৰম্ভ কৰিছে?

ৰাস অসমীয়া সংস্কৃতিক অন্য এক পৰিচয়। কাজিৰঙাৰ গড়েই কেৱল অসমৰ পৰিচয় বিশ্ব দৰবাৰত নিদিয়ে দিয়ে এইসমূহ সংস্কৃতিয়েও। কেৱল ৰাস চাবৰ বাবেই ৰাজ্যলৈ আহে বহু বিদেশী পৰ্যটক। তেনে সময়ত ৰাসত বিকৃত অভিনয় কৰি সামাজিক মাধ্যমত চৰ্চিত হৈছে ধাৰাবাহিকৰ দুই অভিনেতা কেকে-মোহন।

দীপজ্যোতি কেওট আৰু সিদ্ধাৰ্থ শৰ্মাৰ ৰাসৰ ভাইৰেল ক্লিপটো দেখা মাত্ৰকেই নেটিজেনে লিখিছে, ‘ধেইৎ, শেষ কৰি আনিছে সকলো, এইবোৰ বহুৱালী কমেডি চিৰিয়েলতহে ভাল লাগে, সাৱধান আকৌ যাতে ক্ষমা খুজিব লগা নহয়।’ সচেতন একাংশ নেটিজেনে এই বহুৱালী আৰু যাতে নহয় তাৰ বাবেও সামাজিক মাধ্যমযোগে দুয়োকে সঁকীয়াই দিয়াও পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…
বিনোদন

এখন গাড়ী আৰু নিশাৰ ভয়ংকৰ অভিজ্ঞতা, তাৰ পিছত ঘটিল বলীউডৰ এই ঘটনা…

April 3, 2026
সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ
ক্ৰীড়া

সকলোৰে সৈতে উঠা-বহা কৰিবলৈ টান পায় যুৱৰাজ সিঙে, আঁৰত আছে ডাঙৰ কাৰণ

April 2, 2026
“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?
বিনোদন

“এক ফুল দো মালি!” জন আব্ৰাহামৰ প্ৰেমত পৰি দুই অভিনেত্ৰীয়ে এয়া কি কৰিলে?

April 2, 2026
PHOTO CREDIT- PTI
ক্ৰীড়া

IPL 2026 ত খেলিব নোপোৱাৰ ক্ষোভ, খেলুৱৈয়ে দিলে ব’ৰ্ডৰ বিৰুদ্ধে গোচৰ

April 2, 2026
Next Post
গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ বাবে স্বাক্ষৰিত হ’ল চুক্তি, অসম চৰকাৰক বহিৰাগত কোন কোম্পানীয়ে আগবঢ়াব সহযোগিতা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

গুৱাহাটীত দ্বিতীয়খন মেডিকেল কলেজ নিৰ্মাণৰ বাবে স্বাক্ষৰিত হ’ল চুক্তি, অসম চৰকাৰক বহিৰাগত কোন কোম্পানীয়ে আগবঢ়াব সহযোগিতা? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

প্ৰেম হৈ যায়! গেয়াৰ সলনিৰ ষ্টাইলেই বান্ধিলে প্ৰণয়ৰ বান্ধোন, কি হৈছিল প্ৰকৃততে? সবিশেষ পঢ়িবলৈ ক্লিক কৰক…

প্ৰেম হৈ যায়! গেয়াৰ সলনিৰ ষ্টাইলেই বান্ধিলে প্ৰণয়ৰ বান্ধোন, কি হৈছিল প্ৰকৃততে? সবিশেষ পঢ়িবলৈ ক্লিক কৰক...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.