• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

1 year ago
অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

অনন্ত আম্বানিৰ বনতাৰাত সঁচাকৈয়ে আছে নেকি ৯ লাখ পশুধন?

5 minutes ago
সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

সমগ্ৰ বিশ্বৰ মূৰত ৩৪,৬৭৫ লাখ কোটি টকাৰ ঋণৰ বোজা

46 minutes ago
বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

বিদেশী যুৱতীৰ সৈতে দলবদ্ধ অপকৰ্ম, গোচৰ উঠোৱাৰ নামত ২ কোটিৰ প্ৰস্তাৱ অভিযুক্তৰ

2 hours ago
আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

3 hours ago
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

4 hours ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

12 hours ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

12 hours ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

13 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

13 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

14 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

15 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?

editor by editor
June 24, 2025
in জীৱনশৈলী
0
জুলাইত এই ৫ ৰাশিক বৃহৎ লোকচান কৰাব শনিয়ে, হাতৰ পৰা পানীৰ দৰে যাব ধন, আগতীয়াকৈয়ে জানি থওক এই ৫ৰাশি কি কি?
0
SHARES
5.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি শনিয়ে এটা এটা ৰাশিত আঢ়ৈ বছৰ অৱস্থান কৰে৷ চলিত বছৰতেই শনিয়ে কুম্ভ এৰি মীন ৰাশিত প্ৰৱেশ কৰিছে৷ শনিৰ গোচৰৰ পাছত এইবাৰ শনিৰ মাৰ্গীৰ পৰা বক্ৰী চলনলৈ আহিব৷ শনিৰ বক্ৰীদশা, অৰ্থাৎ উল্টাপথত ঘূৰিবলৈ আৰম্ভ কৰিব শনিয়ে৷ আগন্তুক ১৩ জুলাইৰ পৰা আৰম্ভ হব শনিৰ বক্ৰী চলন৷ ২৮ নৱেম্বৰ পৰ্যন্ত শনিৰ বিপৰীতমুখী চলন জাৰি থাকিব৷ এই ১২৮ দিন অত্যন্ত দুঃসময় হব পাৰে এই ৫ৰাশিৰ জাতকৰ বাবে৷ জানি থওক কোন কোন ৰাশিৰ জীৱনত দুঃসময় আহিব পাৰে?

মেষ ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

শনিৰ বক্ৰী চলনৰ প্ৰভাৱ পৰিব মেষ ৰাশিত৷ ইয়াৰ ফলত গা বেয়া হব পাৰে আপোনাৰ৷ এই ৰাশিৰ জাতকে স্বাস্থ্যৰ যত্ন ৰাখিব লাগিব৷ কৰ্মক্ষেত্ৰতো এই সময়ত প্ৰতিকূল পৰিস্থিতিৰ মুখত পৰিব পাৰে৷ বাৰে বাৰে চেষ্টা কৰিলেও ব্যৰ্থতা থাকিব৷ হঠাৎ খৰচ বাঢ়ি যাব৷ মেষ ৰাশিৰ ব্যৱসায়ীয়েও আৰ্থিক ক্ষতিৰ সন্মুখীন হব পাৰে৷

মিথুন ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

মিথুন ৰাশিৰ জাতকে বক্ৰী শনিৰ প্ৰভাৱত বৃহৎ ক্ষতিৰ সন্মুখীন হব পাৰে৷ ১৩ জুলাইৰ পৰা ২৮ নৱেম্বৰ পৰ্যন্ত এটাৰ পাছত আনটো বিপদৰ মুখত পৰিব মিথুন ৰাশিৰ জাতক৷ চাকৰি আৰু ব্যৱসায়, উভয় ক্ষেত্ৰতেই আপুনি নানান সমস্যাৰ সন্মুখীন হব পাৰে৷ ভায়েক ভনীয়েকৰ সৈতে সম্পৰ্কৰ অৱনতি হব৷ নানান কাৰণত টেনছনত থাকিব৷ কোনো কামতেই সাহায্য নাপায় মিথুন ৰাশিৰ জাতকে৷

কন্যা ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

কন্যা ৰাশিৰ জাতকে বক্ৰী শনিৰ প্ৰভাৱত সাংসৰিক অশান্তিত ভুগিব৷ শনিৰ বক্ৰী চলনৰ ফলত দাম্পত্য জীৱনত অশান্তি বাঢ়িব৷ স্বামী স্ত্ৰীৰ মাজত নানান কাৰণত মতানৈক্য হব৷ যিসকলৰ বিবাহৰ কথা চলি আছে তেওঁলোকৰ বিবাহত বাধা আহিব পাৰে৷ বিয়া পিছুৱাইয়ো যাব পাৰে৷ আনকি বিয়া ভাঙিবও পাৰে৷ অংশীদাৰিত্বৰ ব্যৱসায় যিসকলে কৰি আছে তেওঁলোক ক্ষতিৰ মুখত পৰিব৷

বৃশ্চিক ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

শনিৰ বক্ৰী চলনৰ প্ৰভাৱত বৃশ্চিক ৰাশিৰ জাতক আৰ্থিক সংকটৰ মুখত পৰিব৷ হঠাৎ কোনো ডাঙৰ খৰচ ওলাব৷ অকাৰণত ধন খৰচ নকৰিব৷ অন্যথা ঋণ লব লগা হব পাৰে৷ এই পৰিস্থিতিত কাকোৱেই ভুলতো ধন ধাৰলৈ নিদিব৷ এই সময়ত কাৰোবাক ধন ধাৰলৈ দিলে সেই ধন উভতাই পোৱাৰ আশা ক্ষীণ৷ কৰ্মক্ষেত্ৰত অৱহেলাই আপোনাৰ ক্ষতি কৰিব পাৰে৷

ধনু ৰাশিত বক্ৰী শনিৰ প্ৰভাৱ

শনিৰ ওলোটা দিশৰ যাত্ৰা ক্ষতিকৰ হব ধনু ৰাশিৰ জাতকৰ বাবে৷ ১৩ জুলাইৰ পৰা ১২৮ দিন নানান কাৰণত এটাৰ পাছত আনটো খৰচৰ ৰাস্তা খুল খাব৷ আপোনাৰ শৰীৰ বেয়া হব পাৰে৷ পৰিয়ালৰ কোনো লোক অসুস্থ হৈ পৰিব৷ ইয়াৰ ফলত প্ৰচুৰ খৰচ হব৷ মানসিক শান্তি নাপায় ধনু ৰাশিৰ জাতকে৷ সংসাৰত অশান্তি চলিব৷ কোনো বেয়া খবৰ পাব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম
জীৱনশৈলী

আজি মা লক্ষ্মী দেৱীৰ পূজা, মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ কৰক এইকেইটা কাম

October 25, 2026
আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ
জীৱনশৈলী

আজি এইকেইটা ৰাশিৰ হ’ব পাৰে আৰ্থিক লাভ

October 25, 2026
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?
জীৱনশৈলী

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

October 24, 2026
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

October 24, 2026
Next Post
৩৫ হাজাৰ ফুট উচ্চতাত হঠাৎ অসুস্থ যাত্ৰী, কি হৈছে লণ্ডনৰ পৰা মুম্বাইগামী এয়াৰ ইণ্ডিয়াৰ বিমানত?

৩৫ হাজাৰ ফুট উচ্চতাত হঠাৎ অসুস্থ যাত্ৰী, কি হৈছে লণ্ডনৰ পৰা মুম্বাইগামী এয়াৰ ইণ্ডিয়াৰ বিমানত?

ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?

ছলমান খানে ব্ৰেইন এনিউৰিজমত ভুগিছে, কিমান ভয়ানক এই ৰোগ? ইয়াৰ উপসৰ্গ কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.