• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নৱেম্বৰত মালব্য ৰাজযোগ, ২মাহৰ ভিতৰতেই নতুন চাকৰি পাব পাৰে এই ৩ৰাশিৰ জাতকে

নৱেম্বৰত মালব্য ৰাজযোগ, ২মাহৰ ভিতৰতেই নতুন চাকৰি পাব পাৰে এই ৩ৰাশিৰ জাতকে

6 months ago
আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

11 minutes ago
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

33 minutes ago
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

1 hour ago
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

3 hours ago
এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

এই ৫ পদক্ষেপেৰে বেংক একাউণ্টত জমা হ’ব বিপুল অংকৰ ধন, কেনেকৈ ধন সঞ্চয় কৰিব? জানি থওক উপায়

12 hours ago
AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

AC চলাওঁতে সাৱধান হওক! ২০ ডিগ্ৰীৰ তলত AC চলোৱা অভ্যাস? অভ্যাস সলনি কৰক অন্যথা পকেটতেই নহয় স্বাস্থ্যৰ ওপৰতো পৰিব ভয়ংকৰ প্ৰভাৱ

12 hours ago
নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

নিৰ্বাচনৰ ফল প্ৰকাশেৰে আৰম্ভ হ’ব নতুন সপ্তাহ, সাফল্য পাব কোন কোন ৰাশিয়ে?

13 hours ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

14 hours ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

14 hours ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

15 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

15 hours ago
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, May 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

নৱেম্বৰত মালব্য ৰাজযোগ, ২মাহৰ ভিতৰতেই নতুন চাকৰি পাব পাৰে এই ৩ৰাশিৰ জাতকে

নৱেম্বৰত মালব্য ৰাজযোগ, ২মাহৰ ভিতৰতেই নতুন চাকৰি পাব পাৰে এই ৩ৰাশিৰ জাতকে

editor by editor
October 23, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
নৱেম্বৰত মালব্য ৰাজযোগ, ২মাহৰ ভিতৰতেই নতুন চাকৰি পাব পাৰে এই ৩ৰাশিৰ জাতকে
0
SHARES
11.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক মাহত তুলা ৰাশিত গোচৰ কৰিব শুক্ৰই৷ তুলা ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ নিজেই৷ ২ নৱেম্বৰত শুক্ৰই তুলা ৰাশিত গমন কৰিব৷ নিজৰ ৰাশিত শুক্ৰৰ অৱস্থানৰ ফলত গঠিত হ’ব মালব্য ৰাজযোগ৷ ২৬ নৱেম্বৰ পৰ্যন্ত এই ৰাজযোগ থাকিব৷ জ্যোতিষ অনুসৰি পঞ্চ মহাপুৰুষ ৰাজযোগৰ অন্যতম হৈছে মালব্য ৰাজযোগ৷ ইয়াৰ প্ৰভাৱ আগন্তুক মাহত দুৰ্দান্ত উন্নতি কৰিব পাৰিব তিনি ৰাশিৰ জাতকে৷ ২ মাহৰ ভিতৰত চাকৰি পাব এওঁলোকে৷ জানি থওক এই তালিকাত কোন কোন আছে?

তুলা ৰাশিত মালব্য ৰাজযোগৰ সুফল

শুক্ৰৰ গোচৰৰ ফলত তুলা ৰাশিতেই গঠিত হ’ব মালব্য ৰাজযোগ৷ এই ৰাজযোগৰ সম্পূৰ্ণ সুফল পাব তুলা ৰাশিৰ জাতকে৷ নৱেম্বৰত নতুন চাকৰি পাব পাৰে৷ সম্পদ লাভ কৰিব৷ ব্যক্তিত্বৰ বিকাশ ঘটিব তুলা ৰাশিৰ জাতকৰ৷ যিসকল চিংগল তেওঁলোকে নতুন সম্পৰ্কত সোমাই পৰিব পাৰে৷

ধনু ৰাশিত মালব্য ৰাজযোগৰ সুফল

নৱেম্বৰত মালব্য ৰাজযোগ লাভজনক হব ধনু ৰাশিৰ জাতকৰ বাবে৷ এই সময়ত চকুত লগা উন্নতি কৰিব পাৰিব৷ নতুন উপাৰ্জনৰ পথ মুকলি হব৷ হঠাৎ অৰ্থলাভৰ যোগ আছে৷ শ্বেয়াৰ মাৰ্কেটৰ পৰাও মুনাফা লাভ কৰিব৷ পাবলগীয়া ধন লাভ কৰিব৷ কোনো সুখবৰ পাব পাৰে৷

মকৰ ৰাশিত মালব্য ৰাজযোগৰ সুফল

মকৰ ৰাশিৰ জাতকৰ বাবেও লাভজনক হ’ব মালব্য ৰাজযোগ৷ অফিচত পদোন্নতি কৰিব পাৰে৷ নতুন পদ আৰু কামৰ দায়িত্ব লাভৰ যোগ আছে৷ ব্যৱসায়ীসকলেও আগন্তুক মাহত উন্নতি কৰিব৷ হঠাৎ অৰ্থলাভ কৰিব পাৰে৷ আপোনাৰ কামত সকলোৰে প্ৰশংসা পাব৷ ব্যক্তিত্ব আৰু আকৰ্ষণীয় হ’ব৷ এই সময় আনন্দেৰে কটাব তুলা ৰাশিৰ জাতকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!
জীৱনশৈলী

আজি ভাগ্য উদয় হ’ব ৪ ৰাশিৰ, জীৱনলৈ আহিব পৰিৱৰ্তন!

May 4, 2026
ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি
ৰাজনীতি

ভোট গণনাৰ পৰা বিজয়ী ঘোষণালৈকে, প্ৰতিটো ভোট কেনেকৈ গণনা কৰা হয়? জানক পদ্ধতি

May 4, 2026
আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?
ভাৰত

আজি ৫ ৰাজ্যৰ ভোটগণনা, কোনে হাতত ল’ব শাসনৰ বাঘজৰী?

May 4, 2026
অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?
অসম

অসম বিধানসভা নিৰ্বাচনৰ ভোটগণনা, কোনে মাৰিব আজি শেষ হাঁহি?

May 4, 2026
Next Post
দেৱালী গিফ্টত এখনকৈ Mahindra Scorpio SUV উপহাৰ! ৭০ জন কৰ্মচাৰীৰ হাতত তুলি দিছে বাহনৰ চাবি, ভাইৰেল ভিডিঅ’ত কি কৈছে কোম্পানীৰ মালিকে?

দেৱালী গিফ্টত এখনকৈ Mahindra Scorpio SUV উপহাৰ! ৭০ জন কৰ্মচাৰীৰ হাতত তুলি দিছে বাহনৰ চাবি, ভাইৰেল ভিডিঅ’ত কি কৈছে কোম্পানীৰ মালিকে?

শুক্ৰৰ কৃপাত ৩ ৰাশিৰ জীৱনত প্ৰেম, অৰ্থ, বিলাসিতা থাকিব, পৰিশ্ৰমৰ সুফল লাভ কৰে এইকেইটা ৰাশিয়ে

শুক্ৰৰ কৃপাত ৩ ৰাশিৰ জীৱনত প্ৰেম, অৰ্থ, বিলাসিতা থাকিব, পৰিশ্ৰমৰ সুফল লাভ কৰে এইকেইটা ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.