• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হংস ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ ৰাশিৰ, তালিকাত আপুনি আছেনে?

হংস ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ ৰাশিৰ, তালিকাত আপুনি আছেনে?

3 months ago
৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

35 minutes ago
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

2 hours ago
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

3 hours ago
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

1 day ago
সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

সূৰ্য, মঙ্গলৰ কৃপাত গঠিত হ’ব মঙ্গল আদিত্য ৰাজযোগ! ৪ৰাশিৰ সুখ, স্বাচ্ছন্দ্য উপচি পৰিব

1 day ago
৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

৮০শতাংশ ভাৰতীয়ৰে কলষ্টেৰল অস্বাভাৱিক, ইয়াৰ ফলতেই বাঢ়িছে হাৰ্ট এটেকত মৃত্যুৰ হাৰ?

1 day ago
SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

SBIৰ পৰা ৩লাখ টকাৰ পাৰ্ছনেল ঋণ লৈছে? প্ৰতিমাহে কিমান EMI দিব লাগিব?

1 day ago
সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

সোণৰ দাম ৭০ হাজাৰলৈ নামিব নেকি? বজাৰ বিশেষজ্ঞই কি কৈছে? জানি থওক সবিশেষ

1 day ago
৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

৬ ফেব্ৰুৱাৰীৰ পৰা উপাৰ্জন বাঢ়িব ৩ৰাশিৰ, শুক্ৰৰ গোচৰত মালামাল হ’ব কোন কোন?

1 day ago
লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

লিফ্টত হাইড্ৰজেন বেলুন ফাটি বিস্ফোৰণ, কথমপি প্ৰাণৰক্ষা ৩জনৰ, চাওক ঘটনাৰ ভিডিঅ’

1 day ago
সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

সপোনত ধন দেখাটো শুভ নে অশুভ? জানক সপোনত ধন দেখাৰ অৰ্থ কি?

2 days ago
গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

গুৰুবাৰে গজকেশৰী যোগ, লক্ষ্মী-নাৰায়ণৰ সহায় থাকিব এই ৫ৰাশিত

2 days ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, February 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হংস ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ ৰাশিৰ, তালিকাত আপুনি আছেনে?

হংস ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ ৰাশিৰ, তালিকাত আপুনি আছেনে?

editor by editor
October 25, 2025
in জীৱনশৈলী
0
হংস ৰাজযোগত আগন্তুক সপ্তাহত ভাগ্য চমকিব ৫ ৰাশিৰ, তালিকাত আপুনি আছেনে?
0
SHARES
1.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক সোমবাৰ ২৭ অক্টোবৰৰ পৰা যি নতুন সপ্তাহ আৰম্ভ হৈছে সেই সপ্তাহৰ আৰম্ভণিতে সোমবাৰ আৰু মঙলবাৰে পালিত হ’ব ছট পূজা৷ ইয়াৰোপৰি এই সপ্তাহতেই পালিত হ’ব জগদ্ধাত্ৰী পূজা৷ আগন্তুক ৩১ অক্টোবৰ শুকুৰবাৰে পালিত হ’ব জগদ্ধাত্ৰী পূজাৰ নৱমী৷ ইয়াৰ সৈতে হংস ৰাজযোগৰ প্ৰভাৱ থাকিব আগন্তুক সপ্তাহত৷  হংস ৰাজযোগৰ প্ৰভাৱত উন্নতিৰ এটাৰ পাছত আন এক সুযোগ পাব কেইটামান ৰাশিৰ জাতকে৷ জানি থওক ২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰৰ মাজত আগন্তুক সপ্তাহত ভাগ্য খুলিব কোন কোন ৰাশিৰ জাতকৰ?

বৃষ ৰাশি

আগন্তুক সপ্তাহত নানান দিশৰ পৰা সৌভাগ্য লাভ কৰিব বৃষ ৰাশিৰ জাতকে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কেৰিয়াৰত ডাঙৰ উন্নতি কৰাৰ সুযোগ পাব৷ সমাজৰ প্রভাৱশালী ব্যক্তিৰ সংস্পৰ্শত আহিব৷ অফিচত নিজৰ কামৰ বাবে ঊৰ্ধতন কৰ্তৃপক্ষৰ সুনজৰত আহিব৷

কৰ্কট ৰাশি

২৭ অক্টোবৰৰ পৰা ২ নৱেম্বৰৰ মাজত এই সপ্তাহত নতুন চাকৰি পাব পাৰে কৰ্কট ৰাশিৰ জাতকে৷ অফিচত পদোন্নতি পাব পাৰে বা পছন্দৰ স্থানলৈ বদলিও হব পাৰে৷ চৰকাৰী কামত কোনো বাধা থাকিলে এইবাৰ দূৰ হব৷

সিংহ ৰাশি

অক্টোবৰৰ শেষ সপ্তাহ নানান দিশৰ পৰা লাভজনক হ’ব সিংহ ৰাশিৰ জাতকৰ বাবে৷ সপ্তাহৰ আৰম্ভণিতেই আপুনি কোনো দীৰ্ঘ বা স্বল্প দূৰত্বৰ যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰা আপোনাৰ কেৰিয়াৰৰ বাবে লাভজনক হব৷ আগন্তুক সপ্তাহত সিংহ ৰাশিৰ জাতকৰ মনৰ ইচ্ছা পূৰণ হব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতকে হংস ৰাজযোগৰ প্ৰভাৱত আগন্তুক সপ্তাহ লাভজনক হব৷ কেৰিয়াৰ সংক্ৰান্তিয় আপোনাৰ সকলো সমস্যাৰ সমাধান বিচাৰি পাব৷ কোনো প্ৰভাৱশালী ব্যক্তিয়ে আপোনাক সহায় কৰিবলৈ আগুৱাই আহিব৷ ৰৈ থকা অৰ্থ এই সময়ত উভতাই পাব৷ সুখবৰ পাব পাৰে৷

বৃশ্চিক ৰাশি

আগন্তুক সপ্তাহত বৃশ্চিক ৰাশিৰ জাতকৰ জীৱনত সৌভাগ্যৰ দুৱাৰ খুলিব৷ সপ্তাহৰ আৰম্ভণিতেই চৰকাৰী প্ৰকল্পৰ পৰা লাভৱান হব৷ চৰকাৰী কাম ৰৈ থাকিলে এই সময়ত সম্পূৰ্ণ হব৷ অফিচত আপোনাৰ শত্ৰু পৰাজিত হব৷ বুদ্ধি আৰু কৰ্মদক্ষতাৰে আপুনি প্ৰতিযোগীক হৰুৱাব পাৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি
জীৱনশৈলী

৬ফেব্ৰুৱাৰীত ধনিষ্ঠা নক্ষত্ৰত প্ৰৱেশ সূৰ্যৰ, সাফল্যৰ পোহৰেৰে উজলি উঠিব ৪ৰাশি

February 6, 2026
১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত
জীৱনশৈলী

১৯ বছৰৰ পাছত মহাশিৱৰাত্ৰিত লক্ষ্মী নাৰায়ণ ৰাজযোগ, মহাদেৱৰ কৃপা থাকিব এই ৫ৰাশিত

February 6, 2026
টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?
জীৱনশৈলী

টেষ্টোষ্টেৰণ কম আছিল, একাধিক যৌনৰোগত আক্ৰান্ত হৈছিল! এপষ্টিনৰ মেডিকেল ৰিপৰ্টত আৰু কি কি ভয়ংকৰ তথ্য?

February 6, 2026
নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন
জীৱনশৈলী

নিশাৰ ভাগত শিৱলিঙ্গৰ সন্মুখত প্ৰদীপ জ্বলোৱাৰ ওপৰিও কৰক এই কাম, দূৰ হ’ব মনৰ অন্ধকাৰ, সমৃদ্ধিয়ে ভৰাই তুলিব আপোনাৰ জীৱন

February 5, 2026
Next Post
ছট পূজাত ২টাকৈ বিৰল ৰাজযোগ, সূৰ্যৰ কৃপাত ৩ ৰাশিৰ খুলিব সৌভাগ্যৰ দুৱাৰ

ছট পূজাত ২টাকৈ বিৰল ৰাজযোগ, সূৰ্যৰ কৃপাত ৩ ৰাশিৰ খুলিব সৌভাগ্যৰ দুৱাৰ

২৭ অক্টোবৰৰ পৰা মঙ্গলৰ কৃপাত ৪ৰাশিৰ ভাগ্য উদয়, মোটা মুনাফাৰ যোগ

২৭ অক্টোবৰৰ পৰা মঙ্গলৰ কৃপাত ৪ৰাশিৰ ভাগ্য উদয়, মোটা মুনাফাৰ যোগ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.