• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

5 months ago
‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

‘শ্বিলঙত ভয়ংকৰ হৈয়েই আছে পৰিস্থিতি’, চোহৰাত আবদ্ধ অসমৰ ২ শতাধিক বাহন

15 minutes ago
জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

জানক সহজ পদ্ধতিৰে কেনেকৈ ঘৰৰ পৰা দূৰত ৰাখিব বিষাক্ত সাপ

1 hour ago
বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

বন্ধ হৈ যাব পাৰে নেকি আপুনি ব্যৱহাৰ কৰা মোবাইল SIM কাৰ্ডখন?

2 hours ago
আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

3 hours ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

15 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

16 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

16 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

17 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

17 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

18 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

19 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?

editor by editor
March 12, 2026
in জীৱনশৈলী
0
এইবাৰ বাসন্তী পূজাত কপাল খুলিব ৩ৰাশিৰ, দেৱী দুৰ্গাৰ কৃপা কোন কোন ৩ৰাশিৰ ওপৰত?
0
SHARES
953
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চ’ত নৱৰাত্ৰি হিন্দুধৰ্মৰ অন্যতম প্ৰধান উৎসৱ হিচাপে বিবেচিত৷ ই চ’ত মাহৰ শুক্লপক্ষৰ প্ৰতিপদ তিথিত আৰম্ভ হয় আৰু ৯দিন ধৰি পালিত হয়৷ য’ত দেৱী দুৰ্গাৰ বিভিন্ন ৰূপৰ পূজা কৰা হয়৷ এই ৯দিনত ভক্তই পূৰ্ণ ভক্তিৰ সৈতে দেৱীৰ পূজা কৰে৷ নৱৰাত্ৰি নৱমী তিথিত শেষ হয়৷ যি ৰাম নৱমী নামেৰেও পালিত হয়৷ ২০২৬ চনৰ চ’ত নৱৰাত্ৰি ১৯ মাৰ্চত আৰম্ভ হ’ব আৰু ২৭ মাৰ্চ পৰ্যন্ত চলিব৷ জ্যোতিষশাস্ত্ৰ অনুসৰি এই সময়কাল নিৰ্দিষ্ট কিছু ৰাশিৰ বাবে বিশেষভাৱে শুভ বুলি বিবেচিত হৈছে৷ জানি থওক কোন কোন ৰাশিৰ জাতকৰ বাবে এই সময়কালে ভাল খবৰ কঢ়িয়াই আনিছে?

মেষ ৰাশি

চ’ত নৱৰাত্ৰিয়ে মেষ ৰাশিৰ বাবে অনুকূল সময় কঢ়িয়াই আনিব পাৰে৷ নতুন চাকৰি বা কেৰিয়াৰত সুযোগ আহিব পাৰে৷ হঠাৎ আৰ্থিক লাভৰ সম্ভাৱনাও আছে৷ যিয়ে আপোনাৰ আৰ্থিক পৰিস্থিতিক শক্তিশালী কৰিব৷ যিসকলে নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ সাফল্য লাভৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিনৰ অমীমাংসিক কামসমূহ সম্পন্ন হ’ব পাৰে৷ আপুনি যদি কোনো আইনী বিষয়ত কাম কৰি আছে তেন্তে স্বস্তিৰ লক্ষণে দেখা দিব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে নৱৰাত্ৰিৰ সময়ে আৰ্থিক স্বস্তি কঢ়িয়াই আনিব পাৰে৷ আয়ৰ নতুন উৎসৰ উত্থান হোৱাৰ সম্ভাৱনা আছে৷ যিয়ে আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি কৰিব৷ ব্যৱসায়ত জড়িতসকলে ভাল লাভ দেখা পাব আৰু তেওঁলোকৰ ব্যৱসায়ৰ প্ৰসাৰো সম্ভৱ৷ এই সময়ত আপোনাৰ খ্যাতি আৰু প্ৰতিপত্তি বৃদ্ধি পাব পাৰে৷ আপোনাৰ কোনো প্ৰভাৱশালী ব্যক্তিৰ সৈতেও দেখা হব পাৰে৷ যিয়ে কেৰিয়াৰৰ উন্নতিৰ সুযোগ আনি দিব পাৰে৷ কোনো কোনোৱে বাহন বা ঘৰ সম্পৰ্কিত সু সংবাদো পাব পাৰে৷

মকৰ ৰাশি

এই নৱৰাত্ৰিয়ে মকৰ ৰাশিৰ জাতকৰ বাবে শুভ ফল কঢ়িয়াই আনিব বুলি আশা কৰা হৈছে৷ এই সময়ত আপুনি নতু প্ৰকল্প কা কামৰ সুযোগ পাব পাৰে৷ পৰিয়ালৰ মাজত শান্তি আৰু সুখৰ পৰিবেশে বিৰাজ কৰিব পাৰে৷ আৰ্থিক লাভৰ বহু পথ খুলি যাব পাৰে৷ বিনিয়োগৰ পৰা লাভৱান হোৱাৰো সম্ভাৱনা আছে৷ পৈতৃক সম্পত্তিৰ পৰা আপোনাৰ লাভ হব পাৰে৷ যিসকলে চাকৰি কৰি আছে তেওঁলোকৰ পদোন্নতি বা দায়িত্ব বৃদ্ধিৰ সম্ভাৱনা আছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান
জীৱনশৈলী

আজি এই ৩ ৰাশিৰ লোকে আৰ্থিক সিদ্ধান্ত লোৱাত হওক সাৱধান

August 21, 2026
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল
জীৱনশৈলী

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

August 20, 2026
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?
জীৱনশৈলী

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

August 20, 2026
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম
জীৱনশৈলী

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

August 20, 2026
Next Post
খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

খুলি দিয়া হৈছে অষ্টম দৰমহা কমিছনৰ বিশেষ পোৰ্টেল, ৩০ এপ্ৰিললৈকে লোৱা হ’ব মতামত, কেনেকৈ জনাব নিজা মত?

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

আগন্তুক ২৪ ঘণ্টাৰ মাজতেই অস্ত যাব ৩ গ্ৰহ, গ্ৰহৰ অস্ত দশাত ভাগ্য খুলিব ৩ ৰাশিৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.