জুন মাহৰ শেষত জ্যোতিষ গণনা অনুসৰি এক দুৰ্দান্ত যোগ গঠিত হব৷ ২৯ জুনত শুক্ৰই বৃষ ৰাশিত প্ৰৱেশ কৰিব৷ বৃষ ৰাশিৰ অধিপতি গ্ৰহ শুক্ৰ নিজেই৷ অৰ্থাৎ নিজৰ ঘৰলৈ আহি শুভ গ্ৰহ শুক্ৰৰ পজিটিভ প্ৰভাৱ পৰিব৷ বৃষ ৰাশিত শুক্ৰৰ গোচৰৰ ফলত গঠিত হব মালব্য ৰাজযোগ৷ ২৬ জুলাই পৰ্যন্ত শুক্ৰই বৃষ ৰাশিতেই অৱস্থান কৰিব৷ ২৯ জুনৰ পৰা ২৬ জুলাই পৰ্যন্ত মালব্য ৰাজযোগৰ প্ৰভাৱত বৃহৎ সাফল্য অৰ্জন কৰিব পাঁচ ৰাশিৰ জাতকে৷ জানি থওক এই তালিকাত কোন কোন আছে?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















