• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈ কৃষ্ণা দ্বাদশীত মালব্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্জ্বল হ’ব ৫ৰাশিৰ ভাগ্য

কাইলৈ কৃষ্ণা দ্বাদশীত মালব্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্জ্বল হ’ব ৫ৰাশিৰ ভাগ্য

10 months ago
বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

13 mins ago
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

37 mins ago
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

1 hour ago
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

5 hours ago
এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

এইসমূহেই ব্লাড কেন্সাৰৰ প্ৰাথমিক লক্ষণ! খুবেই সাধাৰণ যেন লগা এই সমস্যাও প্ৰাণঘাতী হ’ব পাৰে, দেশত কিয় বাঢ়িছে ব্লাড কেন্সাৰত আক্ৰান্তৰ সংখ্যা?

6 hours ago
পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

পোষ্ট অফিচৰ জনপ্ৰিয় স্কিম, ঘৰত বহিয়েই প্ৰতিমাহে আপুনি পাব ২০,০০০ টকা, কিন্তু কেনেকৈ?

6 hours ago
ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

ভাৱিব নোৱৰা উন্নতিৰ সোৱাদ দিব বুধাদিত্য ৰাজযোগে, উন্নতিৰ গ্ৰাফে আকাশ চুব এই ৫ৰাশিৰ

7 hours ago
শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

শেষ মুহূৰ্তত অপ্ৰাণ চেষ্টা কৰিছিল দুই পাইলটে, চলাইছিল বিকল্প যন্ত্ৰও! শেষ ৩২ ছেকেণ্ডত কি কি ঘটিছিল? কি আছে ১৫ পৃষ্ঠাৰ ৰিপৰ্টত?

7 hours ago
চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

চৰকাৰী কৰ্মচাৰী, পেঞ্চনাৰসকলৰ বাবে সুখবৰ, বৃদ্ধি পাব পাৰে ৩০-৩৪% দৰমহা

24 hours ago
আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

আজিৰ পৰা ৩ ৰাশিৰ সমস্যাৰ অন্ত, ২৭ দিনৰ পিছত পুনৰ চন্দ্ৰ মকৰ ৰাশিত প্ৰৱেশ

1 day ago
ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

ভোকাতুৰ সিংহ বুমৰাহ! একেকোবে ল’লে ৩ টা উইকেট, পিছ পেলালে কপিল দেৱক

1 day ago
৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

৪১ বছৰ পূৰ্বে একেলগে চিনেমাত ডেব্যু কৰিছিল আমিৰ খান- পৰেশ ৰাৱালে, কিমান সফল হৈছিল চিনেমাখন

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 12, 2025
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কাইলৈ কৃষ্ণা দ্বাদশীত মালব্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্জ্বল হ’ব ৫ৰাশিৰ ভাগ্য

কাইলৈ কৃষ্ণা দ্বাদশীত মালব্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্জ্বল হ’ব ৫ৰাশিৰ ভাগ্য

editor by editor
September 28, 2024
in বিবিধ, ভাৰত, লেখা
0
কাইলৈ কৃষ্ণা দ্বাদশীত মালব্য ৰাজযোগ, সূৰ্যৰ দৰে উজ্জ্বল হ’ব ৫ৰাশিৰ ভাগ্য
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ২৯ ছেপ্টেম্বৰ ২০২৪ দেওবাৰে চন্দ্ৰই দিনে নিশাই সিংহ ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকা অনুসৰি কাইলৈ আহিন মাহৰ কৃষ্ণপক্ষৰ দ্বাদশী তিথি৷ এই সময়ত সূৰ্যই কন্যা ৰাশিত অৱস্থান কৰিছে৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সাধ্য যোগ আৰু মালব্য ৰাজযোগৰ প্ৰভাৱ৷ কাইলৈ নিশাজুৰি থাকিব মঘা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ পূৰ্ব ফাল্গুনী নক্ষত্ৰৰ প্ৰভাৱত কোনো আত্মীয় বা প্ৰতিবেশীৰ পৰা ভাল খবৰ পাব মিথুন ৰাশিৰ জাতকে৷  ইয়াৰ ফলত আপোনাৰ মনত কাইলৈ সুখ থাকিব৷ বিৰোধীসকলে আপোনাত জব্দ কৰাৰ নানান চক্ৰান্ত চলাব পাৰে৷ বিৰোধীসকলৰ এই চেষ্টা বিফল হ’ব৷ বৰং আপোনাৰ শত্ৰুৱেই নিজৰ মাজত যুজ কৰিব৷

সিংহ ৰাশি

কাইলৈ কোনো সামাজিক কামত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিব সিংহ ৰাশিৰ জাতকে৷ ইয়াৰ ফলত সমাজত জনপ্ৰিয়তা আৰু প্ৰতিপত্তি বৃদ্ধি পাব সিংহ ৰাশিৰ জাতকৰ৷ কাইলৈ মা লক্ষ্মীৰ কৃপাত আত্মবিশ্বাস তুংগত থাকিব সিংহ ৰাশিৰ জাতকৰ৷ জীৱনসংগীৰ সৈতে কোনো বিষয়ত মনোমালিন্য হ’লে কাইলৈ দূৰ হ’ব৷ কোনো সুন্দৰ স্থানলৈ কাইলৈ ফুৰিবলৈ যাব পাৰে৷

তুলা ৰাশি

মালব্য ৰাজযোগৰ শুভ প্ৰভাৱত কাইলৈ ২৯ ছেপ্টেম্বৰত সম্পদ বৃদ্ধি যোগ আছে তুলা ৰাশিৰ জাতকৰ৷ কাইলৈ আপোনাৰ স্বাস্থ্য খুব ভালে নাথাকিব৷ অৱশ্যে মোটা আৰ্থিক লাভ কৰিব তুলা ৰাশিৰ জাতকে৷ নিজৰ স্বাস্থ্যৰ প্ৰতি আপুনি যত্ন ৰাখক৷ কাইলৈ আপুনি নিজৰ সন্তানৰ ভৱিষ্যৎ সম্পৰ্কিত কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে৷

ধনু ৰাশি

কাইলৈ দেওবাৰে শুক্লা যোগৰ শুভ প্ৰভাৱত যিকোনো কাম কৰিব পাৰে৷ কাইলৈ আপুনি নিজৰ কেৰিয়াৰত সাফল্যৰ চিৰি বগাব৷ কাইলৈ নিজৰ সকলো কামেই সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিব৷ আত্মবিশ্বাস তুংগত থাকিব৷ যি কামতেই হাত দিয়ে তাতেই সফলতা পাব৷

কুম্ভ ৰাশি

সন্তানৰ বিষয়ে কাইলৈ কোনো ভাল খবৰ পাব পাৰে৷ ইয়াৰ ফলত কাইলৈ কুম্ভ ৰাশিৰ জাতকৰ মনত আনন্দ থাকিব৷ কাইলৈ আপুনি নীতি আৰু আদৰ্শবোধৰ কাৰণে কোনো বেয়া কামৰ পৰা বিৰত থাকক৷ ইয়াৰ ফলত প্ৰথমে কিছু সমস্যা হ’লেও শেষত আপোনাৰেই জয় হ’ব৷ বিনিয়োগৰ পৰা ভাল লাভ কৰিব পাৰিব কুম্ভ ৰাশিৰ জাতকে৷ সংগীৰ সৈতে ভাল সময় কটাব৷

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?
জীৱনশৈলী

বন্ধ কোঠা বা হোটেল নহয়…! শ্মশানৰ ভিতৰত তৰুণীৰ সৈতে অৰ্ধনগ্ন অৱস্থাত ধৰা পৰিল বিজেপি নেতা, ক’ত এই ঘটনা?

July 12, 2025
কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?
Uncategorized

কি ভিটামিনৰ অভাৱত কম বয়সতেই চুলি পকে? দৈনিক খাদ্যভ্যাসত কি কি সালসলনি আনিব?

July 12, 2025
শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত
জীৱনশৈলী

শনিত বক্ৰীত সুখৰ জোৱাৰ ৩ ৰাশিৰ কঁপালত! খুলিব কেৰিয়াৰৰ দুৱাৰ, বিদেশ ভ্ৰমণৰ সুযোগ আহিব আপোনাৰ সন্মুখত

July 12, 2025
কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত
জীৱনশৈলী

কৰ্কট ৰাশিলৈ আহিছে সূৰ্য, সোনালী সময় আৰম্ভ হ’ব এই ৫ ৰাশিৰ জীৱনত

July 12, 2025
Next Post
Jio-ৰ ধামাকা প্লেন! এবাৰ ৰিচাৰ্জ কৰিলে ৯৮ দিন নিশ্চিন্ত হৈ থাকিবলৈ ল’ব পাৰে এই প্লেন

Jio-ৰ ধামাকা প্লেন! এবাৰ ৰিচাৰ্জ কৰিলে ৯৮ দিন নিশ্চিন্ত হৈ থাকিবলৈ ল’ব পাৰে এই প্লেন

কাইলৈ ইণ্টাৰনেট নাথাকিব, আজিয়েই পঢ়ি থওক নিযুক্তি পৰীক্ষাক লৈ থকা নিৰ্দেশনা

কাইলৈ ইণ্টাৰনেট নাথাকিব, আজিয়েই পঢ়ি থওক নিযুক্তি পৰীক্ষাক লৈ থকা নিৰ্দেশনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.